Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Has the Highest Number of Students Dropping Out of School in Class X in the Country:অসমত দশম শ্রেণীত দেশৰ ভিতৰত সর্বাধিক শিক্ষাৰ্থীৰ বিদ্যালয় ত্যাগ !

একাধিক ৰাজ্যৰ উত্তৰণৰ বিপৰীতে অসমত শোচনীয় অৱস্থাই অব্যাহত

publisher by publisher
February 1, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Assam Has the Highest Number of Students Dropping Out of School in Class X in the Country:অসমত দশম শ্রেণীত দেশৰ ভিতৰত সর্বাধিক শিক্ষাৰ্থীৰ বিদ্যালয় ত্যাগ !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Results Of The Gunotsav Will Be Announced On Thursday:বৃহস্পতিবাৰে ঘোষণা হ’ব গুণোৎসৱৰ ফলাফল

School Teaches Only 10 Days of 42 Days:স্কুলত ৪২ দিনৰ মাত্ৰ ১০ দিনহে পাঠদান !

New Year Wishes : নৱ বৰ্ষ উপলক্ষে প্ৰজ্ঞান জ্যোতি ভূঞা ( কটন বিশ্ববিদ্যালয় ,উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ ) ৰ একান্ত অনুভৱ :

Assam Has the Highest Number of Students Dropping Out of School in Class X in the Country:

ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ নামত শিক্ষা বিভাগে সঘনে সংস্কাৰমুখী’ পদক্ষেপ গ্রহণ কৰি আহিছে। এইবোৰৰ অন্তঃসাৰশূন্যতা প্রমাণ কৰি অসমত দশম শ্রেণীত বিদ্যালয় এৰা ‘ড্রপ আউট ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমগ্র দেশৰ ভিতৰতে সর্বাধিক হৈছে।

ADVERTISEMENT

কেৱল এয়াই নহয়, শিক্ষাৰ মান উন্নয়নৰে দেশৰ অন্যান্য ৰাজ্যবোৰে নিজক উন্নত পর্যায়লৈ নিবলৈ সক্ষম হোৱাৰ বিপৰীতে অসমৰ স্থান আটাইতকৈ তলৰ তিনিখন ৰাজ্যৰ ভিতৰতে সদায় আছে।

অথচ শিক্ষা ব্যৱস্থাৰ নেতিবাচক এই দিশটোত অসমৰ লগত থকা চুবুৰীয়া ৰাজ্যয়ো নিজক উন্নত পর্যায়লৈ নিবলৈ সক্ষম হৈছে।

তেনে ৰাজ্য এতিয়া শীৰ্ষৰ তালিকাত নাই। অৰুণাচল প্রদেশ ইয়াৰ ভিতৰত অন্যতম। তদুপৰি গুৰুত্বপূৰ্ণ দিশটো হ’ল যে অসমৰ এই উচ্চ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ যথেষ্ট বেছি।

ইউনিফাইড ডিস্ট্রিক ইনফৰমেছন ছিষ্টেম ফৰ এডুকেছন প্লাছ (ইউডিআইএছই প্লাছ)ৰ শেহতীয়া প্রতিবেদনত অসমৰ শিক্ষাখণ্ডৰ এই দুৰৱস্থাৰ ছবিখন পোহৰলৈ আহিছে। চাৰিটা শিক্ষাবৰ্ষৰ তুলনাৰে দেখুওৱা হৈছে দুৰৱস্থাৰ ছবিখনক। তাৰ লগতে তুলনা কৰা হৈছে ৰাষ্ট্ৰীয় হাৰক।

প্রতিবেদন অনুসৰি, ২০১৮-১৯ ত শৈক্ষিক জীৱনৰ অন্যতম গুৰুত্বপূর্ণ দশম শ্রেণীত শিক্ষা ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় হাৰ আছিল ২৮.৪ শতাংশ। উক্ত বৰ্ষত অসমৰ হাৰ আছিল ৪৪ শতাংশ। সেই বছব এই পৰিমাণৰ হাৰেৰে অসমৰ স্থান দেশৰ ভিতৰত তৃতীয় আছিল। প্রথম আছিল বিহাৰ ৫৩.৭ শতাংশ আৰু দ্বিতীয় আছিল অৰুণাচল প্রদেশ ৫১ শতাংশ।

২০১৯-২০৩ ৰাষ্ট্ৰীয় হাৰৰ পৰিমাণ আছিল ২৬ শতাংশ। সেইবছৰ অসমৰ নাম তালিকাৰ প্ৰথম স্থানত আছিল। দ্বিতীয় স্থানত আছিল বিহাৰ ৪১.৯২ শতাংশ আৰু তৃতীয় স্থানত আছিল অৰুণাচল প্রদেশ ৩৮.৫৩ শতাংশ।

২০২০-২১ ত দশম শ্রেণীত শিক্ষানুষ্ঠান, ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় হাৰ আছিল ২৫.৪ শতাংশ। উক্ত বৰ্ষত অসমৰ স্থান হয় দেশৰ ভিতৰতে প্রথম।

প্রতিবেদন অনুসৰি, অসমৰ শিক্ষানুষ্ঠানৰ ৪৭ শতাংশ ছাত্র-ছাত্রীয়ে দশম শ্রেণীতে শিক্ষা জীৱনৰ সামৰণি মাৰি বিদ্যালয় ত্যাগ কৰে। অসমৰ পাছতে দ্বিতীয় স্থানত থাকে বিহাৰ (৪১.৬ শতাংশ) আৰু তৃতীয় স্থানত থাকে উৰিষ্যা ৩৯.৪ শতাংশ।

২০২১-২২ত ৰাষ্ট্ৰীয় হাৰৰ পৰিমাণ আছিল ২০.৬ শতাংশ। সেই বছৰ তৃতীয় স্থানত থকা অসমৰ হাৰ আছিল ২৮.৩ শতাংশ। তথাপিও বাষ্ট্রীয় হাৰতকৈ বহু বেছি। উক্ত বৰ্ষত প্রথম স্থানত থকা উৰিষ্যাৰ হাৰৰ পৰিমাণ আছিল ৪৯.৯ শতাংশ আৰু দ্বিতীয় স্থানত থকা বিহাৰৰ হাৰ আছিল ৪২.১ শতাংশ।

অসমৰ ধাৰাবাহিক এনে বিফলতা অত্যন্ত গুৰুত্বপূর্ণ বিবেচিত হৈছে। দশম শ্রেণীতে শিক্ষা জীৱন ত্যাগ কৰা ছাত্র- ছাত্রীৰ সংখ্যা বৃদ্ধিৰ উপৰি পৰীক্ষাত বৃহৎ সংখ্যক ছাত্র-ছাত্রী উত্তীর্ণ নোহোৱাকৈ থাকে। অর্থাৎ অনুত্তীর্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও যথেষ্ট বেছি। উদাহৰণ স্বৰূপে ২০১৯ ত ১,২২,৭২২ গৰাকী, ২০২০ ত ১,২০,৪৪০ আৰু ২০২২ ত ১,৬৮,০৬৩ গৰাকী পৰীক্ষার্থী মেট্রিকত উত্তীর্ণ নহ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam EducationHighest NumberOut of School in Class XStudents Dropping
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d