Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APDCL Prepaid Meter:বিদ্যুতৰ কেৰামতালিত ক্ষোভৰ অগনি ৰাজ্যৰ সৰ্বত্ৰে

ব্যক্তিগত কোম্পানীৰ আঙুলিৰ ঠাৰত নাচিছে এপিডিচিএলে, মুখ্যমন্ত্ৰীয়ে মন্তব্য, চাৰিটা ৰূমত চাৰিটা এচি চলালে বিল বাঢ়িবই, প্রিপেইড মিটাৰৰ হকে চাফাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ, স্মার্ট প্রিপেইড মিটাৰে জুলা-কলা খুৱাইছে জনতাক

publisher by publisher
June 9, 2023
in Assam, India, News
Reading Time: 5 mins read
0
APDCL Prepaid Meter:বিদ্যুতৰ কেৰামতালিত ক্ষোভৰ অগনি ৰাজ্যৰ সৰ্বত্ৰে
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

APDCL Prepaid Meter:

ADVERTISEMENT

স্মার্ট প্রিপেইড মিটাৰৰ ব্যাপক বিসংগতিয়ে জলা- কলা খুৱাইছে ৰাজ্যবাসীক। পূৰ্বৰ নিৰিখৰ তুলনাত প্রিপেইড মিটাৰত গ্রাহকে অধিক ধন ভৰিবলগীয়া হৈছে বুলি ৰাজ্যৰ সৰ্বত্ৰ উত্থাপিত অভিযোগ এপিডিচিএলে খণ্ডন কৰি আহিছে যদিও ক্রমশ উন্মোচিত হ’বলৈ ধৰিছে এপিডিচিএলৰ চূড়ান্ত মিথ্যাচাৰ।

সমগ্র ৰাজ্যজুৰি সাধাৰণ উপভোক্তা ৰাইজৰ ওপৰত চলাই অহা আৰ্থিক আৰু মানসিক নিৰ্যাতনৰ তিনিটা শেহতীয়া স্নেপশ্বটে উদঙাই দিছে স্মার্ট প্রিপেইড মিটাৰৰ জৰিয়তে আৰম্ভ কৰা হাৰাশাস্তিৰ প্ৰতিচ্ছবি। স্মার্ট প্রিপেইড মিটাৰ সংযোজন কৰা ৰাজ্যৰ প্ৰায়সংখ্যক লোককে নগুৰ-নাগতি কৰিছে তথাকথিত ডিজিটেল পদ্ধতিৰে ধন সংগ্ৰহ ব্যৱস্থাই পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে যে বিগত কেইদিনমান ধৰি অব্যাহত থকা প্ৰচণ্ড গৰমৰ সময়ত বিদ্যুৎ যোগান ঘণ্টাৰ পাছত ঘণ্টা ধৰি ব্যাহত হৈ থকাৰ পাছতো গ্ৰাহকৰ একাউণ্টৰ পৰা হোৱাহোৰে কৰ্তন কৰা হৈছে বিদ্যুৎ মাচুল।

ব্যৱহাৰ কৰক বা নকৰক একাউণ্টৰ পৰা মাচুল কৰ্তন কৰাত এক ছেকেণ্ড সময়ৰো হেৰফেৰ নকৰে স্মাৰ্ট মিটাৰে। জমা ধন শেষ হোৱাৰ লগে লগে কৰ্তন কৰিবলৈ বন নাথাকিলে স্বয়ংক্রিয়ভাবে কর্তন হয় গ্ৰাহকৰ বিদ্যুৎ সংযোগ। কেন্দ্ৰীয় চৰকাৰ আৰু একাংশ পুঁজিপতি গোষ্ঠীৰ পৰামর্শক্রমে কোটি কোটি টকা ব্যয় কৰি ক্ৰয় কৰি অনা স্মার্ট প্রিপেইড মিটাৰ স্থাপনৰে ৰাজাৰ সৰ্বসাধাৰণ উপভোক্তা ৰাইজক চলাই অহা হাৰাশাস্তিৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ হৈছে জনতাৰ ক্ষোভ।

নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাত অসমর্থ এপিডিচিএলে ‘প্রাইভেট কোম্পানীৰ জৰিয়তে গ্ৰাহকৰ একাউণ্টৰ পৰা নিয়মীয়াকৈ ধন কৰ্তন কৰি এফালে শোষণ আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান এপিডিডিএলক পর্যায়ক্রমে ব্যক্তিগতকৰণৰ পথ প্ৰশস্ত কৰিছে।

