Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Tuberculosis : বিগত দুবছৰত ১৪ শতাংশ বৃদ্ধি যক্ষ্মাত মৃত্যুৰ হাৰ

প্রথম চাৰিখন দেশৰ ভিতৰত ভাৰতো

publisher by publisher
October 28, 2022
in Health, India, News
Reading Time: 2 mins read
0
Tuberculosis : বিগত দুবছৰত ১৪ শতাংশ বৃদ্ধি যক্ষ্মাত মৃত্যুৰ হাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

Tuberculosis :

এক দশকৰো অধিক সময় ধৰি যক্ষ্মাত আক্রান্তৰ সংখ্যা কমিছিল । কিন্তু অতিমাৰী সময়ছোৱাত পুনৰ গা কৰি উঠিছে এই মাৰণ ৰোগে । ২০২১ত যক্ষ্মাত মৃত্যু হৈছে ১৬ লাখ লোক । বৃহস্পতিবাৰে পৰিসংখ্যা প্রকাশ কৰি জনাইছে বিশ্ব স্বাস্থ্য সংস্থা হু-ৱে । সংগঠনটোৱে আৰু জনাইছে, বিগত দুবছৰত যক্ষ্মাত মৃত্যুৰ সংখ্যা ১৪ শতাংশ বাঢ়িছে ।

ADVERTISEMENT

২০১৯ত যক্ষ্মাত মৃত্যু হৈছে ১৪ লাখ লোকৰ । ২০২০ত এই সংখ্যা বাঢ়ি হয় ১৫ লাখ । পৰৱৰ্তী বছৰত সেই সংখ্যা বাঢ়িছে এক লাখ পৰ্যন্ত । হু-ৰ মতে, ২০২০ত ক’ভিড অতিমাৰীৰ বাবে যক্ষ্মাৰোগ পিছপৰি গৈছিল । প্রয়োজনীয় সেৱা আৰু চিকিৎসাৰ পৰা বঞ্চিত হৈছে যক্ষ্মা ৰোগীসকল । ফলত মৃত্যুৰ সংখ্যা বাঢ়িছে ।

প্ৰতিবেদন অনুযায়ী, সমগ্ৰ বিশ্বত যক্ষ্মাত সৰ্বাধিক মৃত্যু হয় চাৰিখন দেশত — ভাৰত, ইন্দোনেছিয়া, ম্যানমাৰ, ফিলিপিন্সত ।

সমগ্ৰ বিশ্বৰ পৰিসংখ্যা প্রকাশ কৰি ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাই জনাইছে, ২০০৫ৰ পৰা ২০১৯ত যক্ষ্মাত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছিল । কিন্তু ২০২০ৰ পৰা মৃত্যুৰ সংখ্যা ক্রমে বৃদ্ধি পায় ।

প্ৰতিবেদনত শংকা প্রকাশ কৰিছে, আগন্তুক দিনত ক’ভিডৰ পৰিৱর্তে বিশ্বজুৰি মৃত্যুৰ অন্যতম কাৰণ যক্ষ্মা হোৱাৰ সম্ভাৱনা আছে । শংকা যে ভিত্তিহীন নহয়, সেয়া প্ৰতিবেদন দেখিলেই বুজিব পাৰি ।

২০২১ত বিশ্বত যক্ষ্মাত আক্রান্ত হৈছে এক কোটি ছয় লাখ লোক । ২০২০ৰ তুলনাত ৪.৫ শতাংশ অধিক ।

২০২০ৰ তুলনাত ২০২১ত প্রতি এক লাখজন যক্ষ্মা আক্রান্তৰ সংখ্যাও বাঢ়িছে । ৩.৬ শতাংশ বাঢ়িছে সেই সংখ্যা ।

পূৰ্বৰ দুই দশকত প্রতি বছৰে এক লাখজন যক্ষ্মা আক্রান্তৰ সংখ্যা আগৰ বছৰৰ তুলনাত বৃদ্ধি পোৱা নাই । কিছু বছৰত বাঢ়িছিল কিন্তু, সেয়া আগৰৰ বছৰৰ তুলনাত দুই শতাংশৰ অধিক নহয় । বিশ্বত যিমান আক্রান্ত হয়, তাৰ দুই-তৃতীয়াংশই আঠখন দেশৰ বাসিন্দা । সেই আঠখন দেশ হ’ল ভাৰত, ইন্দোনেছিয়া, চীন, ফিলিপিন্স, পাকিস্তান, নাইজেৰিয়া, বাংলাদেশ, ডেমোক্রেটিক ৰিপাব্লিক অৱ কংগো ।

ব্যাকটিৰিয়াজাত ৰোগ যক্ষ্মাত ক্ষতিগ্রস্ত হয় আক্রান্তসকলৰ হাওঁফাওঁ । আক্রান্তসকলৰ কাহৰ মাধ্যমত বতাহত বেক্টেৰিয়া বৃদ্ধি পায় । ক্রমে ই অন্যক আক্রান্ত কৰে । অৱশ্যে এই ৰোগৰ চিকিৎসা সম্ভৱ ।

হু-ৰ বিশেষজ্ঞসকলৰ মতে, যুদ্ধ, বিশ্বজুৰি শক্তি আৰু খাদ্যৰ অভাৱৰ বাবে ভৱিষ্যতে যক্ষ্মা আক্রান্তৰ সংখ্যা আৰু বাঢ়িব । হু প্রধান টেডৰোছ আধানোম ঘেব্রিয়িছাছে জনাইছে, ক’ভিড অতিমাৰীৰ পৰা আমি যি শিক্ষা পাইছো, এইবাৰ সেয়া যক্ষ্মাৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যৱহাৰ কৰিব লাগিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: TuberculosisWHO
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d