Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Heart Attack Risk : হৃদ্‌ৰোগৰ শংকা হ্ৰাস কৰিব বিচাৰে ? দৈনন্দিন কোন তিনিটা আসন কৰিব

publisher by publisher
August 30, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Heart Attack Risk : হৃদ্‌ৰোগৰ শংকা হ্ৰাস কৰিব বিচাৰে ? দৈনন্দিন কোন তিনিটা আসন কৰিব
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

১৫ মিনিট এই ব্যায়াম কৰিলেই কমিব পেটৰ চৰ্বি 

কোনবোৰ আসনে যকৃতক সুস্থ কৰি ৰাখিব?

সৌন্দর্য বৃদ্ধিৰ বাবে উত্তম যোগ আসন কি?

সুস্থ থাকিবলৈ শৰীৰচর্চাৰ বিকল্প নাই । নিয়মিত ব্যায়াম কৰাৰ অভ্যাসে বহু ৰোগ দূৰতে ৰখাত সহায় কৰে । চিকিৎসকৰ মতে, কেৱল ওজন নিয়ন্ত্রণত ৰাখিবলৈয়ে নহয়, হৃদ্‌ৰোগৰ শংকা কমাবলৈও প্রয়োজন শাৰীৰিক কচৰৎ । অস্বাস্থ্যকৰ জীৱনযাপন, অনিয়মিত খাদ্যাভ্যাস, শৰীৰচর্চা নকৰাৰ বাবে হৃদ্‌ৰোগজনিত সমস্যা হয় ।

ADVERTISEMENT

সুস্থ থাকিবলৈ আৰু হার্ট এটেকৰ শংকা হ্ৰাস কৰিবলৈ নিয়মিত শৰীৰচর্চা কৰা প্রয়োজন । অৱশ্যে হৃদ্‌যন্ত্র সুস্থ ৰাখিবলৈ চিকিৎসকসকলে নির্দিষ্ট কিছুমান ব্যায়াম কৰাৰ কথা কয় । নিতৌ শৰীৰচর্চা কাৰ্যসূচীত সেইবোৰ ৰাখিলে হৃদ্‌যন্ত্র সুস্থ থাকিব দীর্ঘ দিন ।

তেনে ধৰণৰে কিছুমান ব্যায়াম হৈছে :

পদহস্তাসন
এই আসনটো কৰিবলৈ প্রথমে পোন হৈ থিয় হ‌ওক । তাৰ পাছত লাহে লাহে ভৰি দুখনৰ মাজত সামান্য ব্যৱধান ৰাখি থিয় হ‌ওক । এইবাৰ ভালকৈ শ্বাস লৈ হাত দুখন ওপৰৰ দিশে উঠাই নিয়ক । কঁকালৰ পৰ শৰীৰৰ ওপৰৰ অংশ সন্মুখৰ ফালে হাউলি দিয়ক । হাতৰ সহায়ত গোড়োহা স্পর্শ কৰক । ধ্যান ৰাখিব যাতে আঠু ভাঙি নাযায় । ২০-৩০ ছেকেণ্ড এই অৱস্থাত থকাৰ পাছত লাহে লাহে আগৰ অৱস্থাত ঘূৰি আহক ।

ধনুৰাসন
এই আসনটো কৰিবলৈ প্রথমে পেট ওপৰমুৱা কৰি শুই ল‌ওক । তাৰ পাছত আঠু ভাজ কৰি ভৰিৰ পতা যথা সম্ভৱ পিঠিৰ ওপৰলৈ লৈ আহক । হাত দুখন পিছলৈ আনি গোড়োহাৰ ওপৰত জোৰেৰে ধৰি ৰাখক । চেষ্টা কৰক ভৰি দুখন যাতে মূৰৰ ওচৰৰলৈকে আহে । পেট তললৈ কৰি ওপৰৰ ফালে চাওক । এই ভংগীত স্বাভাৱিক শ্বাস-প্রশ্বাস লৈ ২০-৩০ ছেকেণ্ড থাকক । তাৰ পাছত লাহে লাহে আগৰ ভংগীত ঘূৰি আহক ।

ভুজংগাসন
এই আসনটো কৰা অতি সহজ । প্রথমে হাতৰ তলুৱাৰ মাজভাগত ভৰ দি কামিহাড়ৰ দুকাষত ৰাখক । ইয়াৰ পাছত কঁকালৰ পৰা ভৰি পর্যন্ত মাটিত ৰাখক, হাতৰ তলুৱাৰ ওপৰত ভৰ দি শৰীৰৰ বাকী অংশ লাহে লাহে ওপৰৰ দিশে লৈ আহক । মূৰটো সামান্য বেঁকা কৰি ওপৰৰ ফালে চাওক । কিছু ছেকেণ্ড থকাৰ পাছত পূৰ্বৰ অৱস্থাত ঘূৰি আহিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ExerciseHeart Careheart diseaseyoga
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d