পূৰ্বে মিটাৰ ৰিডিং সংগ্ৰহ কৰাৰ দায়িত্ব ব্যক্তিগত খণ্ডক গতোৱাৰ পাছত এইবাৰ প্রিপেইড মিটাৰেৰে গ্ৰাহকৰ পৰা ধন কৰ্তনৰ লগতে সময় মতে বিচার্জ নকৰা গ্ৰাহকৰ ঘৰত যিকোনো মুহুর্ততে বিদ্যুৎ কর্তন কৰাৰ এই ব্যৱস্থাই অতিষ্ঠ কৰি তুলিছে গ্রাহক ৰাইজক। সমগ্ৰ ৰাজ্যতে এতিয়া ৰাজপথলৈ ওলাই অহা প্রতিবাদী জনতাই ৰাজ্যত পুঁজিপতিৰ স্বাৰ্থত স্থাপন কৰা প্রিপেইড স্মার্ট মিটাৰৰ পৰিবৰ্তে পূৰ্বৰ প উপেইড পদ্ধতিৰে মাচুল সংগ্ৰহৰ দাবী উত্থাপন কৰিছে।

উল্লেখ্য যে অসমত ১৯টা বিদ্যুৎ সংমণ্ডলত প্ৰাৰম্ভিক পৰ্যায়ত হয় লাখ স্মার্ট প্রিপেইড মিটাৰ সংস্থাপনৰ দায়িত্ব লাভ কৰা ইন্টেলিস্মার্ট’ নামৰ কোম্পানীটোৰ মইমতালিয়ে বিবুধিত পেলাইছে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক। মুঠতে পাঁচশ কোটি টকা ব্যয়ৰে ইন্টেলিস্মাৰ্টৰ পৰা ক্ৰয় কৰা ছয় লাখ মিটাৰ পূৰ্ণগতিত সংস্থাপন চলি আছে ক্রমে নগাঁও, মৰিগাঁও, কাছাৰ, বদৰপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, ৰঙিয়া, মঙলদৈ, তেজপুৰ আৰু উত্তৰ লখিমপুৰ বৈদ্যুতিক সংমণ্ডলত।

এই কোম্পানীটোৱেই গ্ৰাহকৰ পৰা অনলাইনযোগে মাচুল কর্তনৰ দায়িত্বতো আছে। সেই সূত্রে মাচুল অধিক হাৰত কৰ্তন কৰা বুলি অভিযোগ উঠিলেই চালে-বেৰে কোবাই মূল প্ৰসংগৰ পৰা আঁতৰি যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে ব্যক্তিগত কোম্পানীৰ আঙুলিৰ ঠাৰত উঠ-বহু কৰিবলৈ ধৰা এপিডিচিএলে।

উল্লেখ্য যে জধে-মধে বিদ্যুৎ ব্যৱহাৰৰ নামত ধন কৰ্তন কৰি সৰ্বকালৰ অভিলেখ সৃষ্টি কৰা এপিডিচিএলে ধন কৰ্তনৰ সমানে বিদ্যুৎ যোগানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। প্ৰচণ্ড গৰমৰ সময়তো গুৱাহাটীক বাদ দি ৰাজ্যৰ আন সকলো প্ৰান্ততে সঘন লোডশ্বেডিঙে বিপর্যস্ত কৰিছে উপভোক্তা ৰাইজক।

লক্ষ্যণীয় যে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ ৰাইজে স্থানীয়ভাবে বৈদ্যুতিক উপ-সংমণ্ডলসমূহত প্রতিবাদ অব্যাহত ৰাখিছে যদিও সংশ্লিষ্ট এপিডিচিএলন অভিযন্তা- বিষয়াই স্মার্ট মিটাৰ আৰু বিদ্যুৎ যোগান দুয়োটা বিষয়তে হাত দাঙি দিছে। স্মার্ট প্রিপেইড মিটাৰৰ জৰিয়তে ধন কৰ্তন এপিডিচিএলৰ হাতত নাই, বৰঞ্চ ব্যক্তিগত খণ্ডৰ কোম্পানীয়েহে ধন কৰ্তন কৰাৰ পৰিপ্ৰেক্ষিতত উপভোক্তা ৰাইজে এতিয়া বর্ধিত হাৰত মাচুল কৰ্তনৰ বিৰুদ্ধে অভিযোগ দিবলৈও কোনো কর্তৃত্বশীল পক্ষক বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। এপিডিচিএলৰ মিথ্যাচাৰ উদঙালে জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গৰ পত্নী তথা ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গার্গে ৷

