Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মালবাহী ট্রাকৰ স’তে সংঘৰ্ষ এম্বুলেন্সৰ, উত্তৰ প্রদেশৰ ভয়াৱহ দুর্ঘটনাত মৃত সাত

publisher by publisher
May 31, 2022
in India, News
Reading Time: 1 min read
0
মালবাহী ট্রাকৰ স’তে সংঘৰ্ষ এম্বুলেন্সৰ, উত্তৰ প্রদেশৰ ভয়াৱহ দুর্ঘটনাত মৃত সাত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

ভয়াৱহ পথ দুৰ্ঘটনাত সাতজনৰ মৃত্যু হ’ল উত্তৰ প্রদেশত (Uttar Pradesh) । এখন চলন্ত ট্রাকৰ স’তে খুণ্ডা লাগে এখন এম্বুলেন্সৰ । ঘটনাস্থলতেই মৃত্যু হয় এম্বুলেন্সত থকা সাতজনৰ । এই ঘটনাত শোক প্রকাশ কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে । প্রাথমিকভাৱে আৰক্ষীৰ অনুমান, টোপনিত চকু জাপ খাই গৈছিল এম্বুলেন্স চালকজনৰ । তাতেই বিপত্তি ঘটে ।

ADVERTISEMENT

আৰক্ষী সূত্রে জানিব পৰা গৈছে, মঙলবাৰে পুৱতি নিশা দিল্লীৰ এখন বেচৰকাৰী হাস্পাতালত চিকিৎসা কৰাই বৰেলিৰ (Bareilly) গাঁৱলৈ উভতিছিল একেটা পৰিয়ালৰ ছয়জন সদস্য । ঘটনাৰ সময়ত সম্ভৱত টোপনি গৈছিল এম্বুলেন্সৰ চালকজন । তেতিয়াই উলোটা দিশৰ পৰা অহা এখন মালবাহী ট্রাকৰ স’তে সংঘৰ্ষ (Ambulance Collides with Truck) হয় এম্বুলেন্সখনৰ । গুৰুতৰভাৱে আহত হয় এম্বুলেন্সৰ সাতজন যাত্রী । স্থানীয় লোকৰ উদ্যোগত হাস্পাতালত লৈ যোৱা হয় তেওঁলোকক । তাতেই চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে ।

#UPCM @myogiadityanath ने जनपद बरेली में सड़क दुर्घटना में हुई जनहानि पर गहरा शोक प्रकट किया है।

मुख्यमंत्री जी ने दिवंगत आत्माओं की शांति की कामना करते हुए शोक संतप्त परिजनों के प्रति संवेदना व्यक्त की है।

— CM Office, GoUP (@CMOfficeUP) May 31, 2022

এছপি ৰোহিত সিং সজবাণে জনাইছে, গাড়ীৰ চালকজন টোপনি গৈছিল । সেই সময়তেই ডিভাইডাৰ পাৰ কৰি উলোটা দিশৰ পৰা অহা মালবাহী মিনি ট্রাকৰ স’তে খুণ্ডা লাগে এম্বুলেন্সখনৰ । তাৰ পাছতেই ঘটনাস্থলৰ পৰা আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে । আৰক্ষীয়ে আৰু জনাইছে, মৃতসকলৰ ভিতৰত চাৰিজন পুৰুষ আৰু তিনিগৰাকী মহিলা । মৃত লোকজনৰ পত্নী, পুত্র, ভগ্নী, ভাগিন আৰু ভনী জোঁৱাইৰ এই দুর্ঘটনাত মৃত্যু হৈছে । মৃত্যু হৈছে গাড়ীৰ চালকৰো ।

এই দুর্ঘটনাৰ কথা জনাই শোক প্রকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে (Yogi Adityanath) । তেওঁৰ দপ্তৰৰ পৰা টুইট কৰি কোৱা হৈছে, “বৰেলিত ভয়াৱহ দুর্ঘটনাৰ কথা জানিব পাৰি গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে । মৃতসকলৰ আত্মাৰ শান্তিৰ উদ্দেশ্যে প্রার্থনা কৰিছে তেওঁলোকে । শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনাইছে মুখ্যমন্ত্রীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ACCIDENTUttarpradesh
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d