Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘সন্ত্রাসবাদক লৈ ৰাজনীতি নহয়’, নাম উল্লেখ নকৰাকৈয়ে BRICS সন্মিলনত চীনক কঠোৰ বার্তা প্ৰধানমন্ত্ৰী মোদীৰ

publisher by publisher
June 25, 2022
in India, International, News
Reading Time: 1 min read
0
‘সন্ত্রাসবাদক লৈ ৰাজনীতি নহয়’, নাম উল্লেখ নকৰাকৈয়ে BRICS সন্মিলনত চীনক কঠোৰ বার্তা প্ৰধানমন্ত্ৰী মোদীৰ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সন্ত্রাসবাদীসকলৰ বিৰুদ্ধে একেলগে যুঁজ দিব লাগিব । যিহেতু এইটো খুবেই সংবেদনশীল বিষয়, সেয়ে ইয়াক লৈ ‘ৰাজনীতি’ কৰা উচিত নহয় । BRICS সন্মিলনৰ পৰা গোষ্ঠীৰ সদস্য দেশসমূহক এয়ে আবেদন জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (PM Modi) । নাম উল্লেখ নকৰাকৈ তেওঁ চীনকেই লক্ষ্য কৰি এই পদক্ষেপ ল’লে বুলি ধাৰণা কৰিছে সংশ্লিষ্ট মহলে ।

ADVERTISEMENT

উল্লেখ্য, ব্রাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্রিকা আৰু ভাৰতক লৈ গঠিত ব্রিকছ গোষ্ঠী । সেই গোষ্ঠীৰ সন্মিলনত যোগ দিছিল মোদীয়ে । তেওঁ ইয়াৰ উপৰি ইয়াৰ অংশ লৈছিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ব্রাজিলৰ ৰাষ্ট্ৰপতি বলছোনাৰো, ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি ছিৰিল ৰামাফোছা । এই ভাৰ্চুৱেল সন্মিলনৰ শেষত বৈদেশিক মন্ত্রণালয়ৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত জনোৱা হৈছে, বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্রাসবাদক লৈ ‘ৰাজনীতি’ৰ বিৰুদ্ধে বক্তব্য দিছিল ।

গোষ্ঠীৰ সদস্য দেশসমূহক মোদীয়ে আবেদন জনাইছিল, দেশসমূহে অন্য দেশৰ নিৰাপত্তাৰ বিষয়টোও বুজি পোৱা উচিত । লগতে তেওঁ সন্ত্রাসবাদৰ বিৰুদ্ধে একজোঁট হৈ যুঁজ দিব লাগিব বুলিও জনায় । এনে সংবেদনশীল বিষয়ত ‘ৰাজনীতি’ কৰা উচিত নহয় বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

কোনো দেশৰ নাম উল্লেখ নকৰাকৈয়ে এনেদৰে বেইজিঙক তেওঁ কঠোৰ বার্তা দিলে বুলি মত সংশ্লিষ্ট মহলৰ । কিন্তু কিয় চীনৰ বিৰুদ্ধে এই বার্তা মোদীৰ ? প্ৰকৃততে পাক মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তইবাৰ প্রধান হাফিজৰ ছেলক মাক্কিক সন্ত্রাসবাদী মনোনীত কৰাৰ প্রস্তাৱত বাধা দিছে চীনে । কুখ্যাত সন্ত্ৰাসবাদী আব্দুল ৰহমান মক্কিক নিষিদ্ধ কৰাৰ বিষয়ত বাধা হৈ থিয় দিছে জিনপিঙৰ দেশ । প্ৰধানমন্ত্ৰী মোদীৰ মতে, সন্ত্রাসৰ বিৰুদ্ধে যুঁজত যদি চীনে ভিন্ন মেৰুত চলে তেনেহ’লে ই সুবার্তা নিদিয়ে ।

কি এই মক্কি ? মুম্বাই আক্ৰমণৰ অন্যতম ষড়যন্ত্রী হাফিজ ছইদৰ স’তে জেহাদী কাৰ্যত জড়িত হৈ আছে মক্কি । কাশ্মীৰ উপত্যকাত পাক সন্ত্ৰাসবাদীৰ অনুপ্রৱেশ আৰু অস্ত্র সৰবৰাহত জড়িত তেওঁ । পাকিস্তানত (Pakistan) আল কায়দাৰ ‘শ্লিপাৰ চেল’বোৰৰ স’তে যোগাযোগ মক্কিৰ । তেওঁক নিয়ন্ত্ৰণত আনিব পাৰিলেই বহু পৰিমাণে কোণ্ঠাসা হৈ পৰিবে লস্কৰ । এইবাৰ চীনৰ বিৰুদ্ধে তেওঁৰ ‘ৰক্ষাকর্তা’ হোৱাৰ অভিযোগেই কার্যত তুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে । নাম উল্লেখ নকৰাকৈয়ে তেওঁ চীনৰ ওপৰত চাপ বঢ়ালে বুলি ধাৰণা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BRICSChinaNarendra Modi
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d