Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Indrani Tahbildar Death Case : বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনা

দ্বিবন ডেকাৰে ফোনকল ভাইৰেল হোৱা ৰিয়া দাস চানমাৰি থানাত হাজিৰ, আৰক্ষীয়ে কৰিছিল তলৱ

publisher by publisher
August 19, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Indrani Tahbildar Death Case : বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনা
3
SHARES
34
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান

Heroin Seized With Paddlar Arrested:মহানগৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাকাৰী

Deadbody Recovered in Chandmari: মহানগৰীৰ চানমাৰি কলনীত চাঞ্চল্যকৰ ঘটনা

Indrani Tahbildar Death Case :

বিজেপিৰ কিষান মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ৰহস্যজনক আত্মহত্যা ঘটনাই ইতিমধ্যে বিজেপিত সৃষ্টি কৰিছে তীব্ৰ জোকাৰণি ৷ উদঙাছে বহু ন ন তথ্য ৷ ইজনৰ পাছত সিজনকৈ নাম সাঙোৰ খাইছে বিজেপিৰ নেতা-পালিনেতাৰ ৷ থৰকাছুটি হেৰুৱাইছে বাজপায়ী ভৱনৰ ৷

ADVERTISEMENT

ৰাজ্যিক বিজেপিৰ ঘনে ঘনে বৈঠকে উন্মোচিত কৰিছে বহুবোৰ কথা ৷ আনকি মুখ্যমন্ত্ৰীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাৰ স’তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সকলৰ ওপৰত দলে কঠোৰ হোৱাৰ পৰামৰ্শ আগবঢ়াইছিল ৰাজ্যিক নেতৃত্বক ৷

আনহাতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পাছতে দুগৰাকী মান নেত্ৰীক দলৰ পৰা বহিস্কৃত কৰিয়ে ৰাজ্যিক বিজেপিয়ে দায়িত্ব সামৰিছে যদিও বিজেপিৰ বৰঘৰত শেহতীয়াকৈ ইন্দ্ৰানী কাণ্ডই বিজেপিত ন-পুৰণি সংঘাত সৃষ্টি কৰিছে ৷

ইতিমধ্যে প্ৰাক্তন ৰাজ্যিক সভাপতি তথা দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঞে কেবিনেট মৰ্যাদা ত্যাগ কৰিছে শুক্ৰবাৰে ৷ সাংবাদিকৰ আগত প্ৰকাশ কৰিছে বহুবোৰ কথা ৷

এনেবোৰ ঘটনাক্ৰমৰ মাজতে শণিবাৰে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ স’তে নাম সাঙোৰ খাই পৰা ৰিয়া দাস ওৰফে মাজনীয়ে চান্দমাৰী থানাত হাজিৰ হয় ৷ ৰিয়া দাস আছিল ইন্দ্ৰাণীৰ অতি ঘনিষ্ঠ ৷ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখে মাজনীক ৷

উল্লেখ্য যে,ইতিমধ্যে শুক্ৰবাৰে আৰক্ষীয়ে আটক কৰা দ্বিবন ডেকাৰ স’তে ৰিয়া দাসৰ বহুচৰ্চিত ফোনকল ভাইৰেল হৈ পৰিছিল। আনকি ফোনকলটোত ৰিয়া দাসেই পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মূৰত কঁঠাল ভাঙিব লাগিব বুলি কৈছিল ৷ পৰৱৰ্তী সময়ত এই অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে সৰৱ হৈ পৰে সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ ভট্টাচাৰ্যই ৰাজ্যিক সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ এক পত্ৰ দাখিল কৰে ৷

 প্ৰাপ্ত খবৰ অনুসৰি, চান্দমাৰী থানাত শুক্ৰবাৰে দুপৰীয়া দ্বিবন ডেকা হাজিৰ হোৱাৰ পাছত আৰক্ষীয়ে মাৰাথন সোধপোছৰ অন্তত বিয়লি ভাগত গ্ৰেপ্তাৰ কৰিছিল ৷ একেদৰে কালিয়ে ৰিয়া দাসেও চান্দমাৰী থানাত সাক্ষ্য দিছিল ৷ শনিবাৰে পুনৰ থানাত হাজিৰ হয় ৰিয়া দাস ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bjp leader Indrani Tahbilkar Suicide caseChandmari PoliceRiya DAS
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d