Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Sanmilita Mahasangha :মেজি আৰু ভেলাঘৰ সম্পৰ্কে খিলঞ্জীয়া জনগণ লৈ আহ্বান মহাসংঘৰ

ঐতিহাসিক ঐতিহ্যৰ সাক্ষী ৰংঘৰ-কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি তাক ধ্বংস কৰি দিয়া অনুচিত

publisher by publisher
January 12, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam Sanmilita Mahasangha :মেজি আৰু ভেলাঘৰ সম্পৰ্কে খিলঞ্জীয়া জনগণ লৈ আহ্বান মহাসংঘৰ
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

Bhelaghar:কাইলৈ হেঁপাহৰ বিহুৰ উৰুকা

Assam Sanmilita Mahasangha :ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিঅ’ গুটেৰেছলৈ মহাসংঘৰ স্মাৰক পত্ৰ প্ৰেৰণ

Sipajhar Bhelaghar : এহাল কপৌ চৰাইৰ বাবেই ভেলাঘৰত

Assam Sanmilita Mahasangha :

মাঘ বিহুৰ প্ৰথম দিনা উৰুকাৰ নিশা বয়স অনুপাতে একেলগে ‘লগভাত’ খোৱাটো অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ হাজাৰ বছৰীয়া ঐতিহ্য আৰু পৰম্পৰাৰ অংগ । এইয়া মূলতঃ মঙ্গোলীয় সংস্কৃতি ।

ADVERTISEMENT

আগন্তুক মাঘ বিহু উপলক্ষে অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই খিলঞ্জীয়া জনগণলৈ আন্তৰিক শুভেচ্ছা জনাই যিকোনো প্ৰকাৰে হাজাৰ বছৰীয়া ঐতিহ্য আৰু পৰম্পৰাগত সংস্কৃতি যথাযথ ভাবে ৰক্ষা কৰিবলৈ আকুল আহ্বান জনাইছে ।

অনাহক প্ৰতিযোগিতাত নামি এচাম লোকে অসমৰ গৌৰৱোজ্জল ইতিহাসৰ সাক্ষী ৰংঘৰ-কাৰেংঘৰ আদিৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ পিছদিনা পুৱাই জ্বলাই দিয়া দেখা যায় — এইয়া নিজৰ সংস্কৃতিৰ প্ৰতিয়েই ভাবুকি স্বৰূপ তথা অপসংস্কৃতি ।

অসম সন্মিলিত মহাসংঘৰ সভাপতি পেৰং চিৰি, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই এক প্ৰেছ টোকাত কয় যে ইতিহাসৰ পাতত ভেলাঘৰ আৰু মেজিৰ কোনো নিৰ্দিষ্ট আকাৰ উল্লেখ থকাৰ কোনো তথ্য নাই ।

ৰাইজে বাহ-খেৰেৰে ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ নিশা তাৰ ভিতৰত মাছ-মাংসেৰে উদৰ পূৰাই খাবলৈ ভাত-আঞ্জা ৰান্ধে আৰু সকলোৱে ভগাই খায় ।

পুৱাই গ-পা ধুই বাহ-কাঠ আৰু খেৰেৰে নিৰ্মাণ কৰা মেজি জ্বলায় উত্তাপ লয় আৰু ব্যক্তিগত আৰু সামূহিক কল্যাণৰ বাবে প্ৰাৰ্থনা জনায় । এইয়াই ঐতিহ্য আৰু হাজাৰ বছৰীয়া পৰম্পৰা ।

আজি ১০ বছৰ মানৰ পৰা ঠায়ে ঠায়ে উৰুকাৰ পুৱা ঐতিহাসিক ঐতিহ্যৰ প্ৰতীক ৰংঘৰ-কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি জ্বলাই দিয়া অপসংস্কৃতি আৰু অগ্নি পূজাৰ কাল্পনিক কাৰ্য এটা গঢ় লৈ উঠিছে । এইয়া মৃত্যুমুখী জাতিৰ লক্ষণ ।

সেয়ে মহাসংঘই খিলঞ্জীয়া জনগোষ্ঠীৰ বয়সস্থ সকলক এনে অপসংস্কৃতি বিৰুদ্ধে থিয় দি এই ধৰণৰ দুস্কাৰ্য বন্ধ কৰিবলৈ যত্নপৰ হ’বলৈ আহ্বান জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Matiur RahmanAssam Sanmilita MahasanghaBhelagharbhogali bihu
publisher

publisher

Related Posts

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d