Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Right to Snooze : কামৰ মাজত নিদ্রা ! কর্মচাৰীসকলক সুস্থ ৰাখিবলৈ ৩০ মিনিট টোপনিৰ সুযোগ দিছে বেংগালুৰুৰ সংস্থাই

publisher by publisher
May 5, 2022
in India, News
Reading Time: 1 min read
0
Right to Snooze : কামৰ মাজত নিদ্রা ! কর্মচাৰীসকলক সুস্থ ৰাখিবলৈ ৩০ মিনিট টোপনিৰ সুযোগ দিছে বেংগালুৰুৰ সংস্থাই
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

National Low University:ছাত্ৰ-ছাত্ৰীৰ বিৰোধিতাত সমাৱৰ্তন অনুষ্ঠান বাতিল ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

বেঙ্গালুৰুত দেৱাল ধ্বস, দুজন শিশু সহ সাতজনৰ মৃত্যু

ভৰদুপৰীয়া কাৰ্যালয়ত কাম কৰি কৰি টোপনিত চকু জাপ খাই যায় । শৰীৰে ‘ব্রেক’ বিচৰিছে, কিন্তু কাৰ্যালয় কেৱল ‘কাম’ কৰা ঠাই ! বিশ্বৰ প্রতিটো কাৰ্যালয়তেই কর্মচাৰীসকলক প্রশ্ন কৰিলে এনে অভিজ্ঞতাৰ কথা শোনা যাব । এইবাৰ সেই সমস্যাৰ সমাধান উলিয়াবৰ বাবে আগবাঢ়ি আহিল বেংগালুৰুৰ এটা ষ্টার্ট আপ । তাত দুপৰীয়াৰ সেই মহেন্দ্রক্ষণত কর্মচাৰীসকলে আধা ঘণ্টা শোৱাৰ অধিকাৰ স্বীকৃত হ’ল ।

ADVERTISEMENT

বেংগালুৰুৰ এই সংস্থাই মানুহৰ টোপনিৰ সমস্যাৰ সমাধানত কাম কৰে । এইবাৰ তেওঁলোকে কর্মচাৰীসকলৰ টোপনিত গুৰুত্ব দিছে । দুপৰীয়া ক্লান্ত কর্মচাৰীসকলে অলপ শোই লোৱাৰ ব্যৱস্থা কৰা হৈছে কাৰ্যালয়টোত । সংস্থাই দিয়া বিজ্ঞপ্তিৰ পৰা জানিব পৰা গৈছে, প্রত্যেক কর্মচাৰীয়ে প্রতিদিনে দুপৰীয়া দুই বজাৰ পৰা আঢ়ৈ বজা পর্যন্ত শোৱাৰ অধিকাৰ সুনিশ্চিত কৰা হ’ল । পৰিভাষাত ইয়াৰ নাম দিয়া হৈছে ‘অফিচিয়েল নেপ টাইম’ । সংস্থাটোৱে ভৱিষ্যতে শান্ত, অন্ধকাৰ ঘৰত সুন্দৰ টোপনি মৰাৰ পৰিৱেশ তৈয়াৰটো গুৰুত্ব দিব বুলি দাবী কৰা হৈছে । যাতে এই সময়ছোৱাত কর্মচাৰীসকলে ভালকৈ শোব পৰাকৈ পৰিৱেশটো উপযোগী কৰি তুলিব পাৰি ।

সংস্থাৰ কর্মচাৰীসকললৈ প্ৰেৰণ কৰা ইমেইলটোত, হার্ভার্ড বিশ্ববিদ্যালয় আৰু নাছাৰ গৱেষণাৰ উল্লেখ কৰা হৈছে । য’ত কোৱা হৈছে, কামৰ মাজত সামান্য জিৰাই লোৱা বা শোৱা, কামৰ মানোন্নয়নত সহায়ক ।

এই সিদ্ধান্তত সংস্থাটো নিশাৰ ভিতৰতে আলোচনাৰ কেন্দ্র বিন্দু হৈ পৰিছে । টুইটাৰত কোনোৱে কৈছে, এই পদক্ষেপে কর্প’ৰেট সংস্কৃতিত আমূল পৰিৱৰ্তন আনিব, আকৌ কোনোৱে সংস্থাৰ সাহসিকতাৰ প্রশংসা কৰিছে ।

অৱশ্যে এয়ে প্রথম নহয়, ইয়াৰ আগতৈও এনে অদ্ভুত সিদ্ধান্ত লৈ সকলোকে চমক দিছিল সংস্থাটোৱে । এবাৰ তেওঁলোকে একেৰাহে ১০০ দিন ধৰি প্রতি নিশা ন ঘণ্টা শোবৰ বাবে প্ৰশিক্ষাৰ্থীসকলক এক লাখ টকাকৈ দিছিল । সেই ক্ষেত্রত চর্ত আছিল, এই সংস্থাই তৈয়াৰ কৰা তোচকত শোব লাগিব প্ৰশিক্ষাৰ্থীসকলে ।

টোপনি বিশ্লেষণৰ বিভিন্ন আধুনিক প্রযুক্তিৰ সহায়ত পৰ্যবেক্ষণ কৰা হৈছিল । ১০০ দিন সমাপ্ত হোৱাত, প্রত্যেক প্ৰশিক্ষাৰ্থীক নগদ এক লাখ টকা দিয়া হয় । সেই সময়ত এই ঘটনাত হুলস্থূল লাগি গৈছিল । এইবাৰ আৰু অধিক হৈ চৈ কাৰ্যালয়ত কামৰ মাজত আধা ঘণ্টাৰ টোপনি স্বীকৃত হ’ল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BengaluruNapsleepingStart Up
publisher

publisher

Related Posts

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

October 2, 2026
মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

October 2, 2026
চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি
Assam

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d