Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘Netri” Book Launch:নাৰী কেডাৰৰৰ সংগ্ৰামী কাহিনীৰে উন্মোচন জুৰী বৰা বৰগোহাঞিৰ ‘নেত্রী

samimsultana by samimsultana
September 20, 2024
in India, Assam, News
Reading Time: 3 mins read
0
‘Netri” Book Launch:নাৰী কেডাৰৰৰ সংগ্ৰামী কাহিনীৰে উন্মোচন জুৰী বৰা বৰগোহাঞিৰ ‘নেত্রী
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

ন’বেল আশা! এইবাৰ ৰাছিয়া -ইউক্রেন যুদ্ধ বন্ধ কৰিবলৈ পুতিনৰ স’তে আলোচনাৰ পথত ট্রাম্প

আমেৰিকাৰ পুথিভঁৰালত গ্ৰন্থ পঢ়িবলৈ শাৰী পাতিছে পাঠকে

‘Netri” Book Launch:

অসমৰ ইতিহাসত সংঘর্ষ আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ এক দীর্ঘ অধ্যায় আছে। এই ইতিহাসে অসমৰ সামাজিক আৰু ৰাজনৈতিক জীৱনক প্রভাবিত কৰাৰ লগতে এক পৃথক চেতনাৰ জন্ম দিলে। বিচ্ছিন্নতাবাদী সশস্ত্র সংগ্রামে ৰাজনৈতিক-সামাজিক জীৱনৰ গতি সলনি কৰিছে। আনহাতে এই বিপ্লৱৰ ইতিহাসৰ নেৰেটিভত পুৰুষ কেডাৰসকলক যোদ্ধা, সিদ্ধান্ত গ্রহণ কৰোতা হিচাপে প্রতিষ্ঠা কৰা হ’ল। অথবা স্বীকৃত হ’ল কেবল পুৰুষ বা পুৰুষ কেডাৰৰ ত্যাগ।

ADVERTISEMENT

যিবোৰ ইতিহাস বা গ্রন্থ লিখা হ’ল সেইবোৰতো সেই কথাকে প্রতিষ্ঠা কৰা হ’ল। অর্থাৎ এই ক্ষেত্ৰখনত পুৰুষৰ অৱদানকহে গুৰুত্ব দিয়া হ’ল। একেসময়তে সেই স-শস্ত্র সংগ্রাম, বিপ্লৱ বা যুঁজখনত একাংশ নাৰী কেডাৰো সক্রিয় ভাবে জড়িত আছিল। সাংগঠনিক কাম-কাজত প্রত্যক্ষ ভাবে জড়িত নাথাকি বহু নাৰীয়ে পৰোক্ষভাৱে সাংগঠনিক প্রক্রিয়াত অংশ ল’লে। পৰৱৰ্তী সময়ত এই নাৰী কেডাৰসকলে বিভিন্ন সময়ত ৰাষ্ট্ৰ-বাহিনীৰ দ্বাৰা নিৰ্যাতিতা হোৱাই নহয় সামাজিক জীৱনতো নানা যাতনাৰ সমুখীন হ’ল।

netri 2ভূটানৰ অপাৰেশ্যন অল ক্লিয়েৰৰ পিছত বহু নাৰী কেডাৰ ঘূৰি অহিবলৈ বাধ্য হ’ল। সামাজিক জীৱনলৈ প্রত্যাবর্তন তেওঁলোকৰ বাবে প্রত্যাহ্বান হৈ পৰিল। সেনাৰ আক্ৰমণত অথবা অৰণ্য, পাহাৰত স্বামী, সন্তানক হেৰুৱাই এইসকল নাৰী সম্পূর্ণ নিস্বঃ হৈ পৰিল। সর্বস্ব হেৰুৱাই ঘূৰি অহা নাৰী কেডাৰসকলৰ বাবে পৰৱৰ্তী সময়ৰ জীৱন, জীৱিকা সহজ নাছিল। শূন্য হাতেৰে জীয়াই থকাৰ সংগ্রাম এখনত অৱতীর্ণ হ’ব লগা হোৱাই নহয় সামাজিক জীৱনত বাধা আৰু সন্দেহৰ মুখামুখী হ’ল।

