Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Politics bye bye: বিদায় ৰাজনীতি !

সংক্ষণেও বিপদ মাতিলে বহু বিধায়কলৈ

publisher by publisher
June 23, 2023
in Assam, News, Politics
Reading Time: 1 min read
0
Politics bye bye: বিদায় ৰাজনীতি !
14
SHARES
140
VIEWS
ShareShareShareShare

RelatedPosts

বিধায়ক ভৱেশ কলিতাৰ পত্নীক আৱদ্ধ কৰি ৰখাৰ অভিযোেগ

Fish:মাছ-মাংসতে বহিঃৰাজ্যলৈ কমেও দুশকোটি

Note For Vote Case:জনপ্ৰতিনিধিয়ে ক্ৰছ ভোট কৰিলে যাব লাগিব জে’ললৈ !

Politics bye bye: বিদায় ৰাজনীতি,!

ADVERTISEMENT

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ অব্যাহত থকা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজত পোৱা-নোপোৱাৰ হিচাপ-নিকাচৰ দিশটো অতি লক্ষ্যণীয় হৈ পৰিছে।

একাংশ নেতাৰ বাবে খচৰাখনে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে আৰু আন একাংশৰ নিৰ্বাচনী ৰাজনৈতিক জীৱনেই ইতি পেলোৱাৰ উপক্রম ঘটাইছে। ইয়াৰ ভিতৰত ৰাজনৈতিক ‘কেৰিয়াৰ’ শেষ হ’ব পৰা দিশটো বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে।

https://dainikagradoot.in/wp-content/uploads/2023/06/VID-20230623-WA0021.mp4

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক লৈ অব্যাহত থকা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজত পোৱা-নোপোৱাৰ হিচাপ-নিকাচৰ দিশটো অতি লক্ষ্যণীয় হৈ পৰিছে।

একাংশ নেতাৰ বাবে খচৰাখনে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে আৰু আন একাংশৰ নিৰ্বাচনী ৰাজনৈতিক জীৱনেই ইতি পেলোৱাৰ উপক্রম ঘটাইছে। ইয়াৰ ভিতৰত ৰাজনৈতিক ‘কেৰিয়াৰ’ শেষ হ’ব পৰা দিশটো বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে।

বকো সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। খচৰাত সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে।

ইয়াৰ ফলত সমষ্টিটোৰ বিধায়িকা নন্দিতা দাসৰ ৰাজনৈতিক ভৱিষ্যৎ ‘দৈনিক অগ্রদূত’ক কয় যে এই সময়ত তেওঁ বিকল্পৰ কথা অনিশ্চয়তাত সোমাই পৰিছে।

এই সন্দৰ্ভত বিধায়িকাগৰাকীয়ে ভাবিব পৰা নাই; কিন্তু এই কথাটো ঠিক যে অতি পৰিকল্পিতভাৱে বকোৰ সংৰক্ষণ নীতি সলনিৰ কৌশল লোৱা হৈছে।

দাসে কয়, ‘কামৰূপত এটা নতুন সমষ্টি গঠনৰ প্ৰস্তাৱ কৰা হৈছে। ছমৰীয়া নামৰ এই সমষ্টিটো গঠনৰ বিশেষ উদ্দেশ্য হয়তো আগন্তুক দিনত স্পষ্ট হ’ব।

মুখ্যমন্ত্ৰীয়ে নিজৰ ভৱিষ্যৎ ৰাজনৈতিক অংকৰে সমষ্টিটো সৃষ্টি কৰিছে বুলি ৰাইজৰ মাজত চৰ্চা চলিছে। বকোৰ ওপৰত হাত দিয়াৰ কিবা প্ৰয়োজন আছিল বুলি আমি নাভাবো। ৰাইজেও সেই কথাই কৈছে।’

বিকল্পহীন হোৱা আন এজন নেতা হ’ল প্ৰদীপ হাজৰিকা। আমগুৰিৰ অগপৰ বিধায়ক হাজৰিকাৰ সমষ্টিটো খচৰাত বিলোপ কৰা হৈছে। হাজৰিকাৰ লগতে কংগ্ৰেছৰ অংকিতা দত্তৰ ৰাজনৈতিক ভবিষ্যতো খচৰাই প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিলে ।

দুয়োরে সেয়েহে খচৰাখনক লৈ ভীষণ অসন্তুষ্ট। বিধায়ক হাজৰিকাই হিচাপ-নিকাচ নকৰাকৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সৰৱ হৈছে। হাজৰিকাৰ হাতত এই সময়ত কোনো বিকল্প সমষ্টিও নাই।

