Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Udan Scheme In Ner : উত্তৰ- পূবত ‘উড়ান’ আঁচনিৰ অধীনত সক্ৰিয় ১৬ টা বিমানকোঠ

২০২২ত উত্তৰ-পূব ভ্ৰমণ কৰিলে ১১৮.৪৫ লাখ দেশীয় পৰ্যটকে

publisher by publisher
March 28, 2023
in India, News
Reading Time: 2 mins read
0
Udan Scheme In Ner : উত্তৰ- পূবত ‘উড়ান’ আঁচনিৰ অধীনত সক্ৰিয় ১৬ টা বিমানকোঠ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Udan Scheme In Ner :

২০২২ত অসমকে ধৰি উত্তৰ- ৰ-পূবৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিবলৈ ১১৮.৪৫ লাখ ঘৰুৱা আৰু ১.০৪ লাখ বিদেশী পর্যটক আহিছিল। লোকসভাৰ মজিয়াত আজি এই তথ্য সদৰী কৰিছে উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে।

ADVERTISEMENT

এক লিখিত প্রশ্নৰ উত্তৰত মন্ত্রীজনে কয় যে অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে ২০১৬ৰ ২১ অক্টোবৰত দেশত আঞ্চলিক বিমান সংযোগ বৃদ্ধি কৰিবলৈ আৰু জনতাৰ বাবে বিমান সেৱা সুলভ কৰাৰ লক্ষ্যৰে আঞ্চলিক সংযোগ আঁচনি ‘উড়ান’ (উড়ে দেশ কা আম নাগৰিক আৰম্ভ কৰা হৈছিল।

উত্তৰ- পূৰ্বাঞ্চলৰ ৰূপশ্রী, তেজু, তেজপুৰ, পাছিঘাট, যোৰহাট, লীলাবাৰী, শ্বিলং, পাকিয়ং, ইটানগৰ আৰু ডিমাপুৰৰ বিমানবন্দৰকেইটাৰ সেৱা উড়ান আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে। বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত ১৬টা সক্রিয় বিমানবন্দৰ আছে। ইয়াৰ উপৰি জিৰ ‘এডভান্সড লেন্ডিং গ্রাউণ্ড ‘তো সেৱা আৰম্ভ কৰা হৈছে।

সমান্তৰালভাৱে ৰে’ল মন্ত্রণালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০২১-২২ত উত্তৰ-পূব ৰেল অণ্ডৰ অধীনত মুঠ ১,১৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৪ টা নতুন ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা, অনুমোদন আৰু কাৰ্যকৰীকৰণৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৩৬১ কিলোমিটাৰ ি প্রথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। ৭২৮ কিলোমিটাৰ দৈৰ্ঘৰ পাঁচটা ‘পথ-দ্বৈতকৰণপ্রকল্প’ৰ পৰিকল্পনা, অনুমোদন আৰু কাৰ্যকৰী কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৪৮ কিলোমিটাৰত ইতিমধ্যে সেৱা আৰম্ভ কৰা হৈছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রণালয়ে উত্তৰ-পূবত ৫,১৩৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ কাম হাতত লৈছে আৰু অনুমোদন জনাইছে। এই আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পসমূহে উত্তৰ-পূবত পৰ্যটনৰ বিকাশৰ বাবে এক বাধামুক্ত পৰিৱেশৰ বাবে অত্যাৱশ্যকীয় আৰু গুৰুত্বপূৰ্ণ সংযোগ প্রদান কৰিছে বুলি মন্ত্ৰীজনে উল্লেখ কৰিছে ।

ইফালে, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত উত্তৰ-পূব উন্নয়ন মন্ত্রণালয়ে উত্তৰ-পূবৰ ৰাজ্যকেইখনত পৰ্যটন খণ্ড, পানী যোগান, বিদ্যুৎ সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনি নির্মাণ প্রকল্পসমূহক সহযোগিতা আগবঢ়াই আহিছে বুলি মন্ত্ৰীজনে উল্লেখ কৰি কয় যে উত্তৰ-পূব পৰিষদৰ জৰিয়তে ডিনাৰ মন্ত্রণালয়ে উত্তৰ-পূবত পৰ্যটনক উৎসাহিত কৰাৰ লগতে পর্যটন আন্তঃগাঁথনি উন্নয়ন প্রকল্পসমূহকো সহযোগিতা আগবঢ়াই আহিছ৷

উত্তৰ-পূব পর্যটন বিভাগ, নৰ্থ-ইষ্ট ট্যুৰ অপাৰেটৰ আদিৰ দৰে পৰ্যটনক্ষেত্ৰৰ অংশীদাৰৰ স’তে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰাকে ধৰি পৰ্যটনৰ বিকাশৰ বাবে এক বাধামুক্ত পৰিৱেশ সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰ-পূবৰ পৰ্যটন খণ্ডৰ বিকাশৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান আঁতৰাই আগবাঢ়ি যোৱাৰ পথ মসৃণ কৰাৰ উদ্দেশ্যে ‘ভাৰতীয় প্ৰবন্ধন প্রতিষ্ঠান’ (আইআইএম) শ্বিলঙে এক ঘূৰণীয়ামেজমেল আয়োজিত কৰে।

ডনাৰ মন্ত্ৰণালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্রধানমন্ত্ৰীৰ উন্নয়নমূলক উদ্যোগ (পিএম ডেভইন) আঁচনিও ৰূপায়ণ কৰি আছে। এই আঁচনিখনে ‘প্রধানমন্ত্রী গতিশক্তি’ৰ দৃষ্টিভংগী সাৰোগত কৰি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে একত্রিতভাৱে পুঁজি যোগান ধৰে, উত্তৰ-পূবৰ প্রয়োজনীয়তাৰ আধাৰত সামাজিক বিকাশ প্রকল্পবোৰলৈ সহযোগিতা আগবঢ়োৱাৰ লগতে যুৱপ্ৰজন্ম আৰু মহিলাসকলৰ বাবে জীৱিকাৰ সম্ভাৱনা সৃষ্টি কৰে। আঁচনিখনে পর্যটন খণ্ডকো সামৰি লৈছে বুলি তেওঁ মন্তব্য কৰি পুনৰ

উল্লেখ কৰিছে যে ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অন্যান্য ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত সংযোগ স্থাপন কৰা, নাগৰিকৰ মাজত সম্পর্ক শক্তিশালী কৰাৰ বাবে ‘যুৱ সংগম’ উদ্যোগ গ্রহণ কৰাৰ লগতে পাঁচটা বিস্তৃত ক্ষেত্র যেনে পর্যটন, পৰম্পৰা, প্রগতি, প্রযুক্তি আৰু পৰস্পৰ সম্পৰ্ক স্থাপনত গুৰুত্ব আৰোপ কৰিছে।

পর্যটন মন্ত্রণালয়ে তীৰ্থস্থান আৰু ঐতিহ্যৰ বিকাশৰ বাবে বিষয়বস্তু আধাৰিত পর্যটন বর্তনী আৰু তীর্থযাত্রা পুনৰুজ্জীৱিতকৰণ, আধ্যাত্মিকতাৰ সংহত বিকাশৰ বাবে ‘স্বদেশ দর্শন’ আঁচনিকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে। ইয়াৰ ‘পৰ্যটন আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় সংস্থাসমূহক সহায়’ আঁচনিৰ অধীনতো চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিভিন্ন প্ৰকল্পলৈ অনুমোদন জনাই আহিছে বুলি আজি এক লিখিত প্ৰশ্নৰ উত্তৰত উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰেড্ডীয়ে মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: G.Kishan RaddyUdan Scheme In Ner
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d