Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ

publisher by publisher
February 8, 2023
in News, Assam
Reading Time: 2 mins read
0
Nalbari : নলবাৰীৰ মুকালমুৱাত সাহসিকতাৰ নিদৰ্শন দেখুওৱা ছজন যুৱকলৈ পুৰস্কাৰ
2
SHARES
16
VIEWS
ShareShareShareShare

Nalbari :

অতি সাহসিকতাৰে পাঁচজনীয়া এটা দুধর্ষ ডকাইতৰ দলৰ এজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নলবাৰীৰ মুকালমুৱাৰ ছগৰাকী যুৱকক আজি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সম্বৰ্ধনা জ্ঞাপন কৰে ।

ADVERTISEMENT

লগতে তেওঁলোকক নগদ ধনেৰে পুৰস্কৃত কৰে। নলবাৰীৰ মুকালমুৱাৰ যুৱককেইজন ক্ৰমে , ৰাতুল মেধি, পার্থ প্রতিম বর্মণ, হিমাংশু বর্মণ, পংকজ মেধি, চিন্টু বৰ্মণ আৰু পংকজ বৰ্মণ।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

যুৱককেইজনক সম্বৰ্ধনা জ্ঞাপন কৰি আৰক্ষী সঞ্চালক প্ৰধান সিঙে তেওঁলোকৰ এনে সামাজিক দ্বায়বদ্ধতা আৰু সাহসিক কাৰ্য্যৰ ভূয়সী প্রশংসা কৰি ভৱিষ্যতেও তেওঁলোকক সমাজৰ স্বাৰ্থত কাম কৰি যোৱাৰ আহ্বান জনায়।

সঞ্চালক প্ৰধানগৰাকীয়ে অপৰাধজনিত কাৰ্য্যকলাপ প্রতিহত কৰাত ৰাইজৰ সহযোগিতা অপৰিহাৰ্য্য বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য, যোৱা ৩১ জানুৱাৰীৰ নিশা প্রায় ন বজাত পাঁচজনীয়া এটা ডকাইতৰ দলে মুকালমুৱাৰ কপলাবৰীৰ আমিৰ আলী নামৰ লোকজনক পিষ্টল দেখুৱাই ভাবুকি দিয়ে আৰু মাৰধৰ কৰি তেওঁৰ গেলামালৰ দোকানৰ পৰা এঘাৰ লাখ টকা ডকাইতি কৰি ক্ষিপ্রতাৰে এখন মাৰুতি ইক’ ভেন বাহনেৰে সেই স্থানৰ পৰা উধাও হয়।

কিন্তু কিছুদূৰ যোৱাৰ পাছত ১নং বতলা গাঁৱত বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটাত ডকাইতৰ দলটোৱে বাহনখন ৰাখিবলৈ বাধ্য হয়।

সেই সময়তে এজন স্থানীয় যুৱকে বাহনখন প্রত্যক্ষ কৰি আৰোহীকেইজনক ডকাইত বুলি সন্দেহ হোৱাত তেওঁ লগৰ আন পাঁচজন যুৱকক খবৰ দিয়ে আৰু আটাইকেইজন যুৱক বাহনখনৰ ওচৰলৈ যোৱাত পাঁচজনীয়া ডকাইতৰ দলটোৱে বাহনখন এৰি পলাই যায়। যুৱককেইজনেও ডকাইতৰ দলটোক পিছে পিছে খেদি তাৰে জয়দেৱ মহন্ত নামৰ দুধর্ষ ডকাইতটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আন চাৰিটা ডকাইত আন্ধাৰৰ সুযোগ লৈ পলাই যায়। খবৰটো লাভ কৰি সেই স্থানত লগে লগে মুকালমুৱা আৰক্ষীও উপস্থিত হয়। মুকালমুৱা আৰক্ষীয়ে P.S.42/23 U/S 395/325/307/365 IPC R/W 25 (1-A) Arms Act নম্বৰত গোচৰ ৰুজু কৰি ব্যাপক তদন্ত অব্যাহত ৰাখিছে। ডকাইতৰ এই দলটোৱে বিভিন্ন ঠাইত এনে ডকাইতি কাণ্ড সংঘটিত কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNALBARI
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d