জনীয়া সমষ্টিটো খচৰাত বিলোপ কৰা হৈছে। ইয়াৰ ফলত সমষ্টিটোৰ এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ ৰাজনৈতিক ভৱিষ্যতো অনিশ্চয়তাত সোমাই পৰিল।

জনীয়াৰ ঠাইত ৰূপসী নামৰ নতুন সমষ্টি এটা খচৰাত গঠন কৰা হৈছে। জনীয়া সমষ্টিৰ খুব বেছি ৩০ শতাংশ অঞ্চলহে ৰূপসীৰ অন্তৰ্ভুক্ত হৈছে। গতিকে ইছলামৰ বাবেও নতুন সমষ্টিলৈ ঢাপলি মেলাটো কঠিন হ’ব।

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুয়েইন সিকদাৰে তেওঁ প্রতিনিধিত্ব কৰা সৰুক্ষেত্ৰী সমষ্টিটো খচৰাত বিলোপ কৰাক লৈ ৰাইজৰ লগত ঐক্যবদ্ধ আন্দোলনৰ হুংকাৰ দিছে।

ইয়াৰ এটা অন্যতম কাৰণ খচৰাখন কাৰ্যকৰী হ’লে সিকদাৰ সমষ্টিহীন হ’ব। কিয়নো খচৰাত সৰুক্ষেত্ৰী সমষ্টিটোক যণ্ড-বিখণ্ড কৰি পাঁচটা সমষ্টিত ভগাই দিয়া হৈছে।

সেই অনুসৰি, সবক্ষেত্ৰীৰ অংশ সোমাৰ টিহু, বৰপেটা, চেঙা, বজালী আৰু ৰূপসীত। ইয়াৰে কোনোবাটোলৈ নিৰ্বাচন খেলিবৰ বাবে ঢাপলি মেলাতো সিকদাৰৰ বাবে অন্ততঃ এই সময়ত মুঠেই সম্ভৱ নহয়।

সমষ্টিবিহীন হ’ব বিজেপিৰ সুমন হৰিপ্ৰিয়া। বিধায়িকাগৰাকীয়ে প্ৰতিনিধিত্ব কৰা হাজো সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, হাজোক লৈ নির্বাচন আয়োগে গ্ৰহণ কৰা প্ৰস্তাবত ভীষণভাবে ক্ষু হৰিপ্ৰিয়া। বিকল্প বুলিবলৈও তেওঁৰ হাতত আন সমষ্টি নাই। হাজোত যোৱা নিৰ্বাচনত তেওঁক একপ্ৰকাৰ জোৰকৈয়ে বিজেপিয়ে প্রার্থিত্ব দিছিল।

হাজোত ইয়াকে লৈ হোৱা দলত বিৰোধ হৈছিল। এইবাৰ সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰি বিধায়িকাগৰাকীয়ে পুনৰ প্রার্থিত্ব লাভৰ মুদাই মাৰিলে। হাজোক লৈ বহুতে সপোন দেখি আহিছিল। হাজোৰ পৰা নিৰ্বাচন খেলাৰ অংক কৰিয়েই কংগ্ৰেছ ত্যাগ কৰি অসম তৃণমূল কংগ্ৰেছত যোগ দি দলৰ সংবাদ কোষৰ দায়িত্ব পালন কৰি আছে দিলীপ শৰ্মাই।

শৰ্মাৰো হিচাপ-নিকাচ খচৰাখনে তচনচ কৰি দিলে। একেদৰে অসম জাতীয় পৰিষদৰ দুলু আহমেদৰো ৰাজনৈতিক কেৰিয়াৰ হাজোত অন্ততঃ শেষ।

বৰপেটা বিধানসভা সমষ্টিটো খচৰাত অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। ইয়াৰ ফলত বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ ৰাজনৈতিক কেৰিয়াৰত বাধা অহাটো নিশ্চিত হৈছে। সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু) দীর্ঘদিন নেতৃত্ব দি যোৱা বিধানসভা নিৰ্বাচনৰ জৰিয়তে নির্বাচনী ৰাজনীতিত ভৰি দিছিল আহমেদে। খচৰাখনত কৰা প্ৰস্তাৱৰ ফলত আহমেদে বিকল্প সমষ্টি বিচাৰি পোৱা টান বুলি ঘনিষ্ঠ সূত্ৰত প্রকাশ।

একেদৰে দুবাৰ সমষ্টিটোক প্রতিনিধিত্ব কৰা অসম গণ পৰিষদৰ গুণীন্দ্ৰ নাথ দাসেও আৰু প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ নাপায়। বিকল্প সমষ্টিও নাই। সেয়েহে খচৰাখনকে মানি ল’বলৈ বাধ্য হোৱা বুলি দাসে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam politicsdelimitationMLAঅসম
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d