Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আজাৰাত অগপৰ ঐক্য সমাৰোহত জনসমুদ্ৰ

publisher by publisher
December 20, 2020
in Assam, India, News
Reading Time: 1 min read
0
আজাৰাত অগপৰ ঐক্য সমাৰোহত জনসমুদ্ৰ
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

আজি পশ্চিম গুৱাহাটী সমষ্টিৰ আজাৰাত অসম গণ পৰিষদ দলৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত প্ৰায় বিশ সহস্ৰাধিক পুৰুষ-মহিলা, যুৱক-যুৱতীৰ উপস্থিতিৰে শক্তি প্ৰদৰ্শন কৰিলে আঞ্চলিক দল অসম গণ পৰিষদে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা এক দীঘলীয়া মটৰ চাইকেল শোভাযাত্ৰাৰে দলৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সমাবেশ স্থলীলৈ আদৰি আনে।

ADVERTISEMENT

সমাবেশস্থলীত স্থানীয় সাংস্কৃতিক দলসমূহে কেন্দ্ৰীয় নেতৃত্বক আদৰণি জনায়। সমাবেশ সম্বোধন কৰি সভাপতি তথা মন্ত্ৰী অতুল বৰাই আঞ্চলিকতাবাদৰ স্বাভিমানৰে ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠী আৰু ধৰ্মালম্বীলোকক একত্ৰিত কৰি অসম গণ পৰিষদ দল আগবাঢ়ি যাব বুলি মন্তব্য কৰে। সভাপতি বৰাই কয় যে, কোনো সৰ্বভাৰতীয় দলৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰা দলে অসম গণ পৰিষদ দলক তিলমানো ক্ষতি কৰিব নোৱাৰে।

নতুন চিন্তা আৰু দৃষ্টিভঙ্গীৰে ভৱিষ্যতৰ দিনত কাৰ্য্যসূচী গ্ৰহণ কৰি ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰি অসম গণ পৰিষদ দল কাৰো তলতীয়া নহয় বুলিও দৃঢ়তাৰে মতপোষণ কৰে। বৰাই লগতে পূৰ্বৰ ভূল-ক্ৰুটিৰ পৰা শিক্ষা গ্ৰহণ কৰি আত্মশুদ্ধিৰ পথৰে আগবাঢ়িবলৈ দলে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিও বিশেষভাৱে যুৱ প্ৰজন্মৰ দলটোৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে বুলি মন্তব্য কৰে।

সমাৰোহত উপস্থিত থাকি কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই অসম গণ পৰিষদক লৈ সন্দেহ আৰু অবিশ্বাস কৰাৰ থল নাই বুলি উল্লেখ কৰি অসম গণ পৰিষদ দলে ৰাজ্যখনত একমাত্ৰ বিশ্বাসযোগ্য আঞ্চলিক শক্তি বুলি মন্তব্য কৰে। বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ভৱিষ্যতেও বিধায়ক হৈয়ে থাকিব বুলিও উল্লেখ কৰে। পশ্চিম গুৱাহাটী সমষ্টি অসম গণ পৰিষদ দলৰ অভেদ্য দূৰ্গ বুলি মহন্তই মতপোষণ কৰে।

সমাবেশত স্থানীয় বিধায় ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ চৌ-দিশে অসম গণ পৰিষদ দলৰ বিজয় ধ্বজা উৰিছে বুলি মন্তব্য কৰি কোনো অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰই ৰুধিব নোৱাৰিব বুলিও সোৱঁৰাই দিয়ে।জীয়াই থকা দিনকেইটা অসম গণ পৰিষদ দলতে সমৰ্পিত কৰি যাব বুলি মতপ্ৰকাশ কৰি দলটোক ৰাজ্যজুৰি শক্তিশালী কৰাত অসমবাসীৰ সহযোগিতা কামনা কৰে।

সভাত দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, নুৰুল হুছেইন, সত্যব্ৰত কলিতা, মনোজ শইকীয়া, হিৰণ্য কুমাৰ কোৱঁৰ, পোনাকন বৰুৱা, বিমলেন্দু সিনহা, উপ-সভাপতি দিলীপ পাটগিৰি, সুনীল ডেকা, সাংস্কৃতিক পৰিষদৰ সভানেত্ৰী কল্পনা পাটোৱাৰী, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই আদি উপস্থিত থাকে। সভাত হিন্দুস্তানী মহিলা পৰিষদ, বৃহত্তৰ গুৱাহাটী পান দোকান ব্যৱসায়ী সন্থাৰ তিনি সহস্ৰাধিক বিষয়ববীয়াই আনুষ্ঠানিক ভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Gana ParishadAtul BoraGuwahatiKeshab Mahanta
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d