Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhabanipur:’বীৰনাম’ৰ ছন্দে-ছন্দে, সত্ৰীয়া সংস্কৃতিৰ চমকপ্ৰদতাৰে সামৰণি পৰিল কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱ-বীৰনাম সমাৰোহ

publisher by publisher
May 6, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Bhabanipur:’বীৰনাম’ৰ ছন্দে-ছন্দে, সত্ৰীয়া সংস্কৃতিৰ চমকপ্ৰদতাৰে সামৰণি পৰিল কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱ-বীৰনাম সমাৰোহ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Agp Swahid Diwas Celebrations:শ্বহীদ খৰ্গেশ্বৰৰ জন্ম গাওঁ উজান বৰবৰীত অগপৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ খৰ্গেশ্বৰৰ ভাতৃ ৰাধাকান্তৰ

Bhabanipur:ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

Cattle Theft :বিলাসী বাহনেৰে গৰু চুৰি !

Bhabanipur:

ভৱানীপুৰৰ নিকটৱৰ্তী সত্ৰীয়া সংস্কৃতিৰ পৰিবেশনেৰে ঐতিহ্যমণ্ডিত কলবাৰী গাঁৱৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ আজি সফলতাৰে সামৰণি পৰে। উল্লেখ্য যে- তিনিদিনীয়াকৈ উদযাপন কৰা পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহত কালি নিশা ন বজাৰ পৰা আৰম্ভ হোৱা বীৰনাম সমাৰোহ উদ্বোধন কৰে শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ মুখ্য পাঠক হৰেকৃষ্ণ দাসে।

ADVERTISEMENT

আজি বিয়লি তিনি বজালৈ অনুষ্ঠিত বীৰনাম সমাৰোহত চমুৱাগাতিৰ নৱজ্যোতি মহিলা বীৰনাম দল, বৰপেটাৰ বামনা সত্ৰৰ শ্ৰীশ্ৰীৰাম আতা নাম দল,কলবাৰী বীৰনাম এনজিও,হাউলীৰ মৈৰামাৰা চতুৰ্ভূজ বীৰনাম দল,কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা মহিলা বীৰনাম দল,কলবাৰী বীৰনাম সত্ৰীয়া কলা কেন্দ্ৰ, হৰিয়াপাৰাৰ নৱমিলন থিয় নাম দল,কলবাৰী বীৰনাম সাংস্কৃতিক সংঘৰ লগতে কলবাৰীৰ বীৰনামৰ শিল্পী আৰু শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ ভক্তবৃন্দই সমূহীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট অনুপম সংস্কৃতি ‘বীৰনাম’ চমকপ্ৰদতাৰে পৰিবেশন কৰে।

প্ৰায় ওঠৰ ঘণ্টীয়া বীৰনাম সমাৰোহত আঠোটা নামদলৰ সহস্ৰাধিক বীৰনামৰ শিল্পীয়ে অংশগ্ৰহণ কৰে। আনহাতে আজি কলবাৰী গাঁৱৰ বীৰনামৰ শিল্পীয়ে পৰিবেশন কৰা বীৰনামত শতাধিক ভোৰতাল বাদন,অগণন নাগাৰা বাদনেৰে পাঁচ শতাধিক পালি, কেবাগৰাকীও পাঠকে অংশগ্ৰহণ কৰি পৰিবেশনত উজ্বলি উঠে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট চিৰ সুন্দৰৰ ‘বীৰনাম’ৰ সংস্কৃতি।

পৰিবেশন হোৱা প্ৰতিটো বীৰনামতেই সত্ৰীয়া সংস্কৃতিৰ দৃষ্টিনন্দন চিত্ৰ চিত্ৰিত হয়। উল্লেখ্য যে- ওঠৰ ঘণ্টীয়া বীৰনাম সমাৰোহত অসমীয়া সংস্কৃতিৰ লোকবাদ্য নাগাৰা,ভোৰতাল,খোলৰ ধ্বনি,বীৰনামৰ সুৰেৰে মুখৰ হৈ পৰে কলবাৰীৰ শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহথলীৰ লগতে বৃহত্তৰ কলবাৰী অঞ্চল।

আজি বীৰনাম সমাৰোহথলীত অতিথিৰূপে অংশগ্ৰহণ কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰ আৰু গুৱাগাছা শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ সত্ৰাধিকাৰ টিকেন্দ্ৰজিৎ অধিকাৰীয়ে নাম ধৰ্মৰ সংস্কৃতিৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী নকুল দাস পাঠকেও অতিথিৰূপে উপস্থিত থাকে।

বিয়লি তিনি বজাত শ্ৰীশ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰৰ মুখ্য পাঠক হৰেকৃষ্ণ দাসে উপস্থিত ৰাইজ তথা ভক্ত বৈষ্ণৱক লৈ হৰিধ্বনিৰে সামৰণি পৰে তিনিদিনীয়াকৈ উদযাপিত ৯১ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhabanipurkalbari Sri Sri Ramsaran Ata Satra:Palnam Mahotsav
publisher

publisher

Related Posts

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d