Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Cancel Wedding : দৰাই দিয়া লেহেংগা কম দামৰ, কইনাই ভাঙিলে বিবাহ

publisher by publisher
November 22, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Cancel Wedding : দৰাই দিয়া লেহেংগা কম দামৰ, কইনাই ভাঙিলে বিবাহ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

Cancel Wedding :

বিবাহৰ বতৰত সামাজিক মাধ্যমত কিছুমান,বৈবাহিক আজৱ বতৰা ভাইৰেল হয়। তেনে এক ঘটনা শেহতীয়াভাবে সামাজিক মাধ্যমত বিশেষ চৰ্চিত হৈছে । দৰাৰ পৰিয়ালৰ লোকে কম দামী লেহেংগা প্ৰেৰণ কৰাৰ কাৰণত কইনাই বাতিল কৰিলে বিবাহ।

এই ঘটনাৰ কথা প্ৰচাৰিত হোৱাৰ লগে লগে সকলোৱে অবাক হৈছে। ঘটনাৰ সন্দৰ্ভত স্থানীয় থানাত অভিযোগ দাখিল কৰিলে দৰাপক্ষই । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দৰাপক্ষই কইনাপক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি কৈছে যে বিয়াৰ সকলো আয়োজন সম্পূর্ণ কৰাৰ পাছত অন্তিম মুহূর্তত কইনাপক্ষই হঠাতে বিয়া বাতিল কৰাত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

ADVERTISEMENT

সেয়েহে দৰাপক্ষই কইনা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে । অভিযোগকাৰী দৰাপক্ষই লগতে কৈছে যে কেৱল লেহেংকাৰ মূল্য কম বুলি কাৰণ দৰ্শাই কইনা পক্ষই এই বিবাহ নাকচ কৰিলে।

প্রকাশিত বাতৰি অনুসৰি, দৰাৰ পিতৃয়ে কইনাৰ বিবাহত পৰিধানৰ বাবে ১০ হেজাৰ টকা মূল্যৰ লেহেংগা অৰ্ডাৰ দি ক্রয় কৰিছিল। এই লেহেংগাটো দৰাৰ পৰিয়ালে কইনালৈ প্ৰেৰণ কৰিছিল। কিন্তু লেহেংগাটো মুঠেও পছন্দ নহ’ল কইনাৰ। যেতিয়া লেহেংগাৰ মূল্যত কইনাৰ চকু পৰিল, তেতিয়া কইনা খঙত জাঙুৰ খাই উঠিল।

ইয়াৰ পাছতে কইনাই দৰাক জনালে যে তেওঁ এই বিবাহ ভংগ কৰিলে। যোৱা জুনত যুৱতীৰ স’তে পাত্রপক্ষই যুৱকৰ বিবাহ স্থিৰ কৰিছিল আৰু যোৱা পাঁচ নৱেম্বৰত আছিল বিয়াৰ দিন। উত্তৰ প্ৰদেশৰ এই ঘটনাই সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে।

দৰাপক্ষই কৰা অভিযোগ অনুসৰি,তেওঁলোকে বিবাহৰ সকলো আয়োজন কৰাৰ লগতে অতিথিকো নিমন্ত্রণ জনাইছিল। হঠাতে কইনাপক্ষই বিয়া ভংগৰ কথা ঘোষণা কৰাত আৰ্থিক লোকচানৰ লগতে আত্মীয়-স্বজনক অতিথিৰ সন্মুখত অপমানিত আৰু লজ্জিত হ’ব লগা হোৱা বুলিও দৰাপক্ষই আৰক্ষীক অভিযোগ কৰে।

দৰাপক্ষই লগতে কয় যে কইনাই সৰু কথা এটাতে এইদৰে বিবাহ বাতিল কৰাটো উচিত নহ’ল । আৰক্ষীয়ে উভয় পক্ষৰ মাজত বুজাবুজিৰ চেষ্টা চলাইছিল যদিও কইনাই বিয়াৰ বাবে মান্তি নহ’ল। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি কৈছে যে এনে সাধাৰণ কাৰণত বিবাহ বাতিল কৰা যুৱতীক যুৱকে বিয়া নকৰাই ভালেই কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: cancel weddingSocial MediaUttar Pradeshviral
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d