Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Charulata Barik : ‘টুইট-ৰাণী’ চাৰুলতা !

ফোনকে অস্ত্র হিচাপে ব্যৱহাৰ কৰি দৰিদ্ৰক সহায় কৰিছে কৃষক-কন্যাই

publisher by publisher
April 19, 2022
in India, News
Reading Time: 1 min read
0
Charulata Barik : ‘টুইট-ৰাণী’ চাৰুলতা !
6
SHARES
56
VIEWS
ShareShareShareShare

RelatedPosts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

চাৰুলতা বাৰিক । অৱশ্যে দীপা নামেও সমান পৰিচিত । এতিয়া নতুন নাম হৈছে ‘টুইট-ৰাণী’ । উৰিষ্যাৰ এক প্রত্যন্ত গাঁৱৰ ছোৱালীক এই নাম দিছে তেওঁৰ অনুৰাগীসকলে । তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয় । দীপাৰ খ্যাতি টুইটাৰত জনপ্রিয়তাৰ বাবে নহয়, টুইটাৰ ব্যৱহাৰ কৰি মানুহৰ সমস্যা সমাধানৰ বাবে ।

ADVERTISEMENT

দীপাৰ টুইটাৰ একাউন্টত ফল’ৱাৰৰ সংখ্যা ন হেজাৰৰো অধিক । দীপাই ফল’ কৰে পাঁচ হেজাৰটা একাউণ্ট । মানুহৰ বিপদ বুজিলেই চৰকাৰৰ দৃষ্টিত পৰিব এনে টুইটাৰ একাউন্ট টেগ কৰি টুইট কৰিব জানে তেওঁ । উৰিষ্যাৰ মুখ্যমন্ত্রী নবীন পট্টনায়কৰ পৰা মুখ্যমন্ত্রীৰ দপ্তৰ সকলোৱে চিনি পায় দীপাৰ একাউন্ট । সেয়ে কাম সহজ হৈ পৰে । প্ৰতিদিনে দীপাৰ জনপ্রিয়তা বাঢ়ি আছে । ইতিমধ্যে প্ৰায় পাঁচ হেজাৰ লোকৰ উপকাৰ কৰিছে টুইটাৰক অস্ত্র বনায় ।

উৰিষ্যাৰ বৰগড়া জিলাৰ পাইকামাল ব্লকৰ প্রত্যন্ত টেমৰি গাঁও । সেই গাঁৱৰ বাসিন্দা দীপা ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰৰ ছাত্রী । পিতৃ অম্রুত বাৰিক কৃষক । মাতৃ সুশমা বাৰিক অংগনবাড়ী কর্মচাৰী । এনে এক পৰিয়ালৰ জী দীপাৰ হাতত মোবাইল আহে ২০১৯ত । জন্মদিনত পিতৃয়ে উপহাৰ দিছিল । পাছত স্থানীয় সমাজকর্মী দিৱসকুমাৰ সাহুৰ পৰা শিকে, কেনেদৰে টুইটাৰ ব্যৱহাৰ কৰিব লাগে । কেনেদৰে মন্ত্রীৰ পৰা চৰকাৰী কর্তাব্যক্তিসকলক টেগ কৰা হয় ।

প্রথম উদ্যোগ এক বৃদ্ধাৰ বাবে । তেওঁৰ গাঁৱৰেই বাসিন্দা এই বৃদ্ধাৰ মাটিৰ ঘৰ বৰষুণত ভাঙি পৰিছিল । চৰকাৰী দপ্তৰক টেগ কৰি ছবিসহ বৃদ্ধাৰ দুৰৱস্থাৰ কথা টুইট কৰে দীপাই । কাম হয় সেই টুইটতে । চৰকাৰৰ তৰফৰ পৰা ৯৮ হেজাৰ টকাৰ সাহায্য আৰু পকাৰ ঘৰ পায় বৃদ্ধাজনে । দীপা পায় বৃদ্ধাৰ আশীর্বাদ আৰু প্রেৰণা। ইয়াৰ পাছত এজনৰ পাছত আনজন মানুহৰ দুখ-দুর্দশাৰ কথা টুইটত দাঙি ধৰে । সফলো হয় । ইতিমধ্যে সাফল্যৰ সংখ্যা প্ৰায় পাঁচ হেজাৰ ।

দীপাই সংবাদমাধ্যমক জনাইছে প্রথমে তেওঁ নীৰিক্ষণ কৰি লয় যে অভাৱ বা সমস্যাটো সঁচা হয় নে নহয় । তাৰ পাছতহে টুইট কৰে । লাহে লাহে তেওঁৰ পৰিচয় বাঢ়ি থাকে । স্থানীয় সংবাদমাধ্যমৰ শিৰোনাম হৈ উঠে । নিজৰ গাঁৱৰ পৰা ব্লক হৈ জিলাৰ মানুহৰ কথা ক’বলৈ আৰম্ভ কৰে । এতিয়া উৰিষ্যাৰ অন্যান্য প্রান্তৰ মানুহৰ মাজতো পৰিচিত দীপা ।

চৰকাৰী সুযোগ সুবিধা পোৱাৰ মাধ্যম হিচাপে দীপাক পাইছে অনেক অসহায় মানুহে । প্রাকৃতিক দুর্যোগত বিধ্বস্ত লোকক উদ্ধাৰৰ বাৰ্তা চৰকাখ দিয়াৰ পৰা বিধবা ভাতা আদায়ত মোবাইলেই দীপাৰ সমাজসেৱাৰ অস্ত্র ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Deepa BarikOdishaSocial WorkerTwitterTwitter Girl
publisher

publisher

Related Posts

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d