Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Himanta Biswa Sarma : ওদালগুৰিৰ ৰৌতাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

উদ্বোধন কৰিলে অসম গৌৰৱ প্ৰয়াত কল্পনা বড়োৰ প্ৰতিমুৰ্তি

publisher by publisher
April 2, 2023
in Assam, News
Reading Time: 2 mins read
0
Himanta Biswa Sarma : ওদালগুৰিৰ ৰৌতাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
3
SHARES
25
VIEWS
ShareShareShareShare

Himanta Biswa Sarma :

a77f33fd a088 465d 930b cbdcf2279885অসমৰ চাহৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তিৰ স’তে সংগতি ৰাখি আজি ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মেকলিয়ড ৰাছেল মালিকানাধীন পানেৰী চাহ বাগিছা ক্লাবত অনুষ্ঠিত হয় অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক।

ADVERTISEMENT

c6bc525b 0bb0 4340 9a0e 45e79e841d70কেবিনেট বৈঠকৰ পূৰ্ৱে দিনজোৰা কেইৱাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুৱা সমষ্টিটোৰ বৰমুকলিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰলা বহুগাওঁ পানী যোগান আচনিৰ আৰম্ভ কৰে।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে উপস্থিত হয় ৰৌতাত। আজি হৈছে অসম গৌৰৱ সন্মানপ্ৰাপক প্ৰয়াত কল্পনা বড়োৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধ। ৰৌতাৰ অসম গৌৰৱ বটাঁপ্ৰাপক প্ৰয়াত বড়োৱে কাৰ্যনিৰ্বাহ কৰা ৰৌতা আইচিডিএচ প্ৰকল্পৰ অধীনস্থ ভালুকমাৰী ছেক্টৰৰ ৭৯ নম্বৰ বালিসিহাগাওঁ পুৰণাবস্তি অংগনবাড়ী কেন্দ্ৰৰ চৌহদত প্ৰয়াত বড়োৰ এটি প্ৰতিমুৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰতিমুৰ্তি উন্মোচন কৰি পোনে পোনে কল্পনা বড়োৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কল্পনা বড়োৰ বছৰেকীয়া আদ্য শ্ৰাদ্ধত উপস্থিত হৈ পৰিয়ালৰ লোকক শ্ৰদ্ধা নিবেদন কৰাৰ লগতে উপস্থিত ৰাইজক সম্বোধন কৰে।

আজি প্ৰয়াত বড়োৰ প্ৰতিমুৰ্তি উন্মোচন কৰি ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “আজি কল্পনা বড়োৰ পূণ্য আত্মালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

এগৰাকী অংগনবাড়ী কৰ্মী হৈ মাতৃ আৰু শিশুৰ কল্যাণৰ বাবে সমাজত কিমান ডাঙৰ প্ৰভাৱ পেলাব পাৰে তাৰ এটা ডাঙৰ উদাহৰণ কল্পনা বড়ো ডাঙৰীয়ানীয়ে ৰাখি থৈ গৈছে।

বিশেষকৈ ম‌ই ৰৌতালৈ আহি অনুভৱ কৰো যে দল-সংগঠন, জাতি-ধৰ্ম নিৰ্ৱিশেষে কল্পনা বড়োক ভাল পাইছিল। সকলোৰে আনন্দ দেখি প্ৰয়াত বাইদেউ কিমান জনপ্ৰিয় আছিল সেই কথা আকৌ প্ৰমাণিত কৰিছে।

আমি চৰকাৰে এই বটাঁসমূহ সেইসকল লোকক দিও যিসকলে সমাজৰ মাজত থাকি মানুহৰ জীৱন পৰিৱৰ্তনৰ বাবে কাম কৰে। আমাৰ সমাজত ভাল কাম কৰা মানুহৰ কেইৱাটাও শ্ৰেণী আছে।

ভাল সাহিত্য ৰচনা কৰাটো, ভাল গান গোৱাটো এক ডাঙৰ কাম বা শক্তি। মানুহৰ জীৱন পৰিবৰ্তন কৰাটোও এটা শক্তি। প্ৰয়াত কল্পনা বড়ো এগৰাকী সফল মহিলা হিচাপে কেৱল নিজ সন্তানৰ মাতৃ নহয়, তেখেতৰ অংগনবাড়ী কেন্দ্ৰত যোগদান কৰা প্ৰতিটো সন্তানৰ মাতৃ হিচাপে তেওঁ যিধৰণে সেৱা আগবঢ়াই গ’ল তাৰ বাবে ম‌ই তেখেতৰ বিদেহ আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিছো।

ভগৱানে যেন তেখেতক ভগৱানৰ শ্ৰীচৰণত স্থান দিয়ে তাৰ বাবে প্ৰাৰ্থনা জনাইছো।” উল্লেখ্য যে প্ৰয়াত বড়োৱে সম্প্ৰদায়ৰ সৈতে দক্ষতাৰে সম্পৰ্ক গঢ়ি তোলা, পৰিপুষ্টি খাদ্য প্ৰদানত উৎকৃষ্ট প্ৰদৰ্শন, নিয়মীয়া বিকাশ নিৰীক্ষণ আৰু চিনাক্ত কৰা এছ.এ.এম. শিশু নিয়মীয়া টিকাকৰণত দেখুওৱা পাৰদৰ্শিতাৰ বাবে চৰকাৰে বড়োলৈ ২০২২ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বঁটা প্ৰদান কৰিছিল।

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বড়োৱে ২০২২ চনৰ ১৩ জুলাইত শেষ নিশ্বাস ত্যাগ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিধায়ক চৰণ বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে বিটিচিৰ কেবাগৰাকীও ই‌এম, এমচিএল‌এয়ে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ টংলা অভিমুখে ৰাওনা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCMHimanta Biswa SarmaUdalguri
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d