Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তিনি বছৰে দেশত ২২০টা নতুন বিমানবন্দৰ প্ৰতিষ্ঠাৰ টার্গেট, লোকসভাত জনালে কেন্দ্রীয় মন্ত্রীয়ে

publisher by publisher
March 24, 2022
in India, News
Reading Time: 1 min read
0
তিনি বছৰে দেশত ২২০টা নতুন বিমানবন্দৰ প্ৰতিষ্ঠাৰ টার্গেট, লোকসভাত জনালে কেন্দ্রীয় মন্ত্রীয়ে
1
SHARES
12
VIEWS
ShareShareShareShare

দেশৰ আর্থিক উন্নয়নত মুখ্য ভূমিকা আছে বিমান উদ্যোগৰ । আগন্তুক তিনি বছৰৰ ভিতৰত দেশত ২২০টা নতুন বিমানবন্দৰ (Airport) তৈয়াৰ কৰাৰ লক্ষ্য লোৱা হৈছে । বৃদ্ধি কৰা হ’ব যাত্রীৰ সংখ্যা । বুধবাৰে লোকসভাত এই কথা ক’লে অসামৰিক বিমান পৰিবহণ দপ্তৰৰ কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia) ।

ADVERTISEMENT

আজি লোকসভাত কেন্দ্রীয় মন্ত্রীয়ে কয়, অ’মিক্রনৰ আতংক সাম কাটি পুনৰ স্বাভাৱিক হৈছে বিমান পৰিবহণ ব্যৱস্থা । বিগত সাত দিনত নিত্য গড়ে ৩.২৮ লাখ যাত্রী যাতায়াত কৰিছে বিমানত । ২০২৩-২৪ত বিমান পৰিবহণত যাত্রীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে । কেন্দ্রীয় মন্ত্রীয়ে কয়, ২০২৩-২৪ত যাত্রীৰ সংখ্যা ৪০ কোটি কৰাৰ চেষ্টা কৰা হৈছে মন্ত্রণালয়ৰ তৰফৰ পৰা ।

RelatedPosts

Passport:সন্তানক বিমান বন্দৰতে এৰি ফুৰিবলৈ গ’ল পিতৃ-মাতৃ

হায়দৰাবাদৰ বেগমপেট বিমানবন্দৰত বিয়পি পৰিছে বোমাৰ আতংক! অব্যাহত অনুসন্ধান 

Air india Plane :মিনিটত চাৰিশ ফুট গতি বেগেৰে তললৈ নামিছিল অভিশপ্ত বিমান

বুধবাৰে লোকসভাত জ্যোতিৰাদিত্য সিন্ধিয়াই আৰু জনায়, নতুন ৩৩টা আভ্যন্তৰীন কার্গো টার্মিনেল তৈয়াৰ কৰা হ’ব । পাইলটসকলৰ বাবে ১৫টা নতুন বিমান প্রশিক্ষণ স্কুল স্থাপন কৰা হৈছে । লগতে চাকৰি দিয়াৰ প্ৰতিও লক্ষ্য ৰখা হৈছে । কেন্দ্রীয় মন্ত্রীয়ে জনাইছে, ১৩টা নতুন গ্রিনফিল্ড এয়াৰপ’র্ট স্থাপন কৰিব বিচাৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে । লগতে ভৱিষ্যতে হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ দৰে পার্বত্য অঞ্চলত হেলিকপ্টাৰ সেৱা আৰম্ভ হ’ব বুলিও তেওঁ জনায় ।

আজি মন্ত্রণালয়ৰ তৰফৰ পৰা কোৱা হয়, ২০১৪ পর্যন্ত দেশচ ৭৪টা বিমানবন্দৰ আছিল । বিগত সাত বছৰত ৬৬টা নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে । ফলত বর্তমান সমগ্ৰ দেশত বিমানবন্দৰৰ সংখ্যা ১৪০টা । ইয়াৰ পাছতেই কেন্দ্রীয় মন্ত্রীয়ে কয়, ২০২৫ৰ ভিতৰত বিমানবন্দৰৰ সংখ্যা ২২০টা কৰাৰ টার্গেট লোৱা হৈছে । সেই মতে কাম আগুৱাই লৈ যোৱা হ’ব । সিন্ধিয়াই কয়, বিশ্বৰ অন্য দেশসমূহত মাত্র পাঁচ শতাংশ মহিলা পাইলট আছে, কিন্তু ভাৰতত ১৫ শতাংশৰো অধিক । এইটোৱে নাৰীৰ ক্ষমতায়নৰ উদাহৰণ ।

প্রসংগত, ৰাছিয়া-ইউক্রেইন যুদ্ধত (Russia-Ukraine War) ইউক্রেইনত আবদ্ধ হৈ আছিল অসংখ্য ভাৰতীয় শিক্ষাৰ্থী । ‘অপাৰেছন গংগা’ৰ জৰিয়তে তেওঁলোকক দেশত উভতাই অনা হৈছে । আজি সংসদত জ্যোতিৰাদিত্য সিন্ধিয়াই জনায়, ‘অপাৰেছন গংগা’ সফল কৰিবলৈ পাঁচখন দেশত ৯৫টা বিমান প্ৰেৰণ কৰিছিল ভাৰতে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AirportCivil Aviatiojn MinistryJyotiraditya Scindia
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d