Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

HIV : প্ৰতি বছৰে গড়ে এহেজাৰ এইছআইভি পজিটিভ ৰোগী ধৰা পৰিছে অসমত

publisher by publisher
November 30, 2022
in Assam, News
Reading Time: 2 mins read
0
HIV : প্ৰতি বছৰে গড়ে এহেজাৰ এইছআইভি পজিটিভ ৰোগী ধৰা পৰিছে অসমত
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

HIV :

‘সমতা স্থাপন কৰা’ৰ মূল বিষয়বস্তুৰূপে লৈ পহিলা ডিচেম্বৰত বিশ্বজুৰি উদযাপিত হ’ব এইডছ দিৱস। এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ তথা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনতাৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ১৯৮৮ৰ পৰাই বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত পহিলা ডিচেম্বৰত উদযাপন হৈ অহা ‘বিশ্ব এইডছ দিৱস’ ।

ADVERTISEMENT

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি আদিৰ উদ্যোগত উদ্‌যাপন কৰা হ’ব।

উল্লেখ্য যে ২০৩০ ভিতৰত এইডছ মহামাৰী নিৰ্মূল কৰিবলৈ বিশ্ববাসীয়ে সংকল্প গ্ৰহণ কৰি আগবাঢ়ি গৈছে যদিও বিশ্ব এইডছ দিৱসৰ প্ৰাক্‌ক্ষণত উত্তৰ-পূবৰ ৰাজ্যসমূহত এইছ আই ভি সংক্ৰমণৰ আন এক ভয়াৱহ ছবি পোহৰলৈ আহিছে।

অসম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিয়ে সদৰী কৰা তথ্য অনুসৰি, অসম তথা উত্তৰ পূবত পূৰ্বৰ তুলনাত এইছ আই ভিৰ প্ৰাদুৰ্ভাৱ কিছু হ্রাস পাইছে যদিও উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত অসম আৰু ত্ৰিপুৰাত নতুন এইছ আই ভি সংক্রমণৰ বৰ্ধিত হাৰ এতিয়াও উচ্চ।

উল্লেখ্য যে বছৰি গড়ে এহেজাৰটা এইছ আই ভি পজিটিভ ৰোগী অসমত পোৱা যায় আৰু সম্প্ৰতি ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী কঠোৰ পদক্ষেপে এই সংক্রমণ নিয়ন্ত্ৰণ কৰাত বিশেষ অৰিহণা যোগাব বুলি এইডছ নিয়ন্ত্রণ সমিতিৰ বিষয়াই সদৰী কৰি কয় যে ২০২১ ৩১ অক্টোবৰলৈ ৰাজ্যত ২০,৮৪১টা এইছ আই ভি পজিটিভ কেছ ধৰা পৰিছে।

ইয়াৰে ১৯,০৩০ জন সাধাৰণ নাগৰিক আৰু ১,৮১১ গৰাকী গৰ্ভৱতী মহিলা বুলি সমিতিয়ে তথ্য সদৰী কৰি পুনৰ কয় যে ২০২১-২০২২ বৰ্ষৰ অক্টোবৰ পৰ্যন্ত ৰাজ্যত ১,২৮৭টা এইডছৰ ঘটনা পোহৰলৈ আহিছে।

সমগ্ৰ ৰাজ্যৰ মুঠ ঘটনাৰ ৩৩ শতাংশই কামৰূপ মহানগৰ জিলাৰ আৰু ২৩ শতাংশ সংক্ৰমণৰ হাৰেৰে কাছাৰ দ্বিতীয় স্থানত আছে বুলি তথ্যত প্ৰকাশ পাইছে। তথ্য অনুসৰি, ২০২১ৰ ৩১ অক্টোবৰ পর্যন্ত কামৰূপ মহানগৰত ৬,৯৪৪টা এইছ আই ভি পজিটিভ কেছ ধৰা পৰাৰ লগতে কাছাৰ জিলাত ৪,৭৮৬টা, ডিব্ৰুগড়ত ১,২৭৪টা, নগাঁৱত ৯৪৬টা, কৰিমগঞ্জত ৭৩৩টা, যোৰহাটত ৬৬৮টা, গোলাঘাটত ৫৪১টা, শোণিতপুৰত ৪৬২টা, বৰপেটাত ৪৫১টা, বঙাইগাঁৱত ৪১১টা, কামৰূপ গ্ৰাম্যত ৩৫৮টা, কাৰ্বি আংলঙত ৩৫১টা, হোজাইত ৩২৪টা, কোকৰাঝাৰত ৩০১টা, ধুবুৰীত ২৮৮টা, তিনিচুকীয়াত ২৬৩টা, মৰিগাঁৱত ২৪০টা, শিৱসাগৰত ২০৯টা, গোৱালপাৰাত ১৭৬টা, নলবাৰীত ১৭৪টা, ডিমা হাছাওত ১৫৩টা, দৰঙত ১৫১টা, লখিমপুৰত ১৪১টা, ধেমাজি আৰু হাইলাকান্দিত ১১৫টাকৈ এইছ আই ভি পজিটিভ কেছ ধৰা পৰিছে।

ইয়াৰ উপৰি বিশ্বনাথত ১৩টা, বাগ্‌সাত ৬৫টা, ওদালগুৰিত ৫৯টা, চিৰাঙত ৪৩টা, মাজুলীত পাঁচটা আৰু চৰাইদেউত এইছ আই ভিৰ এটা পজিটিভ কেছু আছে।

উল্লেখ্য যে অসম উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহৰ মূল প্ৰৱেশ পথ হোৱাৰ বাবেই এইছ আই ভি সংক্ৰমণৰ অত্যধিক সংবেদনশীল ৰাজ্য হিচাপে চিহ্নিত হৈ আহিছে বুলি সমিতিয়ে সদৰী কৰি বিশেষকৈ যৌন সম্পর্ক আৰু ড্ৰাগছ ইনজেকচনৰ বাবেই উত্তৰ-পূবত এইছ আই ভি সংক্ৰমণৰ তথ্য পোৱা গৈছে বুলি কয়৷

সমান্তৰালভাৱে মহামাৰী এইড্‌ছ ভয়াবহতাৰ বিৰুদ্ধে যুঁজ দিয়া তথা ইয়াক নিয়ন্ত্রণ কৰাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ’ল সজাগতা সৃষ্টি আৰু এই উদ্দেশ্যেই পহিলা ডিচেম্বৰত সংশ্লিষ্ট সংস্থাসমূহৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতাৰ লক্ষ্যৰে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

এই কাৰ্যসূচীসমূহৰ জৰিয়তে জনতাক সংশ্লিষ্ট সংস্থাসমূহে অসুৰক্ষিত যৌন সম্পর্ক বৰ্জন কৰা, সদায় চৰকাৰী অনুজ্ঞাপত্ৰযুক্ত ব্লাড বেংকৰ পৰা ৰক্ত সংগ্ৰহ কৰা, এইডছ ৰোগৰ বিষয়ে জ্ঞান অৰ্জন কৰা আদিৰ দিশত গুৰুত্ব প্ৰদান কৰি এইডছ নিয়ন্ত্ৰণ যুঁজখনত ব্ৰতী হ’বলৈ আহ্বান জনাই আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHealthHIVHuman Immunodeficiency Virus
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d