Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Chief Minister in Chhaygaon : ছয়গাঁওত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৫,০০০ মেট্ৰিকটন ধাৰণ ক্ষমতাসম্পন্ন শীতল ভঁৰাল উদ্বোধন

publisher by publisher
November 8, 2022
in News, Assam, India
Reading Time: 2 mins read
0
Chief Minister in Chhaygaon : ছয়গাঁওত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
2
SHARES
16
VIEWS
ShareShareShareShare

Chief Minister in Chhaygaon :
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা দিনজোৰা কাৰ্যসূচীৰে আজি পুৱাতে উপস্থিত হয় কামৰূপ জিলাৰ ছয়গাঁওত ৷

WhatsApp Image 2022 11 08 at 14.25.45ৰাজ্যত কৃষক আৰু ব্যৱসায়ীসকলৰ সুবিধা হোৱাকৈ কৃষিজাত সামগ্ৰীৰ বজাৰৰ বাবে ছয়গাঁৱত ২৪.৭৫ কোটি টকা ব্যয় সাপেক্ষ ৫,০০০ মেট্ৰিকটন ধাৰণ ক্ষমতা সম্পন্ন শীতল ভঁৰালটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷

ADVERTISEMENT

এই উপলক্ষে ছয়গাঁও খেলপথাৰত আয়োজিত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য কৃষক সকলৰ উৎপাদিত সামগ্ৰী বিশেষকৈ কেঁচা শাক-পাচলি সমূহ বজাৰলৈ নিয়াৰ পূৰ্বে শীতল ভড়ালত মজুত কৰি ৰখাৰ বাবে আজি উদ্বোধন হোৱা ভড়ালটি মাইলষ্টন হিচাপে পৰিগণিত হ’ব ৷

RelatedPosts

Chhaygaon:ৰয়েল এনফিল্ড বাইক কিনিবলৈ ক্ৰেতাই নিলে কে’বা বস্তুা খুচুৰা পইছা

Chhaygaon:ছয়গাঁৱত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা

Chhaygaon Protest: অসম চৰকাৰ গ ‘ বেক , মেঘালয় চৰকাৰ গ ‘ বেক ধ্বনিৰে তিনি সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ

WhatsApp Image 2022 11 08 at 14.25.46মুখ্যমন্ত্ৰীয়ে কৃষকৰ হিতৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দিশত ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্ব দি এই দিশত নিৰলস প্ৰয়াস চলাই থকাৰ কথা প্ৰকাশ কৰে ৷
WhatsApp Image 2022 11 08 at 14.25.42উল্লেখ্য যে কৃষক আৰু ব্যৱসায়ীসকলক বিশেষভাৱে উপকৃত কৰিবলগীয়া এই শীতল ভঁৰালৰ প্ৰতিটো চিলাৰ আৰু ফ্ৰীজাৰ কোঠাৰ ধাৰণ ক্ষমতা ক্ৰমে ৫৫০ মেট্ৰিকটনৰ পৰা ৫৭৫ মেট্ৰিকটন। শীতল ভঁৰালটো শাক-পাচলি, হিমায়িত খাদ্য সামগ্ৰী, গাখীৰ, দুগ্ধজাত সামগ্ৰী আৰু ফল ৰখাৰ বাবে উপযোগী হোৱাকৈ গঢ়ি তোলা হৈছে । তদুপৰি কৰ্মচাৰীৰ আৱাস, কেণ্টিন, জিৰণী কোঠা, খোৱাপানীৰ সুবিধা, ৱেব্ৰীজ, ৰীচ ট্ৰাক আদিৰ সুবিধাসমূহো সামৰি লোৱা হৈছে।

WhatsApp Image 2022 11 08 at 14.25.44উদ্বোধনী সভাখনত অনুষ্ঠানত মন্ত্ৰীদ্বয় চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, সাংসদ কুইন ওজা, ছয়গাঁওৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডা: কমলা কলিতা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, জিলা উপায়ুক্ত কীৰ্তি জল্লী আৰু আৰক্ষী অধীক্ষক হিতেশ কুমাৰ ৰায় উপস্থিত থাকে ৷

WhatsApp Image 2022 11 08 at 14.25.43ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই পুৱাতে ৰাজ্যৰ অন্যতম পীঠস্থান তথা চান্দ সদাগৰৰ কাহিনী বিজড়িত ছয়গাঁওস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমা চণ্ডিকা দেৱালয়  দৰ্শনৰ লগতে দেৱী মাৰ শ্ৰীচৰণত প্ৰণিপাত জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CHANDSADAHARChhaygaonCM HIMANTA BISWA SARMAHcold storage openingSri SRI MAA CHANDIKA DEVALAYA
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d