Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত নাৰীৰ বিৰুদ্ধে অপৰাধ দুগুণ বৃদ্ধি

publisher by publisher
May 23, 2022
in Assam, News
Reading Time: 1 min read
0
ৰাজ্যত নাৰীৰ বিৰুদ্ধে অপৰাধ দুগুণ বৃদ্ধি
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

২০২০ বৰ্ষত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ১৫৪.৩ শতাংশ হাৰে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা অসমত ২০২১ বর্ষতো অভিলেখ সংখ্যক নাৰীজনিত অপৰাধ সংঘটিত হোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি, ২০২০ৰ্ত ৰাজ্যত ২১,৯১৪টা মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল।

ADVERTISEMENT

ইয়াৰ ১,৭৩৬টা ধর্ষণ, ৫৩টা নাৰী সৰবৰাহ, ১২৪টা যৌতুকজনিত হত্যা, ৪,৭৯২টা অপহৰণ আৰু ১১,৩৮৯টা স্বামী নিৰ্যাতনৰ ঘটনা আছিল। দেশৰ ভিতৰতে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত শীর্ষস্থান দখল কৰা তথা ২০২০ৰ এই অপৰাধৰ সংখ্যাক চেৰ পেলাই ২০২১ৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ ৰাজ্যত অভিলেখ সংখ্যক নাৰীজনিত অপৰাধ সংঘটিত হোৱাৰ তথ্য অসম আৰক্ষীৰ বছৰেকীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে।

অসম আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, ২০২০ৰ তুলনাত ২০২১ত ৰাজ্যত ধৰ্ষণ আৰু নাৰী-যুৱতী অপহৰণৰ ঘটনা দুগুণ বৃদ্ধি পাইছে। একেদৰে বিগত বৰ্ষত ৰাজ্যত নাৰী সৰবৰাহৰ ঘটনা চাৰিগুণলৈ বৃদ্ধি পায়। ইয়াৰ উপৰি যৌতুকজনিত হত্যা, স্বামীৰ দ্বাৰা নিৰ্যাতনৰ ঘটনাও পূর্বৰ তুলনাত বৃদ্ধি পায় বুলি তথ্য দাঙি ধৰি সূত্ৰটোৱে কয়, ‘২০২০ত ৰাজ্যত ১,৭৩৬টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল আৰু ২০২১ত এই ঘটনা ৩,৭৪৭ টালৈ বৃদ্ধি পালে।

একেদৰে ২০২০ত ৰাজ্যখনত ৪,৭৯২টা নাৰী-যুৱতী অপহৰণৰ ঘটনা সংঘটিত হৈছিল যদিও এই অপৰাধ ২০২১ত ৭,৬৯১টালৈ বৃদ্ধি পায়। ২০২০ৰ ৫৩ টা নাৰী সৰবৰাহৰ বিপৰীতে ২০২১ত ২১৮টা, ১২৪টা যৌতুকজনিত হত্যাৰ বিপৰীতে বিগত বৰ্ষত ১৩৫টালৈ বৃদ্ধি পায়।

ইয়াৰ উপৰি ২০২০৩ ৰাজ্যত ১১,৩৮৯টা স্বামীৰ দ্বাৰা নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল আৰু বিগত বৰ্ষত এই ঘটনা ১৪,৪৫২টালৈ বৃদ্ধি পালে।’ সূত্ৰত প্ৰকাশ যে বিজেপি চৰকাৰৰ কাৰ্যকালত অর্থাৎ ২০১৬ৰ পহিলা জানুৱাৰীৰ পৰা ২০২১ৰ ৩১ ডিচেম্বৰলৈ ধৰ্ষণ, সৰবৰাহ, যৌতুজনিক মৃত্যু, স্বামীৰ দ্বাৰা নিৰ্যাতন আৰু নাৰী-যুৱতী অপহৰণৰ ১,২০,৯২৬ টা অপৰাধ সংঘটিত হৈছে।

তথ্য অনুসৰি, যোৱা ছবছৰত ৰাজ্যত ১২,৮৩১টা ধৰ্ষণ, ৫৩৪ টা নাৰী সৰবৰাহ, ৮৯৭টা যৌতুকজনিত মৃত্যু আৰু ৩৫,৬০৩টা নাৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে এই ছটা বছৰত ৰাজ্যত অভিলেখ সংখ্যক ৭১,০৬১টা স্বামীৰ দ্বাৰা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বুলি আৰক্ষী সূত্ৰই সদৰী কৰি নাৰীজনিত অপৰাধৰ গ্ৰাফডাল প্ৰতিবছৰে উচ্চ স্তৰলৈ গতি কৰিছে বুলি আঙুলিয়াই দিয়ে। ফলস্বৰূপে চলিত বৰ্ষতো মহিলা অপৰাধৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰাৰ সম্ভাৱনা ব্যক্ত কৰে আৰক্ষী সূত্ৰটোৱে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamwomen-crime
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d