Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Child Nutrition : পাঁচ সংকেতে ক’ব আপোনাৰ সন্তানৰ শৰীৰত পুষ্টিৰ অভাৱ হৈছে নেকি

publisher by publisher
December 25, 2022
in Health, Lifestyle
Reading Time: 2 mins read
0
Child Nutrition : পাঁচ সংকেতে ক’ব আপোনাৰ সন্তানৰ শৰীৰত পুষ্টিৰ অভাৱ হৈছে নেকি
2
SHARES
17
VIEWS
ShareShareShareShare

ADVERTISEMENT

Child Nutrition :

শিশুৰ বিকাশৰ ক্ষেত্রত সুষম পুষ্টি অতি প্ৰয়োজনীয় । পুষ্টিৰ বাবে সৰ্বাধিক প্ৰয়োজনীয় সঠিকভাৱে আহাৰ গ্ৰহণ কৰা । নিয়মিত নানা পুষ্টিকৰ খাদ্য দিব লাগিব । তেতিয়াহে ভিটামিন, খনিজ পদার্থ বা প্র’টিনৰ দৰে বিভিন্ন প্ৰয়োজনীয় উপাদান যাব শিশুৰ শৰীৰত ।

RelatedPosts

Foods For New Moms: প্ৰসৱৰ পিছত নতুন মাতৃসকলে কেনেধৰণৰ খাদ্য খাব লাগে…

Keep your child safe from pneumonia:নিউম’নিয়াৰ পৰা সুৰক্ষিত ৰাখক শিশুক

Remedy of wounds:ক্ষতৰ প্ৰতিকাৰ

দৈনন্দিন খাদ্যত সকলো সময়ত যথেষ্ট ভিটামিন নাথাকিব‌ও পাৰে । সেই ক্ষেত্রত বিশেষজ্ঞসকলৰ পৰামর্শ মানি আনুষংগিক কিছু ছাপ্লিমেন্ট দিয়া প্ৰয়োজন হ’ব পাৰে । কিন্তু সন্তানে সম্পূৰ্ণ পুষ্টি পাইছে নে নাই, সেয়া কেনেদৰে বুজিব আপুনি ?

১) ওজন
ব্রিটেইনৰ নেছনেল হেল্থ ছার্ভিচৰ মতে,, পুষ্টিৰ নাটনিৰ এটা গুৰুত্বপূর্ণ লক্ষণ হঠাৎ ওজনৰ কমা-বঢ়া । যদি শিশুৰ ওজন তিনিৰ পৰা ছয় মাহৰ ভিতৰত পাঁচৰ পৰা ১০ শতাংশ কমি যায়, তেন্তে শীঘ্ৰে সতর্ক হ’ব ।

২) দুর্বল ৰোগ প্রতিৰোধ ক্ষমতা
সন্তান যদি সঘনাই অসুস্থ হৈ পৰে, তেন্তে সেয়াও অপুষ্টিৰ লক্ষণ হ’ব পাৰে । যিহেতু মূলত খাদ্যৰ মাধ্যমতেই শৰীৰত ভিটামিন আৰু খনিজ পদার্থ প্রৱেশ কৰে, সেয়ে পু‌ষ্টি কমকৈ পালে ৰোগ প্রতিৰোধ ক্ষমতা কমি যায় । বাৰে বাৰে অসুস্থ হয় শিশু ।

৩) দাঁতৰ সমস্যা
স্বাভাৱিকতেই শিশুসকলৰ প্ৰিয় চকলেট । ফলত দাঁতৰ সমস্যাও অধিক হয় । কিন্তু দাঁতৰ সমস্যা কেতিয়াবা কেতিয়াবা পুষ্টিৰ অভাৱৰ লক্ষণো হ’ব পাৰে । দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হোৱাটো ভিটামিন চিৰ অভাৱৰ লক্ষণ হ’ব পাৰে । ভিটামিন ডি-ৰ অভাৱ হ’লে দাঁতৰ সমস্যা বাঢ়ি যায় ।

৪) ক্লান্তি
বিদ্যালয়ৰ পৰা আহি সন্তানে খেলিবলৈ নাযায় ? সকলো সময়তে ক্লান্ত হৈ থাকে ? যদি দেখে শিশু অলপতেই ক্লান্ত হৈ পৰিছে, তেন্তে তাৰ আহাৰ গ্ৰহণত গুৰুত্ব দিয়ক । খেলাৰ লগতে পঢ়া-শুনা সকলোতেই কিছু অনীহা দেখা দিব পাৰে পুষ্টিৰ অভাৱ হ’লে । শিশুৰ মনতো অপুষ্টিৰ প্রভাৱ পৰে ।

৫) পুষ্টিৰ অভাৱ হ’লে মস্তিষ্কৰ বিকাশত সমস্যা হ’ব পাৰে । ফলত বুদ্ধিবৃত্তিৰ বিকাশতো সমস্যা হয় । নতুন কিবা শিকিবলৈ বহু সময় লাগে পুষ্টিৰ অভাৱ থাকিলে । খেলা-ধূলা বা পঢ়াৰ ক্ষেত্ৰত যদি শিকিবলৈ অধিক সময় লাগে, তেন্তে শিশুৰ খাদ্যতালিকাত কিছু পৰিৱর্তন অনাৰ প্রয়োজন হ’ব পাৰে ।

মনকৰিবলগীয়া যে, ওপৰৰ লক্ষণবোৰ কেৱল পুষ্টিৰ অভৱ নহয়, বিভিন্ন ধৰণৰ সমস্যাৰ লক্ষণ হ’ব পাৰে । এই ধৰণৰ সমস্যা সন্তানৰ শৰীৰত দেখিবলৈ পালে আহাৰ গ্ৰহণতো গুৰুত্ব দিব । লগতে, প্রয়োজন হ’লে বিশেষজ্ঞ চিকিৎসকৰো পৰামর্শ ল‌ওক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Child CareChild HealthChild Nutrition
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d