নিয়মীয়া হাৰতকৈ অত্যধিক পৰিমাণে স্মার্ট প্রিপেইড মিটাৰৰ জৰিয়তে ব্যাপক হাৰত ধন কৰ্তন কৰি নিয়া বুলি গৰিমা শ‍ইকীয়া গাৰ্গে উত্থাপন কৰা অভিযোগৰ পাছতে ছ’চিয়েল মিডিয়াযোগে এপিডিচিএলে প্রত্যুত্তৰ দিয়ে যে গৰিমা গাৰ্গে যোৱা এপ্ৰিলত এপইচাও ধন ৰিচার্জ কৰা নাছিল। সেয়েহে মে’ত একেলগে দুমাহৰ বিল কৰ্তন কৰা হৈছে। এপিডিচিএলৰ মতে গৰিমা গাৰ্গৰ এপ্ৰিলৰ প্রিপেইড বিলৰ পৰিমাণ আছিল ৬০৯৮ টকা আৰু মে’ত এই পৰিমাণ আছিল ৬৪৫৯ টকা।

এপিডিচিএলৰ এই প্ৰত্যুত্তৰৰ পাছত গৰিমাই ছ’চিয়েল মিডিয়াযোগে এপিডিচিএলে মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি তথ্য সহকাৰে মন্তব্য কৰে। গৰিমাই কম যে তেওঁ ঘৰুৱা সংযোগৰ বিপৰীতে অত্যধিক হাৰত মাচুল কর্তন কৰা বুলি ভিত্তিহীন অভিযোগ কৰা নাছিল। তেওঁ কয় যে উপভোক্তাৰ একাউণ্টত এপইচাও ধন নাথাকিলে লগে লগে স্বয়ংক্রিয়ভাৱে গ্ৰাহকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে।

তেনেস্থলত স্মার্ট প্রিপেইড মিটাৰৰ জৰিয়তে দুমাহ ধৰি তেওঁৰ ঘৰত বিদ্যুৎ কর্তন নকৰাটো বিশ্বাসেই নহয়। বিগত কেইদিনত তেওঁ কৰা বিচাৰ্জৰ তথ্য সদৰী কৰি কয় যে যোৱা ন মে’ত পাঁচ হেজাৰ টকা, ১৭ মে’ত দুহেজাৰ টকা, ৩১ মে’ত দুহেজাৰ টকা, তিনি জুনত দুহেজাৰ টকা ৰিচাৰ্জৰ অন্তত নিশা দুই বজাত পুনৰ দুহেজাৰ টকাৰ ৰিচাৰ্জ কৰে।

লক্ষ্যণীয় যে বুধবাৰলৈকে তেওঁৰ একাউণ্টত তিনিশ টকা থকা বাবে নিশা দুই বজাত দুহেজাৰ টকা বিচাৰ্জ কৰিছিল যদিও প্রায় আঠ ঘণ্টাৰ ভিতৰতে তেওঁৰ একাউণ্টৰ পৰা প্ৰায় ১১শ টকা কৰ্তন কৰা হয়। এই প্ৰসংগত গাৰ্গে কৰা যে তেওঁ ভিত্তিহীনভাবে অভিযোগ উত্থাপন কৰা নাছিল।

বাস্তব অভিজ্ঞতাৰ ভিত্তিতহে এই অভিযোগ কৰা বুলি উল্লেখ কৰি গৰিমাই কয় যে ঘৰ বুলি দুটা কোঠাত বেছিভাগ সময় লাইট আৰু যেন বন্ধ থাকে। তৎসত্ত্বেও ইমান বৃহৎ পৰিমাণৰ মাচুল কৰ্তন কৰাটো আশ্চর্যজনক। গৰিমাৰ এই অভিযোগে উন্মোচিত কৰিছে প্রিপেইড স্মার্ট মিটাৰৰ জৰিয়তে এপিডিচিএলে ব্যক্তিগত কোম্পানীৰ সহায়ত অব্যাহত ৰখা লুণ্ঠনৰাজৰ দিশ ।