একেসময়তে বহু প্রাক্তন সতীর্থই কটোৱা বিলাসী জীৱনৰ পৰিৱৰ্তে এইসকলে কটাই আহিছে সীমাহীন সংগ্রামপূর্ণ জীৱন। এই কষ্ট আৰু সংগ্রাম পৰৱৰ্তী প্রজন্মলৈও গ’ল। বিদ্রোহী সাহিত্যত এই বিষয় লৈ যিবোৰ সাহিত্য ৰচনা কৰা হ’ল তাত এইসকল নাৰীৰ বিষয়ে বৰ বিশেষ আলোচনা নহ’ল। ফলত এইসকল নাৰী আন্ধাৰত ৰৈ গ’ল। কিন্তু এই নাৰীসকলক বাদ দি সংগ্রামখনৰ ইতিহাস সম্পূর্ণ হ’ব নোৱাৰে। বৰ্তমান প্রান্তীয় ইতিহাসৰ যথেষ্ট গুৰুত্ব আছে আৰু বহু লেখকে প্রান্তীয় আৰু নিম্নবর্গৰ সমাজখনক লৈ সাহিত্য ৰচনাত মনোযোগ দিছে।

এই ইতিহাসকে সমল হিচাপে লৈ দীর্ঘদিনে উপন্যাস লিখিছে জুৰী বৰা বৰগোহাঞিয়ে। ‘নেত্রী’ও তাৰ ব্যতিক্রম নহয়। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে আজি পাঠকৰ বাবে উন্মোচন কৰি আগবঢ়াই দিয়া তেওঁৰ নৱতম উপন্যাস ‘নেত্রী’য়ে অসমৰ স-শস্ত্র সংগ্রামৰ আঁৰত ৰৈ যোৱা নাৰী কেডাৰৰ কথা পোহৰলৈ আনিছে। লগতে অসম তথা ভাৰতত নিষিদ্ধ ঘোষিত সংগঠনটো ভূটান পাহাৰৰ পৰা বিতাড়িত হোৱা ভয়ানক পৰিবেশ পৰিস্থিতিক পাঠকৰ চকুৰ আগত তুলি ধৰিছে।

সম্ভ্রান্ত প্রকাশন গোষ্ঠী বনলতা’ই এই উপন্যাসখন প্রকাশ কৰিছে। লেখিকাৰ ইয়াৰ পূৰ্বে প্ৰকাশ পাইছিল ‘কেম’ক্লেজ’ নামৰ এখন উপন্যাস। ‘কেম’ব্লেজ’ক বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই-এ ‘নির্মম সময়ৰ দলিল’ বুলি মত ব্যক্ত কৰিছিল। ‘নেত্রী’ ইতিপূর্বে প্রকাশিত ‘কেম’ফ্লেজ’ৰ চিকুৱেল। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে জনোৱা মতে ‘নেত্রী কেম’ফ্রেজ’ৰ সম্পূর্ণ চিকুয়েন্স নহয় যদিও ‘কেম’ফ্রেজ’ৰ দুটামান চৰিত্ৰ ‘নেত্রী’ উপন্যাসলৈ আহিছে।

ঔপন্যাসিক গৰাকীয়ে মত প্রকাশ কৰি কৈছে ‘সংগ্ৰামৰ যিটো আন্ধাৰ দিশ সেইটো নানা যাতনা আৰু ক্লেশেৰে ভৰা। সেয়া নিৰৱতাত হেৰাই যোৱাটো উচিত নহয়। সেয়ে হ’লে সমাজৰ একাংশ ব্যক্তিৰ প্ৰতি অন্যায় হ’ব। এইখিনি কথা মুক্তভাৱে উন্মোচন কৰাই মোৰ লক্ষ্য। কেম ‘ব্লেজৰ মাজেৰে প্ৰকাশ পোৱা সামাজিক সত্য কিছুমান গাঢ় ৰূপত ‘নেত্রী’ৰ মাজেৰে প্ৰকাশ পাইছে।

পাঠকে এইখন উপন্যাসৰ মাজেৰে কিছু নির্মম, কঠোৰ বাস্তৱক উপলব্ধি কৰিব পাৰিব।’ লেখিকাই বিশ্বাস কৰে যিবোৰ মানুহৰ কাহিনী ইতিহাসত লিখা নহয় সেইসকলৰ কাহিনী উপন্যাসতে লিখিব লাগিব, কাৰণ উপন্যাস সামজিক ইতিহাসৰ এটা গুৰুত্বপূর্ণ অংশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 'NetriNavelist Juri Bora BargohainnovelToday Launch
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d