Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চৰকাৰী বিদ্যালয়ত ইংৰাজী ভাষা প্ৰয়োগ, চৰকাৰৰে দল-সংগঠনৰ হোৱা আলোচনা বিফল

publisher by publisher
August 18, 2022
in Assam, News
Reading Time: 1 min read
0
চৰকাৰী বিদ্যালয়ত ইংৰাজী ভাষা প্ৰয়োগ, চৰকাৰৰে দল-সংগঠনৰ হোৱা আলোচনা বিফল
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Results Of The Gunotsav Will Be Announced On Thursday:বৃহস্পতিবাৰে ঘোষণা হ’ব গুণোৎসৱৰ ফলাফল

Assam Has the Highest Number of Students Dropping Out of School in Class X in the Country:অসমত দশম শ্রেণীত দেশৰ ভিতৰত সর্বাধিক শিক্ষাৰ্থীৰ বিদ্যালয় ত্যাগ !

School Teaches Only 10 Days of 42 Days:স্কুলত ৪২ দিনৰ মাত্ৰ ১০ দিনহে পাঠদান !

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰিবলৈ ওলোৱা বিষয়ক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ৰাজ্য চৰকাৰৰে আছু,এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ কৰ্মকৰ্তাৰে অনুষ্ঠিত হয়  এক গুৰুত্বপূৰ্ণ বৈঠক ৷ কিন্ত বৈঠকত নোলাল কোনো সমাধান সূত্ৰ ৷ ৰাজ্য চৰকাৰৰ হৈ বৈঠকত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে কয়,পৰৱৰ্তী সময়ত পুনৰ চৰকাৰ আৰু দল- সংগঠনৰ বৈঠক অনুষ্ঠিত হ’ব আৰু তাতে নিশ্চয় সমাধান সূত্ৰ ওলাব ৷

ADVERTISEMENT

বৈঠক শেষ কৰি সংবাদমাধ্যমৰ আগত কয় যে, আজি বৈঠকত ভাগ লোৱা সংগঠন কেইটাই মাতৃভাষাৰ শিক্ষানুষ্ঠান সমুহত গুণগত শিক্ষা দাবী কৰি ইংৰাজীৰ জ্ঞান দিয়াৰ ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণৰ দাবী কৰে সংগঠন কেইটাই। একেদৰে বিদ্যালয় সমুহৰ আন্ত:গাঠনি অতি নিম্নমানৰ বুলি সংগঠন সমুহে কোৱাৰ বিপৰীতে চৰকাৰে জনায় যে আন্তগাঁথনিৰ বাবে ইতিমধ্যে চৰকাৰে ধাৰ্য্য কৰিছে ১০ কোটি টকা ৷ আনহাতে বৈঠকক ভাগ লোৱা আছুৰ উপদেষ্টা ড:সমু্জ্জল ভট্টাচাৰ্যই সাংবাদিকক কয়, এই বৈঠকত কোনো সমাধান সূত্ৰ নোলাল এইকাৰণেই যে, চৰকাৰৰ সিদ্ধান্ত আছিল অবিবেকী আৰু অদৰকাৰী ৷ চৰকাৰে নতুনকৈ স্থাপন কৰা আদৰ্শ বিদ্যালয় সমুহ চিবিএছ ই ৰ অধীনলৈ নিয়াৰ তীব্ৰ বিৰোধিতা কৰি ভট্টাচাৰ্যই কয়,মাতৃভাষাৰ ওপৰত শেহতীয়াকৈ চাৰিওফালৰ পৰা আক্ৰমণ অব্যাহত আছে ৷ আনকি তৃতীয় আৰু চতুবৰ্গ চাকৰি নিযুক্তি বাবে হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত হিন্দীত প্ৰস্তুত কৰি চৰকাৰে এক প্ৰকাৰ মোক্ষম আঘাত হানিছে ৷

আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতা দীপেন বড়োৱে কয় ,আমি নিজৰ স্থিতিৰ পৰা বিচলিত নহও৷চৰকাৰৰ সৈতে মুল বিষয়ত একমত হ’ব পৰা নাই ৷ অৱশ্যে সমগ্ৰ বিষয় সন্দৰ্ভত এমাহৰ ভিতৰত চৰকাৰৰে পুনৰ বৈঠকত মিলিত হোৱাৰ কথা সদৰি কৰে ছাত্ৰ নেতাদ্বয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam Education
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d