Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rishi Sunak Wife : ঋষি-পত্নীৰ ইনফ’ছিছৰ পৰা বার্ষিক আয় প্রায় ১২৬ কোটি !

তৎস্বত্ত্বেও কিয় কৰ নিদিয়ে অক্ষতাই ?

publisher by publisher
October 26, 2022
in India, International, Lifestyle, News
Reading Time: 1 min read
0
Akshta Murti

Rishi Sunak' and wife Akshata

2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Richest RS MP has not bought a single saree in 30 years:বিগত ত্ৰিশবছৰে এখনো শাড়ী ক্ৰয় নকৰা ৰাজ্যসভাৰ ধনাঢ্য সংসদ গৰাকী

British Prime Minister Is The Victim Of Racism:বৰ্ণবিদ্বেষৰ বলি ব্রিটিছ প্রধানমন্ত্রী !

Rishi Sunak : গাড়ীত ছিটবেল্ট পৰিধান নকৰি জৰিমনা ভৰিলে খোদ ব্ৰিটেইনৰ প্ৰধামন্ত্ৰী ছুনাকে

ADVERTISEMENT

Rishi Sunak Wife :

স্বামী ব্রিটেইনৰ প্রধানমন্ত্রী । ইনফ’ছিছৰ সহ-প্রতিষ্ঠাপক নাৰায়ণ মূর্তি আৰু প্ৰধান সুধা মূর্তিৰ কন্যা অক্ষতা । বহু ক্ষেত্রত তেওঁ স্বামী ঋষি ছুনককো প্ৰত্যাহ্বান দিব পাৰে অনায়াসে ।

ব্রিটেইনৰ ‘ফাৰ্ষ্ট লেডি’ অক্ষতা মূর্তি বেংগালুৰুৰ বাসিন্দা । কেলিফ’র্নিয়াৰ ক্লেৰমন্ট মেককেনা কলেজৰ পৰা অর্থনীতি আৰু ফৰাচী বিষয়ত স্নাতক অক্ষতা । লছ এঞ্জেলেছৰ ফেছন ইনষ্টিটিউট অৱ ডিজাইন এণ্ড মার্চেণ্ডাইজিঙৰ পৰা ডিজাইনিঙত ডিপ্লমা কৰে তেওঁ । ইয়াৰ পাছত তেওঁ ষ্টেনফ’র্ডত এমবিএ কৰিবলৈ যায়, য’ত তেওঁ ঋষি ছুনকক লগ পায় ।

ব্রিটেইনত পুৰুষৰ পোছাকৰ এটা ফেছন লেবেলৰ মালিক অক্ষতা । ২০১১ত প্রথম পোছাকশিল্পীৰূপে আত্মপ্রকাশ হয় তেওঁৰ । তেওঁ ডেলয়েট আৰু ইউনিলিভাৰতো কিছু সময়ৰ বাবে কাম কৰিছিল ।

Rishi and family 1
Rishi and family

ইনফ’ছিছতো শ্বেয়াৰ আছে তেওঁৰ । ছেপ্টেম্বৰৰ শেষত পোৱা নথি অনুযায়ী, ইনফ’ছিছৰ ০.৯৩ শতাংশ শ্বেয়াৰ আছে অক্ষতাৰ হাতত । ২৫ অক্টোবৰৰ বজাৰদৰ অনুযায়ী, তেওঁৰ মালিকানাধীন শ্বেয়াৰৰ মূল্য পাঁচ হেজাৰ ৯৫৬ কোটি টকা ।

প্রধানমন্ত্রী হোৱাৰ দৌৰত ঋষি ছুনকৰ নাম উত্থাপন হোৱাৰ পাছৰ পৰা তেওঁৰ সম্পত্তি, আয়কৰক লৈ তদন্তৰ আওতাত আহে অক্ষতা । যিসকল ব্যক্তি ব্রিটেইনৰ বাহিৰৰ বাসিন্দা, কিন্তু জীৱিকা সূত্রে ব্রিটেইনত আছে, তেওঁলোকে সেই দেশৰ চৰকাৰক এটা বিশেষ কৰ দিব লাগে । ‘প্রভাৱ’ বিস্তাৰ কৰি সেই কৰ ফাঁকিৰ অভিযোগ উঠে অক্ষতাৰ বিৰুদ্ধে ।

যদিও ছুনক এজন ব্রিটিছ নাগৰিক, অক্ষতা ভাৰতীয় নাগৰিকৰ । ব্রিটেইনৰ আইন অনুযায়ী, ব্রিটেইনৰ যিসকল বাসিন্দাৰ সেই দেশৰ বাহিৰত কোনো স্থায়ী বাসগৃহ আছে, তেওঁলোকে বিদেশৰ পৰা যি আয় কৰে তাৰ ওপৰত ইউকে চৰকাৰক কোনো ধৰণৰ কৰ দিব নালাগে । সেয়ে অক্ষতাই ভাৰতৰ পৰা যি আয় কৰে, তাৰ ওপৰত কোনো ধৰণৰ কৰ ব্রিটেইন চৰকাৰক দিব নালাগে । আগন্তুক ১৫ বছৰ পৰ্যন্ত এই নিয়ম জাৰি থাকিব ।

Akshata Murty Serves Tea And Biscuits to Journalists

প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় নাগৰিক হোৱাৰ বাবে তেওঁ মুঠ ২০ মিলিয়ন পাউণ্ড (ভাৰতীয় মুদ্রাত প্রায় ১৮৯ কোটি টকা) কৰ দিয়াৰ পৰা ৰেহাই পাইছে । ২০২২ত তেওঁ ইনফ’ছিছ শ্বেয়াৰৰ পৰা ১৫.৩ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ১২৬ কোটি টকা) আয় কৰে ।

কৰ ফাঁকি দিয়াৰ বিষয়ত অক্ষতাৰ মুখপাত্র‌ই সংবাদমাধ্যমক জনাইছে ভাৰতীয় নাগৰিক হোৱাৰ বাবে অক্ষতাই ভাৰতীয় আয়ৰ ওপৰত কৰ দিব নালাগে । অৱশ্যে ব্রিটেইনৰ পৰা তেওঁৰ যি আয় হয় তাৰ ওপৰত তেওঁ আবণ্টন কৰ দিয়ে । ভৱিষ্যতেও দিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Akshta MurtiNarayan MurtiRishi SunakSudha Murti
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d