Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

UNION CABINET : ১১ লাখৰো অধিক ৰে’ল কৰ্মচাৰীয়ে লাভ কৰিব ৭৮ দিনৰ বোনাচ

কেন্দ্ৰীয় কেবিনেট বৈঠকত অনুমোদন

publisher by publisher
October 12, 2022
in Assam, India, News
Reading Time: 1 min read
0
UNION CABINET : ১১ লাখৰো অধিক ৰে’ল কৰ্মচাৰীয়ে লাভ কৰিব ৭৮ দিনৰ বোনাচ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

IB Director Tapan Kr.Deka:আইবি’ৰৰ সঞ্চালকৰূপে কাৰ্যকাল পুনৰ এবছৰলৈ বৃদ্ধি তপন কুমাৰ ডেকাৰ কেন্দ্ৰীয় কেবিনেট জনালে অনুমোদন

Cabinet meeting in Nalbari:নলবাৰীত কেবিনেট বৈঠক

BJP National Council Meeting Starts in New Delhi:আজিৰে পৰা দুদিনীয়াকৈ নতুন দিল্লীৰ ভাৰত মণ্ডপনত

UNION CABINET : কেন্দ্ৰীয় কেবিনেটে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে ৰে’ল কৰ্মচাৰীসকলক ৭৮ দিনৰ সমান উৎপাদনশীলতা সংযোজিত বোনাচ পৰিশোধৰ বাবেও অনুমোদন জনাইছে । ১১.২৭ লাখ ৰে’ল কৰ্মচাৰীক ১৮,৩২ কোটি টকাৰ উৎপাদনশীলতা-সংযোজিত বোনাচ প্ৰদান কৰা হ’ব । ই ৭৮ দিনৰ বোনাচ হ’ব আৰু ইয়াৰ সৰ্বাধিক সীমা হ’ব ১৭,৯৫৭ টকা ৷

ADVERTISEMENT

আনহাতে কেন্দ্ৰীয় কেবিনেটে ৰন্ধন গেছৰ (এলপিজি)বাবে ৰাজ্যিক মালিকানাধীন তেল বিপণন কোম্পানী সমূহক এককালীন ক্ষতিপূৰণ ৰখাৰ বাবে অনুমোদন জনাইছে। ইয়াৰ বাবে বিত্ত মন্ত্ৰালয়ে নগদ ২২,০০০ কোটি টকা পৰিশোধ কৰিবলৈ সন্মত হৈছে। ইণ্ডিয়ান অইল নিগম, ভাৰত পেট্ৰ’লিয়াম নিগম আৰু হিন্দুস্তান পেট্ৰ’লিয়াম নিগম এই অনুদানৰ হিতাধিকাৰী হ’ব। কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি কেন্দ্ৰীয় চৰকাৰৰ মুখপাত্ৰ তথা কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “সমগ্ৰ বিশ্বতে এলপিজিৰ মূল্য বৃদ্ধি পাইছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ তেল বিপণন কোম্পানীবোৰক এককালীন ২৩,০০০ কোটি টকাৰ অনুদান দিয়া হৈছে যাতে বৰ্ধিত মূল্যৰ বোজা সাধাৰণ লোকৰ ওপৰত নপৰে। ”
একেদৰে কেন্দ্ৰীয় কেবিনেটে বহু-ৰাজ্যিক সমবায় সমিতি (সংশোধনী) বিধেয়ক,২০২২ত অনুমোদন জনাইছে৷ যিয়ে বহু-ৰাজ্যিক সমবায় সমিতি আইন, ২০০২ সংশোধন কৰিব বিচাৰে। ইয়াত ৯৭ তম সংবিধান সংশোধনীৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব। কেবিনেটে ২০২২-২৩ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ পঞ্চদশ বিত্ত আয়োগৰ বাকী চাৰি বছৰৰ বাবে উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন উদ্যোগ (পিএম-ডিইভাইন) নতুন আঁচনিত অনুমোদন জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MeetingUnion Cabinet
publisher

publisher

Related Posts

দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব
India

September 9, 2026
লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ
International

লাওখোলাসহ ৩৯ মানৱ শৰীৰৰ অৱশিষ্ট প্রত্যর্পণৰ বাবে সন্মতি প্রকাশ অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ

September 9, 2026
মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ
Assam

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

September 9, 2026
Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d