Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Karnataka Hijab Row : হিজাব বিতৰ্ক : শান্তি শৃংখলা বজাই ৰাখিবলৈ বেংগালুৰুৰ স্কুল-কলেজত দুসপ্তাহৰ বাবে জাৰি ১৪৪ ধাৰা

publisher by publisher
February 9, 2022
in India, News
Reading Time: 1 min read
0
Karnataka Hijab Row : হিজাব বিতৰ্ক : শান্তি শৃংখলা বজাই ৰাখিবলৈ বেংগালুৰুৰ স্কুল-কলেজত দুসপ্তাহৰ বাবে জাৰি ১৪৪ ধাৰা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

National Low University:ছাত্ৰ-ছাত্ৰীৰ বিৰোধিতাত সমাৱৰ্তন অনুষ্ঠান বাতিল ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

বেঙ্গালুৰুত দেৱাল ধ্বস, দুজন শিশু সহ সাতজনৰ মৃত্যু

হিজাব বিতৰ্কৰ ফলত হোৱা অশান্তি এৰি চলিবলৈ এইবাৰ বেংগালুৰুৰ সকলো বিদ্যালয়-মহাবিদ্যালয় আশে পাশে ১৪৪ ধাৰা জাৰি কৰিছে কৰ্ণাটক চৰকাৰে । বুধবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশনা অনুসৰি, এই ব্যৱস্থা ২২ ফেব্ৰুৱাৰীলৈকে কাৰ্যকৰী হৈ থাকিব।

ADVERTISEMENT

পৰিৱেশ শান্ত কৰিবলৈ কৰ্ণাটকৰ বিজেপি মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইৰ চৰকাৰে মঙলবাৰৰ পৰা তিনি দিন ৰাজ্যখনৰ সকলো শিক্ষাপ্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে ।শুক্ৰবাৰে বিদ্যালয় আৰু মহাবিদ্যালয় খোলাৰ পাছত ৰাজ্যৰ ৰাজধানীত নতুন নিয়মসমূহ কাৰ্যকৰী হ’ব।

বেংগালুৰুৰ আৰক্ষী আয়ুক্ত কমল পন্তে বুধবাৰে ১৪৪ ধাৰা জাৰি কৰাৰ কথা ঘোষণা কৰি কয়, “চহৰখনত উত্তেজনা আছে। নতুন প্ৰতিবাদৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সেয়েহে শান্তি আৰু শৃংখলা বজাই ৰখাৰ বাবে সঠিক নিৰাপত্তা ব্যৱস্থা কৰাটো অত্যাৱশ্যকীয়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ওচৰত ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ধাৰা জাৰি কৰা হৈছে। “

তেওঁ কয় যে ২২ ফেব্ৰুৱাৰীলৈকে বাংগালুৰুত ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো সমাৱেশ বা বিক্ষোভ প্ৰদৰ্শন নহ’ব।

বিগত কেবাদিনত হিন্দুত্ববাদী সংগঠনসমূহে কৰ্ণাটকৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সন্মুখত হিজাব নিষিদ্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।ওলোটাই হিজাবৰ সমৰ্থনত ওলাই আহিছিল মুছলমান শিক্ষাৰ্থীৰ একাংশ। চৰকাৰী সূত্ৰ অনুসৰি,এই পৰিস্থিতিত ডাঙৰ বিভ্ৰান্তি পৰিহাৰ কৰাৰ বাবেই এই পদক্ষেপ।

ইফালে, কৰ্ণাটক উচ্চ ন্যায়ালয়ে বুধবাৰে হিজাব গোচৰৰ শুনানি কৰে। ন্যায়াধীশ কৃষ্ণা দীক্ষিতে উদুপীত দাখিল কৰা গোচৰসমূহ হিজাব-নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী শুনানিৰ বাবে উচ্চতৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰে।

বিগত মাহত কৰ্ণাটকৰ উদুপীৰ এখন মহাবিদ্যালয়ত হিজাব পৰিহিত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীত উপস্থিত থাকিবলৈ দিয়া নহয় বুলি অভিযোগ উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি হৈছিল।

মহাবিদ্যালয় কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ পৰা ‘বাৰ্তা’ পোৱাৰ পাছত হিজাব পিন্ধি চৌহদত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। মুছলমান শিক্ষাৰ্থীসকলে কিছুমান মুছলমান শিক্ষাৰ্থীক হিজাব পিন্ধি চৌহদত প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগত তাত প্ৰথম প্ৰতিবাদ আৰম্ভ কৰিছিল। হিজাবৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ দাবীত জুড ৰাজ্যত আৰম্ভ হৈছিল প্ৰতিবাদ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BengaluruHijabHijab RowKarnataka
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d