Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Heart Attack : হৃদ্‌ৰোগত আক্রান্ত ৰোগীৰ হাৰ ভাৰততে সৰ্বাধিক, সাম্প্রতিক সমীক্ষাত প্ৰকাশ

publisher by publisher
October 5, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Heart Attack : হৃদ্‌ৰোগত আক্রান্ত ৰোগীৰ হাৰ ভাৰততে সৰ্বাধিক, সাম্প্রতিক সমীক্ষাত প্ৰকাশ
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Heart Disease : ভাৰতত মহিলাৰ মাজত বাঢ়িছে হৃদৰোগ : কিন্তু কিয় ?

Heart Attack Risk : হৃদ্‌ৰোগৰ শংকা হ্ৰাস কৰিব বিচাৰে ? দৈনন্দিন কোন তিনিটা আসন কৰিব

High Cholestrerol Reasons : আপোনাৰো আছে নেকি এই পাঁচটা অভ্যাস !বৃদ্ধি পাব পাৰে কলেষ্টেৰলৰ মাত্ৰা

ভাৰতৰ যুৱ প্রাপ্তবয়স্কসকলৰ হার্ট একেকৰ শংকা ক্রমশ বাঢ়িছে । ‘কার্ডিয়’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়া’-ৰ সাম্প্রতিক সমীক্ষাত এই তথ্য প্ৰকাশ । সমগ্ৰ ভাৰতৰ প্রায় পাঁচ হেজাৰজন চিকিৎসকে কৰা এটা পর্যবেক্ষণ অনুযায়ী, প্রাপ্তবয়স্ক যুৱৰ উপৰিও বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ হৃদ্‌ৰোগৰ সংশয় বাঢ়িছে । যুৱ প্রাপ্তবয়স্কসকলৰ ‘কৰোনাৰি হার্ট ডিজিজ’ (চিএইছডি) ক্রমশ উদ্বেগজনক হৈ উঠিছে ।

ADVERTISEMENT

সমীক্ষা অনুযায়ী, হৃদ্‌ৰোগত আক্রান্ত ৰোগীৰ হাৰ ভাৰতত সৰ্বাধিক । চিকিৎসকসকলৰ মতে, জীৱনযাত্রাত ধৰণ হৃদ্‌ৰোগৰ এটি বৃহৎ কাৰণ । প্রক্রিয়াজাত খাদ্য খোৱাৰ প্রৱণতা, তেল-মছলাজাতীয় খাদ্যৰ প্রতি আকৰ্ষণ, শৰীৰচর্চা নকৰা, অনিয়মিত খাদ্যাভ্যাস, অত্যধিক পৰিমাণে কায়িক পৰিশ্রম কৰা — এনেধৰণৰ কিছু কাৰণত হার্টৰ অসুখ ক্রমশ বাঢ়িছে ।

ইয়াৰ উপৰি মাত্রাতিধিক হাৰত ম’বাইলৰ ব্যৱহাৰ, চেনি খোৱাৰ অভ্যাসো হৃদ্‌ৰোগৰ কাৰণ হৈ পৰিছে । অতিৰিক্ত ধূমপানো ‘কৰোনাৰি হার্ট ডিজিজ’-ৰ কাৰণ হৈ পৰিব পাৰে বুলি জনাইছে চিকিৎসকসকলে ‌।

বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ হার্টৰ অসুখৰ অন্যতম কাৰণ ম’বাইলৰ সংস্পর্শত অধিক সময় থকা । কিশোৰ-কিশোৰীসকলৰ ম’বাইল ব্যৱহাৰৰ আশক্তি অত্যধিক । সমীক্ষা অনুসৰি, অনেকেই নিশা শুৱাৰ আগতে সামাজিক মাধ্যম ব্যৱহাৰ কৰে ।

নিশ্বাস লোৱাত কষ্ট হোৱা, বুকুত বিষ, মানসিক অবসাদ, ভৰি আৰু হাত ফুলি যোৱা, ক্রমাগত কাহ, বমি বমি ভাৱ, হৃদ্‌স্পন্দনৰ হাৰ কমি যোৱা— ‘চিএইচডি’-ৰ অন্যতম লক্ষণ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: heart disease
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d