গণ বিক্ষোভ দেখি স্মাৰ্ট মিটাৰৰ হৈ চাফাই গোৱাত ব্যস্ত শক্তিমন্ত্রী নন্দিতা গৰ্লোচা ৷ ৰাজ্যজুৰি স্মাৰ্ট প্রিপেইড মিটাৰৰ বিৰুদ্ধে ভুক্তভোগীয়ে ধৰ্ণা-প্রতিবাদ আৰম্ভ কৰাৰ সময়তে স্মার্ট প্রিপেইড মিটাৰৰ বিসংগতি নাই বুলি চাফাই গোৱাত ব্যস্ত হ’ল শক্তিমন্ত্রী গৰাকী।

শক্তিমন্ত্রীগৰাকীয়ে বিদ্যুতৰ বিল বৃদ্ধি পোৱা বাবে স্মার্ট মিটাৰ দায়ী নহয় বুলি দাবী কৰি কয় যে গ্রাহকে যিমান বিদ্যুৎ খৰচ কৰে সেই অনুপাতেহে বিল আছে। তেওঁ নিজৰ ঘৰতো স্মাৰ্ট প্রিপেইড মিটাৰ থকা বুলি সদৰী কৰি কয় যে প্রিপেইড মিটাৰ সংযোজনৰ পাছতে গ্রাহকে নির্ধাৰিত এপ ডাউনলোড কৰি লৈ এপৰ জৰিয়তে সকলো হিচাপ পাব পাৰে।

প্ৰচণ্ড গৰমৰ বাবে গ্ৰাহকৰ ঘৰে ঘৰে বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পোৱা বাবেহে মাচুলো বাঢ়িছে বুলি যুক্তি দশাই শক্তিমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে স্মার্ট প্রিপেইড মিটাৰৰ জৰিয়তে কোনোবাই উপভোক্তাৰ মাচুল বঢ়াই নিদিয়ে, ব্যৱহাৰ অনুপাতেহে বিদ্যুতৰ মাচুল কৰ্তন কৰা হয়।

আনহাতে শক্তিমন্ত্ৰী গৰাকীৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়,চাৰিটা ৰূমত চাৰিটা এচি চলালে বিল বাঢ়িবই ৷

দেশৰ সকলো ৰাজ্যতে এতিয়া বিদ্যুতৰ নাটনি ঘটিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমতো বিদ্যুতৰ নাটনিৰ কাৰণ ব্যাখ্যা কৰিলে। মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত একো একোটা ঘৰত চাৰিটা কোঠাত চাৰিটাকৈ এচি চলাই থকা হৈছে। চাৰিটা কোঠাত চাৰিটাকৈ এচি চলালে বিদ্যুতৰ বিল বাঢ়িবই আৰু নাটনিও হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ আগত কয় যে এই গৰমৰ দিনত সৰ্বাধিক চাহিদাৰ সময়ত অসমত যিমান লোডশ্বেডিং হ’ব লাগিছিল সিমানো হোৱা নাই। এপিডিচিএলৰ উদ্ধৃতি দি মুখ্যমন্ত্রীয়ে কয় যে পৰৱৰ্তী দিনকেইটাতো লোডশ্বেডিং নহ’ব।

ইফালে, স্মার্ট প্রিপেইড মিটাৰ সংস্থাপনৰ পাছত গ্ৰাহকৰ পৰা অত্যধিক হাৰত মাতুল কৰ্তন কৰাৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে গ্ৰাহকৰ বিদ্যুতৰ বিল নিৰ্ভৰ কৰে তেওঁ কিমান বিদ্যুৎ খৰচ কৰিছে তাৰ ওপৰতহে। অসমত কোনেও বিদ্যুতৰ মাচুল বঢ়োৱা নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মাচুল পূৰ্বৰ দৰে একেই আছে।

গৰমৰ বাবে এতিয়া বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পোৱাতহে গ্ৰাহকৰ মাতুলো বাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে। তেওঁ কয় যে চলিত মাহত বিদ্যুৎ মাচুল ৩০ পইচা বাঢ়িছে যদিও যোৱা মাহত প্রতি ইউনিটত ২৫ পইচাকৈ কমিছিল। গতিকে প্রতি ইউনিটত মাথোঁ পাঁচ পইচাকৈহে মাচুল বাঢ়িছে। মুখ্যমন্ত্ৰীৰ মতে মাচুল বঢ়া বাবে গ্ৰাহকৰ বিদ্যুতৰ বিল বঢ়াৰ অভিযোগ সত্য নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Prepaid MeterAPDCLPower Minister Nandita GorlosaPrepaid MeterPublic Reaction
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d