Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আমেৰিকাৰ পুথিভঁৰালত গ্ৰন্থ পঢ়িবলৈ শাৰী পাতিছে পাঠকে

আঠ বছৰ বয়সতে উপন্যাস লিখি শিশুৰ চমক

publisher by publisher
February 9, 2022
in International, News
Reading Time: 1 min read
0
আমেৰিকাৰ পুথিভঁৰালত গ্ৰন্থ পঢ়িবলৈ শাৰী পাতিছে পাঠকে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

ন’বেল আশা! এইবাৰ ৰাছিয়া -ইউক্রেন যুদ্ধ বন্ধ কৰিবলৈ পুতিনৰ স’তে আলোচনাৰ পথত ট্রাম্প

‘Netri” Book Launch:নাৰী কেডাৰৰৰ সংগ্ৰামী কাহিনীৰে উন্মোচন জুৰী বৰা বৰগোহাঞিৰ ‘নেত্রী

প্রতিভা যদি থাকে, সেয়া যিকোনাে প্রকাৰে প্রকাশ পাবই। যিকোনাে সময়তে সেই প্রতিভাই আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। সেই কথাই পুনৰ প্রমাণ কৰিলে আমেৰিকাৰ এটি আঠ বছৰীয়া শিশুৱে।

ADVERTISEMENT

এই কম বয়সতে এখন উপন্যাস ৰচনা কৰি নিশাৰ ভিতৰতে খ্যাতি অর্জন কৰিলে জিলন হেলবিগ নামৰ শিশুটিয়ে। খ্যাতিৰ সমান্তৰাললৈ শিশুটিয়ে জয় কৰিলে শ্রেষ্ঠ যুৱ লেখকৰ ‘হুডিনি বঁটা’ও।

ডিলনৰ এই সাফল্যৰ আঁৰত আছে এক মজাৰ ঘটনা। এদিন আইতাকৰ স’তে এটা স্থানীয় পুথিভঁৰালত উপস্থিত হৈছিল ডিলন। শিশুটিৰ হাতত আছিল নিজ হাতে লিখা এখন ৰঙা নােটবুক।

ইতিমধ্যে সেই নােটবুকতে ডিলনে লিখি উলিয়াইছিল এখন দীঘল উপন্যাস।নাম ৰাখিছিল ‘দ্য এডভেঞ্চাৰ্ছ অৱ ডিলছ ক্রিছমিছ’।

৮৮ পৃষ্ঠাৰ সেই নােটবুক হাতত লৈয়ে ডিলনে আইতাকৰ স’তে পুথিভঁৰালত ইফালৰ পৰা সিফাললৈ ঘুৰি ফুৰিছিল। তেতিয়াই শিশুটিৰ মূৰত এক বুদ্ধি খেলালে।

হঠাৎ ডিলনে পুথিভঁৰালৰ শিশুগ্ৰন্থৰ বিভাগত নােটবুকখন ৰাখি থ’লে। আনকি ডিলনৰ এই কার্যৰ উমান আইতাকেও নাপালে।

প্রায় দুদিনৰ পাছত ডিলনে আইতাকৰ সেই ঘটনা জানিবলৈ দিয়ে। আইতাকে শুনি হতবাক হ’ল। তেওঁ নােটবুকখন অনাৰ বাবে উক্ত পুথিভঁৰালত উপস্থিত হ’লগৈ আৰু ঘটনা দেখি হতবাক হ’ল।

কিয়নাে ডিলনৰ হাতে লিখা সেই উপন্যাস পঢ়াৰ বাবে পুথিভঁৰালত পাঠকে দীঘলীয়া শাৰী পাতি অপেক্ষা কৰি আছিল। পুথিভঁৰাল খাতাত আগতীয়া বুকিঙৰ তালিকাখনাে আছিল যথেষ্ট দীঘল। নিশাৰ ভিতৰতে বিভিন্ন বয়সৰ পঢ়ুৱৈৰ মাজত ডিলনৰ গ্ৰন্থ পঢ়াৰ হাবিয়াস জন্মিছিল।

এনেকুৱা ঘটনা ঘটিব বুলি ডিলনৰ পৰিয়ালে কল্পনাও কৰিব পৰা নাছিল। সম্প্রতি ডিলন আৰু তেওঁৰ নােটবুকখন হৈ পৰিছে আমেৰিকাৰ ‘বেষ্ট ছেলাৰ’।

https://twitter.com/TODAYshow/status/1488880489800871939?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1488880489800871939%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fiframe.nbcnews.com%2FKdRqG0c%3F_showcaption%3Dtrueapp%3D1

কি আছে এই গ্রন্থত? জনা গৈছে যে ডিলনৰ পৰিয়ালৰ বৰদিন পালনক কেন্দ্র কেতবােৰ মজাৰ কথা লিখা হৈছে। লগতে নিজাববীয়াকৈ তেওঁ ছবিও আঁকিছে। গ্রাফিক নভেলৰ কায়দাত ডিলনৰ এই নােটবুক উপন্যাস দেখি নামী লেখকসকলাে আপ্লুত হৈ পৰিছে।

সামাজিক মাধ্যমত বিয়পি পৰিছে। গ্রন্থখনৰ সমালােচনাও। অৱশ্যে এই সমগ্র ঘটনাত শিশু ডিলন একেবাৰে নিৰুত্তাপ। শিশুটিয়ে যেন সেইবােৰ একোৱেই গম পােৱা নাই। স্বাভাৱিক শিশুৰ দৰেই দিন কটাইছে ইতিমধ্যেই বিখ্যাত হৈ পৰা শিশুটিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dillon Helbignovel
publisher

publisher

Related Posts

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d