Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

James Webb Space Telescope : দ্বিতীয় চমক ! ভিনগ্রহত মেঘ-পানী প্ৰত্যক্ষ ৱেবৰ

publisher by publisher
July 14, 2022
in International, News
Reading Time: 1 min read
0
James Webb Space Telescope : দ্বিতীয় চমক ! ভিনগ্রহত মেঘ-পানী প্ৰত্যক্ষ ৱেবৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

এহেজাৰ আলোকবর্ষ দূৰৰ এখন জগৎ । তাতো আছে এটা সূর্য । তাক বৃত্ত কৰি প্রদক্ষিণ কৰিছে এটা দৈত্যাকাৰ গেছীয় পিণ্ড ।

ADVERTISEMENT

ঠিক যেন এই পৃথিৱীৰেই প্রতিবিম্ব, মহাকাশৰ ক’লা অন্ধকাৰত কোনো এটা আইনাত ফুটি উঠিছে । তাত পানী, মেঘ, ধোঁৱা… সকলোৰে চিহ্ন স্পষ্ট । নাছাৰ জেমছ ৱেব স্পেছ টেলিস্কোপৰ দ্বিতীয় চমক । কিছুদিন পূৰ্বেই প্রকাশিত হৈছে জেমছ ৱেবে তোলা এটা নির্মীয়মাণ নক্ষত্রপুঞ্জৰ সমাহাৰৰ ছবি ।

পৃথিৱীৰ দৰে প্রাণৰ অনুকূল কোনো গ্রহ যে থাকিব পাৰে, তেনে ইংগিত পূৰ্বেও পোৱা গৈছিল । টেলিস্কোপৰ লেন্সত ধৰা পৰা কোনো কোনো ভিনগ্রহৰ ছবি দেখি কৌতূহলো জন্মিছে । কিন্তু এনে স্পষ্ট ছবি, জেমছ ৱেবৰ আগতে কোনেও দিয়া নাই । নাছাই জনাইছে, ডব্লিউএএছপি-৯৬ মিল্কি ৱেৰৰেই এটা এক্সোপ্লেনেট । তাৰ দৰে পাঁচ হেজাৰ এক্সোপ্লেনেট চিহ্নিত হৈছে । এক্সোপ্লেনেট হ’ল সৌৰজগতৰ বাহিৰত থকা কোনো গ্রহ, যিয়ে পৃথিৱীৰ দৰে কোনো এটা নক্ষত্রক প্রদক্ষিণ কৰিছে । পৃথিৱীৰ দক্ষিণৰ আকাশত আমাৰ গ্রহৰ পৰা প্রায় ১১৫০ আলোকবর্ষ দূৰত ফিনিক্স কনষ্টেলেছন বা নক্ষত্রপুঞ্জত আছে ডব্লিউএএছপি-৯৬ গ্রহটো । এইটো এটা গেছীয় পিণ্ড, কিন্তু সৌৰজগতৰ ইয়াৰ স’তে কোনো প্ৰত্যক্ষ সম্পর্ক নাই । বৃহস্পতি গ্রহৰ অর্ধেকৰো কম ভৰ ইয়াৰ । কিন্তু ব্যাস বৃহস্পতিৰ ১.২ গুণ অধিক । সৌৰজগতৰ যিকোনো গ্রহৰ তুলনাত ই বহু স্ফীত । তাপমাত্রাও বসবাসৰ অযোগ্য, ৫৩৮ ডিগ্রী ছেলছিয়াছ ।

তদুপৰি আৰু কিছু বিষয় চকুত পৰাৰ দৰে । গ্রহটো তাৰ নক্ষত্রৰ পৰা খুব এটা বেছি দূৰত নাই । সূর্যৰ আটাইতকৈ কাষৰ গ্রহ বুধ । সিহঁতৰ মাজত যি দূৰত্ব, তাৰ ন ভাগৰ এক ভাগ দূৰত্ব আছে ডব্লিউএএছপি-৯৬ আৰু তাৰ সূর্যৰ । পৃথিৱীৰ চাৰে তিনি দিনতেই গ্রহটোৱে তাৰ নক্ষত্রক এপাক ঘূৰে । এই সামগ্রিক চৰিত্র, অর্থাৎ প্রকাণ্ড আকাৰ, কম প্রদক্ষিণকাল, স্ফীত পৰিমণ্ডল, এইবোৰৰ বাবেই ডব্লিউএএছপি-৯৬-ক লৈ মহাকাশ বিজ্ঞানীসকলৰ আগ্রহ জন্মিছে । ইমান বিশদ তথ্য ইয়াৰ পূৰ্বে কেতিয়াও পোৱা নাই ।

জেমছ ৱেবৰ পূর্বসূৰী হাবল টেলিস্কোপে বিগত দুই দশকত অসংখ্য এক্সোপ্লেনেট নজৰবন্দি কৰিছে, তেওঁলোকৰ বায়ুমণ্ডল বিশ্লেষণ কৰিছে, ২০১৩ত প্রথম স্পষ্টভাৱে চিহ্নিত কৰিছে পানীৰ উপস্থিতি । কিন্তু জেমছ ৱেবে অভিযানত নেমিয়ে চমক লগাই দিছে । আশা জগাইছে, শীঘ্রে প্রাণৰ অনুকূল কোনো গ্রহৰ সন্ধান পোৱা যাব পাৰে ।

২১ জুনত জেমছ ৱেবৰ ‘নিয়াৰ-ইনফ্রাৰেড ইমেজাৰ এণ্ড শ্লিটলেছ স্পেক্ট্রোগ্রাফ’ (এনআইআৰআইএছএছ)-ত ধৰা পৰে ডব্লিউএএছপি-৯৬ । সেইদিনাখন গ্রহটো নিজৰ নক্ষত্রৰ কাষেৰে যোৱাৰ সময়ত নক্ষত্রৰ ৰশ্মি তাৰ গাত পৰে । তাৰ পাছত প্রতিফলিত হৈ প্রায় চাৰে ছয় ঘণ্টা দৃশ্যমান হয় এক্সোপ্ল্যানেটটো । সেই প্রতিফলিত পোহৰৰ পথ অনুসৰণ কৰিয়ে জানিব পৰা গৈছে দূৰ-গ্রহৰ প্রতিটো চৰিত্র, আকাৰ, কক্ষপথ, অস্তিত্বৰ কথা ।

ইমান বিশদ তথ্য এয়ে প্রথম জানিব পৰা গ’ল ।কৃতিত্ব অৱশ্যে জেমছ ৱেবৰ । এই দূৰবীক্ষণ যন্ত্রত বিশেষ স্পেকট্রাম আছে । ই পানী, অক্সিজেন, মিথেন বা কার্বন-ডাই-অক্সাইডক চিহ্নিত কৰিবলৈ সক্ষম । এই স্পেকট্রাম ব্যৱহাৰ কৰি বিজ্ঞানীসকলে জানিব পাৰিব, কোনো ভিনগ্রহৰ বায়ুমণ্ডলত কিমখন জলীয় বাষ্প, কার্বন আৰু অক্সিজেন আছে, গ্রহৰ বায়ুমণ্ডলৰ আনুমানিক তাপমাত্রা আৰু গভীৰতা । গ্রহৰ জন্মৰ পৰা জীৱন বৃত্তান্ত সকলো জানিব পৰা যাব । মানুহৰ হাতৰ মুঠিত আহিব নক্ষত্র ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: James Webb Space Telescope
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d