Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Laptop Worth Rs 2.5 lakh to MLA:অৰ্থ সংকটৰ মাজতো বিলাসিতাৰ অন্য নাম হৈ পৰিছে অসম বিধানসভা-চৰকাৰ

বিধায়কলৈ আঢ়ৈ লাখটকীয়া লেপটপ, দুবছৰ পাছতে ডেৰ কোটি টকাৰে মন্ত্ৰীৰ বাসগৃহ মেৰামতিৰ নিবিদা জাৰি

publisher by publisher
September 4, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Laptop Worth Rs 2.5 lakh to MLA:অৰ্থ সংকটৰ মাজতো বিলাসিতাৰ অন্য নাম হৈ পৰিছে অসম বিধানসভা-চৰকাৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ’ব পাৰে বৃদ্ধি

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Laptop Worth Rs 2.5 lakh to MLA:

বিধানসভাৰ সচিবালয়ে কোনো কার্পণ্য কৰা নাই। বৰ্তমানৰ চৰকাৰৰ দিনত বিধানসভাত চলা বিলাসিতাৰ চৰ্চা ইয়াৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলোৰে মুখে মুখে। বিধানসভাৰ চৌহদক বৰ্তমানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দিনত যিধৰণে সজাই তোলা হৈছে তাক লৈ চর্চা আজিও অব্যাহত আছে।

ADVERTISEMENT

এইবাৰ চৰ্চা চলিছে যে বিধায়কসকলক দিয়া অতি মূল্যবান লেপটপক লৈ।বিধানসভাৰ কাম- কাজক অনলাইন ব্যৱস্থাৰে অধিক গতি দিয়াৰ উদ্দেশ্য লৈ যোৱা ৩১ আগষ্টত বিধায়কসকলক প্ৰদান কৰা হয় একোটাকৈ লেপটপ। একেদিনাই দিয়া হয় একোটাকৈ চৰাইৰ বাহ। অৱশ্যে এতিয়ালৈকে সকলো বিধায়কে অধ্যক্ষৰ এই উপহাৰ সংগ্ৰহ কৰা নাই।

চৰ্চা হৈছে লেপটপৰ মূল্যক লৈ। বিধায়কসকলক দিয়া চীনত নিৰ্মিত ‘এইছ পি’ লেপটপ একোটাৰ মূল্য ২,৪৮,৯৯০ টকা। লেবেলত যোৱা এপ্রিলত নির্মিত বুলি উল্লেখ থকা লেপটপবোৰ অহা ১১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ অধিবেশনৰ পূৰ্বে সকলো বিধায়কক প্রদান কৰা হ’ব। ইতিমধ্যে সকলো বিধায়কৰ বাবে লেপটপ ক্ৰয় কৰা হৈছে আৰু ইয়াৰ বাবে ব্যয় কৰা হৈছে ৩.১৩ কোটিৰ অধিক টকা।

এই অতি মূল্যৱান লেপটপ বিনামূলীয়াকৈ লাভ কৰি বিধায়ক সকলো উৎফুল্লিত। অৱশ্যে ইয়াৰ অত্যধিক মূলাক লৈ তেওঁলোকৰ বেছিভাগে দোধোৰ-মোধোৰ অৱস্থাতো আছে। অত্যুৎসাহী দুই-এক বিধায়কে লেপটপটো নি গুৱাহাটীৰ একাধিক প্রতিষ্ঠানতো দেখুৱাইছে ।

এনেনো কি বিশেষত্বৰ বাবে লেপটপসমূহ মূল্য ইমান বেছি হৈছে সেয়া জনাৰ উৎসুকতাই বেছিভাগকে খেদি ফুৰিছে। তেনে অত্যুৎসাহৰ বাবে লেপটপ আৰু অন্যান্য ইলেক্ট্ৰ’নিকছ সামগ্ৰী বিক্ৰী কৰা বহুল পৰিচিত মহানগৰীৰ এখন প্ৰতিষ্ঠানলৈও দুই-একে গৈছে ।

তাৰ পৰা লাভ কৰা তথ্য অনুসৰি, লেপটপবোৰৰ মূল্য হেনো ইমান বেছি হ’ব নোৱাৰে। বিৰোধীৰ এজন বিধায়কে দিয়া তথ্য অনুসৰি, প্ৰতিটো লেপটপৰ মূল্য সৰ্বাধিক ৭০ হেজাৰ টকাহে হ’ব লাগে। আনকি একেলগে ইমানবোৰ লেপটপ ক্ৰয় কৰাৰ বাবেও মূল্য কম হোৱাৰ সম্ভাৱনা বিধায়কজনে ব্যক্ত কৰে।

সম্পূৰ্ণৰূপে বিধানসভা সচিবালয়ৰ সিদ্ধান্তৰ ভিত্তিত বিধায়কক লেপটপ প্রদান অব্যাহত থকা বুলিও বিধায়কৰ সূত্ৰটোৱে জনায়। এই প্রসংগতে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই লেপটপ প্রদানক আদৰণি জনাই কয় যে ই- বিধানসভা ব্যৱস্থাটোক এই পদক্ষেপে গতি দিব।

#ডেৰ কোটিৰে মেৰামতি মন্ত্ৰীৰ বাসগৃহ

বিধানসভানো কি, বিলাসিতা বাঢ়িছে চৰকাৰতো। শেহতীয়াকৈ লোকনিৰ্মাণ বিভাগ (গৃহ)ৰ গুৱাহাটী দুই নম্বৰ চক্ৰই দুজন মন্ত্ৰীৰ চৰকাৰী আৱাস মেৰামতি কৰাক লৈ আহ্বান কৰা নিবিদায়ো ব্যাপক চৰ্চা লাভ কৰিছে।

মাত্ৰ দুবছৰ পূৰ্বে মেৰামতিৰ পাছত পুনৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা আৱাসৰ বাসিন্দা মন্ত্রীদ্বয় হ’ল স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ। নিবিদাত উল্লেখ কৰা অনুসৰি, মন্ত্ৰী মহন্তৰ আৱাসটোৰ মেৰামতিৰ আনুমানিক মূল্য ধাৰ্য কৰা হৈছে ১,৪৯,৯৯,৯৮৬ টকা।

   মন্ত্ৰী কিষাণৰ আৱাসটোৰ মেৰামতিৰ মূল্য ধাৰ্য কৰা হৈছে ১,৪৯,৯৯,৯৯৭ টকা। নিবিদাত উল্লেখ কৰা অনুসৰি, অসম লোকনিৰ্মাণ বিভাগৰ পঞ্জীয়ন থকা প্ৰথম শ্ৰেণীৰ অভিজ্ঞতা সম্পন্ন ঠিকাদাৰকহে এই কামৰ বাবে বাছনি কৰা হ’ব।

উল্লেখ্য যে মহন্তৰ দিছপুৰস্থ আৱাসটোৰ নম্বৰ হ’ল মন্ত্ৰী কল’নীত থকা এম-১১ আৰু কিষাণৰ আৱাসটোৰ নম্বৰ হ’ল নতুন মন্ত্ৰী কল’নীত থকা এম-৭। দিছপুৰত হোৱা চৰ্চা অনুসৰি বৰ্তমানৰ চৰকাৰৰ বহু কাম নিবিদা অবিহনেই কৰা হয়। কাম আধা হোৱাৰ পাছতহে নিবিদা আহ্বান কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Legislative AssemblyBISHAJIT DAIMARIlaptopMinister ColonyMLA
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d