Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam Police Arrests Senior Congress Leader Pawan Khera At Delhi Airport : জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

দিল্লীৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনক, প্ৰধানমন্ত্ৰী মোদীক অপমান কৰা বুলি খেৰাৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈছিল গোচৰ

publisher by publisher
February 23, 2023
in Crime, India, News
Reading Time: 3 mins read
0
Assam Police Arrests Senior Congress Leader Pawan Khera At Delhi Airport : জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেঁচা পৱন খেড়াৰ

Assam Police Arrest Senior Congress Leader Pawan Khera At Delhi Airport:

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মুখপাত্ৰ পৱন খেড়াক দিল্লী বিমান বন্দৰত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। নেতা গৰাকীৰ বিৰুদ্ধে অসমৰ কে’বাখনো জিলাত  ৰুজু হৈছিল ১৫ টাকৈ গোচৰ ৰুজু হৈছিল।

ADVERTISEMENT

আনহাতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য এজনে হাফলং আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰজনক।

উল্লেখ্য যে,অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সংবাদ কোষৰ মুৰব্বী পৱন খেড়া বৃহস্পতিবাৰে দিল্লীৰ পৰা ছত্ৰিশগড়ৰ ৰাজধানী ৰায়পুৰত আয়োজিত হ’বলগীয়া অধিবেশনত অংশ গ্ৰহণৰ বাবে দিল্লী বিমান বন্দৰত নিদিষ্ট বিমান খনত উঠাৰ পাছতে পূৰ্বৰে পৰা খাপ পিটি থকা অসম আৰক্ষী দলে দিল্লী আৰক্ষীৰ সহযোগত আটক কৰে ৷

আনহাতে অৰ্তকিতে কংগ্ৰেছ নেতাজনক আটক কৰাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে তেওঁৰ স’তে থকা আন আন কংগ্ৰেছী নেতা সকলে ৷ নেতাসকলে বিমানৰ কাষতে মাটিত বহি চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

প্ৰতিবাদী কংগ্ৰেছী নেতা সকলৰ অভিযোগ পৱন খেড়াক ইণ্ডিগো’ বিমানৰ পৰা নমাই দিয়া হৈছে ৷ ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ অধিৱেশনক বিজেপিয় এই সন্মিলন বন্ধ কৰিবলৈ বিজেপিয়ে অপচেষ্টা চলোৱাৰো অভিযোগ কৰে কংগ্ৰেছে।

বিমান বন্দৰত পৱন খেড়াক গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ সৈতে আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা চি বেণুগোপালা,পৱনদ্বীপ সূৰ্যাৱালা, সুপ্ৰীয়া শ্ৰীনেট সহ কে’বাজনো নেতা।

আনহাতে পৱম খেড়াক গ্ৰেপ্তাৰৰ সম্পৰ্কত অসম আৰক্ষীৰ মহাপৰিদৰ্শক (আইন শৃংখল) প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, খেড়াৰ বিৰুদ্ধে ইতিমধ্যে ৰজু হোৱা বহু কেইটা গোচৰৰ অধীনত দিল্লী আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ৷

সেই অনুসৰি আজি গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইতিমধ্যে তেওঁক দিল্লীৰ স্থানীয় আদালতত হাজিৰ কৰি আদালতৰ অনুমতি সাপেক্ষে জিন্মাত লৈ অসমলৈ লৈ যোৱা হ’ব বুলি উল্লেখ কৰে আই জি পি গৰাকীয়ে ৷

আমি দিল্লী আৰক্ষীক পৱন খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছো । স্থানীয় আদালতৰ অনুমতি পোৱাৰ পিছতে তেওঁক অসমলৈ নিয়া হ’ব।

উল্লেখযোগ্য পৱন খেড়াই কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কেতবোৰ বিৰূপ মন্তব্য কৰিছিল।

পৰবৰ্তী সময়ত তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধে অসমৰ ৰ ১৫ খন আৰক্ষী থানাত বহুবোৰ গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য এজনে হাফলং আৰক্ষী থানাত ৰজু কৰা অভিযোগৰ ভিত্তিত ১২০ (বি), ১৫৩ (এ), ১৫৩ (বি) (১), ৫০০ ধাৰাৰ  অধীনত গ্ৰেপ্তাৰ কৰা হয় পৱন খেৰাক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Police Arrestdelhi airportPawan KheraSenior Congress Leader
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d