Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Karnataka New Cm:কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব !

ছিদ্দাৰামাইয়াৰ নামত মোহৰ মাৰিব হাইকামাণ্ডে, উপ-মুখ্যমন্ত্ৰীৰ ৰূপে ডি.কে. শিৱকুমাৰ !, ১৮ মে'ত কান্তি ৰাও ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান

publisher by publisher
May 17, 2023
in India, News
Reading Time: 2 mins read
0
Karnataka New Cm:কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী

নিতৌ খাদ্য দিয়া বৃদ্ধাৰ অন্তিমযাত্রাত শোকবিহ্বল বান্দৰ

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

Karnataka New Cm:

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ৰূপে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছিদ্দাৰামাইয়াৰ নামত কংগ্ৰেছ হাইকামাণ্ডে মোহৰ মৰাটো নিশ্চিত হৈ পৰিছে ৷ একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি. কে. শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে ৷

ADVERTISEMENT

উল্লেখ্য যে,কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা যোৱা চাৰিদিন ধৰি ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব এই সন্দৰ্ভত নতুন দিল্লীৰ ১০ নং জনপথত ব্যাপক তৎপৰতা অব্যাহত আছে ৷

এনে প্ৰেক্ষাপটৰ মাজতে মুখ্যমন্ত্ৰীত্বৰ দুই দাবী দাৰৰ অন্যতম জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াক হাইকামাণ্ডে নতুন দিল্লীলৈ তলৱ কৰাৰ পাচত বিগত তিনিদিন ধৰি দিল্লীত বাহৰ পাতি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স’তে ঘনে ঘনে বৈঠকত মিলিত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ ১০ নং জনপথত সাক্ষাৎ কৰে সিদ্ধাৰামাইয়াই ৷

আনহাতে আজি মুখ্যমন্ত্ৰীৰ আন এজন শক্তিশালী দাবীদাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি.কে. শিৱকুমাৰেও কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স’তে এক বৈঠকত মিলিত হোৱাৰ পাছতে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীক সুকীয়া সুকীয়াকৈ ১০ নং জনপথত সাক্ষাৎ কৰে ৷

কিন্ত আবেলি পৰ্যন্ত মুখ্যমন্ত্ৰীৰ নামত মোহৰ মাৰিব পৰা নাই কংগ্ৰেছ হাইকামাণ্ডে৷ দুয়োজনে মুখ্যমন্ত্ৰীত্বৰ পদৰ বাবে আকোৰগোজ হৈ থাকে ৷ যাৰবাবে হাইকামাণ্ড-এ চুড়ান্ত সিদ্ধান্ত লোৱাত বিলম্ব হৈছে ৷ আনকি কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ৫০-৫০ ফৰ্মুলাক লৈ আলোচনা চলে ৷

কংগ্ৰেছে ছোনীয়া গান্ধী,ৰাহুল গান্ধী,প্ৰিয়ংকা গান্ধী,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে সহ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ উপস্থিতিৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত মুখ্যমন্ত্ৰীত্বৰ দাবীদাৰ দুয়োজনক মুখামুখিকৈ বহাই এক চুড়ান্ত সিদ্ধান্তত উপনিত হ’বৰ বাবে কুজকাৱাজ তীব্ৰ কৰি তোলে ৷

বুধবাৰে নিশাৰ ভাগত ছবি স্পষ্ট হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ নতুন দিল্লীৰ পৰা শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম একপ্ৰকাৰ চুড়ান্ত কৰা হৈছে  ৷ মাত্ৰ আনুষ্ঠানিকতা বাকী ৷

সেই অনুসৰি ছিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি.কে. শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে ৷ একেদৰে শিৱকুমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপেও নিজৰ দায়িত্ব নিৰ্বাহ কৰিব ৷

মনকৰিবলগীয়া যে, ১৮ মে’ত কান্তি ৰাও ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী আৰু উপ -মুখ্যমন্ত্ৰী সহ ১০ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DCMKarnatakaNew Cm
publisher

publisher

Related Posts

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d