Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

    কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যত পুনৰ সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা

আটকাধীন অপৰাধীক পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা গুলীবিদ্ধ দুৰ্ধষ অপৰাধ ৰফিকুল ইছলাম

publisher by publisher
August 14, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
ৰাজ্যত পুনৰ সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Bilasipara Cyber Criminal Arrested:বিলাসীপাৰাত পুনৰ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী

BJP leader Suspended: দৈনিক অগ্ৰদূত’ৰ বাতৰি প্ৰভাৱ,চোৰাং বিলাতী সুৰা ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত বিজেপিৰ পৰা নিলম্বন ৰাকেশ নাগ

‘মৃত্যু উপত্যকা’ত পৰিণত বিলাসীপাৰা!

Most Wanted Criminal Arrested:

ৰাজ্যত পুনৰ সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা। দেওবাৰে নিশা ধুবুৰীৰ চাপৰত শশাৰগাঁৱত শূন্যলৈ গুলীচালনা আৰু নিৰীহ যুৱকক পিষ্টলৰে প্ৰহাৰ কৰা কাণ্ডৰ মুল অপৰাধী ৰফিকুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ADVERTISEMENT

দেওবাৰে নিশা আটকাধীন ৰফিকুলক লগত লৈশা শশাৰগাঁও ঘটনাত ব্যৱহাৰ হোৱা অস্ত্ৰ উদ্ধাৰৰ বাবে অভিযান চলাইছিল। কিন্ত হঠাৎ আৰক্ষী জিন্মাৰ পৰা পলাবলৈ আৰক্ষীক আক্ৰমণ কৰে ৷ এই ঘটনাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে ৰফিকুলৰ ভৰিত গুলীয়াবলৈ বাধ্য হয় ৷

গুলীবিদ্ধ ৰফিকুলক আৰক্ষীয়ে ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজ হাস্পতালতত ভৰ্তি কৰে । ।

আনহাতে আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত ঘটনাৰে জড়িত মূল অভিযুক্ত ৰফিকুল ইছলাম সহ আন কেইজন আটকাধীন হ’ল- নুৰ মহম্মদ আলী, ছাহাবুদ্দিন, মহম্মদ আলী, মেহবুব আলম, ৰিয়াজুল আৰু হামিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে জব্দ কৰিছিল মটৰ চাইকেল, এখন নম্বৰ প্লেট বালেনো গাড়ী, ২ জাঁই সজীৱ গুলী আৰু অন্যান্য সামগ্ৰী।

মনকৰিবলগীয়া যে,দীৰ্ঘদিন ধৰি সমগ্র নামনি অসমত সন্ত্রাসৰ সৃষ্টি কৰি আহিছিল দুৰ্ধৰ্ষ অপৰাধী ৰফিকুলে। আনকি অপৰাধীটোক গুলীয়াই হত্যা কৰাৰ দাবী কৰিছিল সন্ত্ৰস্ত ৰাইজে ৷ এই ধৃত ৰফিকুলেই শনিবাৰে পিষ্টলৰে নন্দন নাথ নামৰ এজন লোকক মূৰত আঘাত কৰিছিল।

ফুটকিবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শশাৰগাঁৱৰ প্ৰথমখণ্ডত শনিবাৰে পুৱাই অচিনাক্ত দুৰ্ষ্কৃতিকাৰীৰ শূন্যলৈ গুলীবৰ্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে ।

উল্লেখ্য যে,কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীবেশ ৰায়ৰ বাসগৃহৰ মাজত মাত্ৰ ১০০ মিটাৰৰ দূৰত্বত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷

উল্লেখ্য যে, শণিবাৰে পুৱাতে অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই হাতত মাৰাণাস্ত্ৰ লৈ শূন্যলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি জীবেশ ৰায়ৰ বাসগৃহৰ সন্মুখৰে পাৰ হৈ যোৱাৰ সময়তে মুখামুখি হয় যুৱক নন্দন নাথ নামৰ যুৱকজন ৷

পুৱা দৌৰিবলৈ অহা যুৱকজনে ৰাতিপুৱা তেওঁলোক ক’লৈ যায় বুলি সোধাত খৰ্গগস্ত হৈ দুৰ্বৃত্তৰ দলটো ৷ কোনো কথাৰ অৱতাৰণা নকৰাকৈ তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে নন্দন নাথ পিষ্টল কুন্দাৰে উপযুপৰি প্ৰহাৰ কৰে। দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত এটা দাঁত ভাঙে নিৰীহ যুৱকজনৰ৷

ইপিনে তিনিজনীয়া দুৰ্বৃত্ত দলটোৰ দলবদ্ধ আক্ৰমণত ধৰাসায়ী হৈ প্ৰাণৰ মমতাত চিঞৰিবলৈ ধৰে ৷ পাছত যুৱকজনৰ সহায়ৰ বাবে বহুলোকে আগবাঢ়ি অহাত দুৰ্বৃত্তৰ দলতোৱে ৰাইজক ভীতিগ্ৰস্থ কৰিবলৈ শূন্যলৈ নিৰ্বিচাৰ গুলীচালনা কৰি সেই স্থানৰ পৰি পলায়ন কৰে ৷

দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ২০ বছৰীয়া নন্দন নাথক ৰাইজে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷

আনহাতে ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত মহকুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্বৃত্ত সন্ধানত অভিযান চলাই ৷ আৰক্ষীয়ে ঘটলাস্থলীৰ পৰা এটা খালি কাৰ্টিজ উদ্ধাৰ কৰে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী গঢ়ি তোলে শশাৰগাঁও অঞ্চলত ৷ লগতে আৰম্ভ কৰিছিল মাৰাথন অভিযান ৷ অৱশেষত আৰক্ষী- চি আৰ পি এফৰ যৌথ অভিযানত জালত পৰে দুৰ্ধৰ্ষ অপৰাধ ৰফিকুল ইছলাম আৰু তাৰ অপৰাধ সংগী কেইটা ৷
ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAsam Police-Crpf RaidBilasiparaMost Wanted CriminalRafiqul Islam Islam Arrested
publisher

publisher

Related Posts

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

September 27, 2026
ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন
Assam

ভাৰতৰ প্ৰথম বন্দৰভিত্তিক ই-মিথানল উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন

September 27, 2026
কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা
Assam

কাইলৈৰ পৰা তিনিদিন অচল বেংক সেৱা

September 27, 2026
কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী
Assam

কিদৰে চোৰাং সোণৰ বৃহৎ বজাৰত পৰিণত হৈ পৰিছে গুৱাহাটী

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d