Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Longest Serving President : ৪৩ বছৰে শাসনক্ষমতাত এজনেই ৰাষ্ট্ৰপতি আফ্রিকাৰ তৈলসমৃদ্ধ এই দেশত !

publisher by publisher
November 28, 2022
in International, News, Politics
Reading Time: 2 mins read
0
Longest Serving President : ৪৩ বছৰে শাসনক্ষমতাত এজনেই ৰাষ্ট্ৰপতি আফ্রিকাৰ তৈলসমৃদ্ধ এই দেশত !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Absu Speech:কমতাপুৰক কোনো ক্ষেত্ৰতে বি টি আৰৰ এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ এবছুৰ

Assam Pradesh Congress Youth Committee President Ankita Dutta : সাৰদাৰ গোচৰৰ সন্দৰ্ভত কলকাতাত কংগ্ৰেছৰ অপসাৰিত সভানেত্ৰী অংকিতা দত্তৰ জেৰা আৰম্ভ

Vladimir Putin : প্ৰকৃততে পুটিনৰ অসুখ কি ? পোহৰলৈ আহিল ৰুছ ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ নতুন তথ্য

Longest Serving President :

এইখন দেশত বহিয়ে-কলমে গণতান্ত্রিক ব্যৱস্থা আছে, কিন্তু বিৰোধী দল বা স্বাধীন সংবাদমাধ্যমৰ প্রায় কোনো অস্তিত্ব নাই । প্রতিটো নির্বাচনতেই এই দেশত এটা দলেই শাসন ক্ষমতাত আহে । ৰাষ্ট্ৰপতি হৰ একেজন ব্যক্তিয়ে ।

দেশখন হৈছে আফ্রিকাৰ পশ্চিম উপকূলত অৱস্থিত ইকুয়েটৰিয়েল গিনি । ১৯৬৮ পর্যন্ত দেশখন ফৰাচী উপনিবেশ আছিল । তাৰ পাছত দেশখনত গণতন্ত্র প্রতিষ্ঠিত হয় । কিন্তু দেশখনত এই পর্যন্ত বিৰোধীসকলক শাসকৰ আসনত অধিষ্ঠিত হোৱা পৰিলক্ষিত হোৱা নাই ।

ADVERTISEMENT

কিছু দিন পূৰ্বে সেই দেশৰ সাধাৰণ নির্বাচনত ‘অসাধাৰণ’ সাফল্য লাভ কৰিছে শাসক দলে । ৪৩ বছৰ ধৰি দেশ শাসন কৰাৰ পাছত পুনৰ ৰাষ্ট্ৰপতি হৈছে টেওডোৰো অ’বিয়াং এনগুয়েমা এমবাছোগো ।

নির্বাচনৰ ফলাফল অনুযায়ী মুঠ বৈধ ভোটৰ ৯৫ শতাংশ‌ই তেওঁৰ পক্ষত আছে । ইতিহাস অনুসৰি, ইমান দীর্ঘ সময় ধৰি বিশ্বৰ কোনো ৰাষ্ট্রপতিয়ে ক্ষমতাত থকা নাই ।

১৯৭৬ত ফৰাচীসকলে গিনি ত্যাগ কৰাৰ পাছত ৰাষ্ট্ৰপতি হয় ফ্রান্সিছকো মেছিয়াছ এনগুয়েমা । তেওঁৰেই উত্তৰসূৰী হিচাপে ১৯৭৯ত পদত অধিষ্ঠিত হয় ভতিজা অ’বিয়াং এনগুয়েমা ।

মানৱাধিকাৰ সংগঠনবোৰৰ অভিযোগ, দেশত কোনো গণতন্ত্র নাই । নাই কোনো বিৰোধী দলো । বিৰোধী সকলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলেও বিশেষ সুবিধা দিব নোৱাৰে ।

   দেশৰ সকলো সংবাদ মাধ্যমেই চৰকাৰৰ নিয়ন্ত্রণাধীন । সেয়ে বিৰোধী সকলক অত্যাচাৰ কৰাৰ অভিযোগ উঠিলেও চৰকাৰ নিয়ন্ত্রিত গণমাধ্যমত সেই কথা উত্থাপন নহয় ।

দেশ খনত সেনাৰ অতি সক্রিয়তা আৰু তেলৰ অফুৰন্ত ভাণ্ডাৰ আছে । কে’বাটাও সেনা অভ্যুত্থান দমন কৰি পদত অধিস্থিত আছে এনগুয়েমা । ১৯৯৬ত আৱিষ্কৃত হোৱা অফুৰন্ত তেলৰ ভাণ্ডাৰেও আর্থ-সামাজিক মানদণ্ডত পিছুৱাই ৰাখিছে এই দেশখনক ।

দেশখনত এতিয়াও অনাহাৰ, দাৰিদ্র আছে । বিৰোধী সকলৰ অভিযোগ, দেশৰ সম্পদ লুট কৰিছে শাসক দলে । ৰাষ্ট্ৰপতি এনগুয়েমাই অৱশ্যে কয়, “আমি ঠিকে আছিলো, তাৰ প্রতিফলন নির্বাচনৰ এই ফলাফল ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Equatorial GuineeLongest ServingPresidentTeodro Obiang Nquema Mbasogo
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d