Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bjp Spokesperson Pressmeet :ধেমাজি কাণ্ডৰ মূল অভিযুক্ত ৰছীদ ভৰালী আৰু ভৰত নৰহৰ মাজত যোগসূত্র আছে

১০০ খন কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত বিজেপি চৰকাৰৰ সফলতাৰ দলিল : লক্ষ্য কোঁৱৰ

publisher by publisher
August 26, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Bjp Spokesperson Pressmeet :ধেমাজি কাণ্ডৰ মূল অভিযুক্ত ৰছীদ ভৰালী আৰু ভৰত নৰহৰ মাজত যোগসূত্র আছে
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Bjp Spokesperson Pressmeet :

“মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ সম্ভৱত স্বাধীন ভাৰতৰ প্ৰথমখন চৰকাৰ যিয়েই ১০০ খন কেবিনেট বৈঠক সফলভাৱে অনুষ্ঠিত কৰি প্ৰায় ৯৮ শতাংশ সিদ্ধান্তই কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছে”- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র লক্ষ্য কোঁৱৰৰ।

ADVERTISEMENT

আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মুখপাত্র গৰাকীয়ে কয় ৰাজ্য চৰকাৰৰ ১০০ খন কেবিনেটত সৰ্বমুঠ ১,২৩৮ টা সিদ্ধান্ত গ্রহণ কৰি ইয়াৰে ১,২১৭ টা সিদ্ধান্তই কাৰ্যকৰী কৰিছে। এই সিদ্ধান্ত সমূহৰ জৰিয়তে অসমৰ আৰ্থ- সামাজিক, শৈক্ষিক, আন্তঃগাঁথনি আদি সকলোবোৰ ক্ষেত্ৰতে বহু কল্যাণকামী পদক্ষেপ গ্রহণ কৰিছে।

তেওঁ লগতে কয়, কেবিনেট সমূহ কেৱল দিছপুৰ কেন্দ্ৰিক নকৰি ৰাজ্যৰ ভিন ভিন প্রাপ্তত অনুষ্ঠিত কৰিছিল। ইয়াৰ জৰিয়তে চৰকাৰখনৰ প্ৰতিজন মন্ত্ৰী তথা বিষয়াই অধিক জনমুখী হোৱাৰ সুবিধা লাভ কৰিছিল।

মুখপাত্র গৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰৰ শততম কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত বাজিয়ে অনাগত দিনত অসমৰ জনসাধাৰণক আৰু অধিক উপকৃত কৰি তুলিব। বিশেষকৈ মাহিলী বিধবা পেঞ্চন ৩০০ ৰ পৰা ১২৫০ লৈ বৃদ্ধিয়ে বহু বিধবা মহিলাক সকাহ প্ৰদান কৰিব।

আনহাতে উপ জিলা গঠনে প্রশাসনীয় ব্যৱস্থাটো সঠিকভাবে পৰিচালনা কৰিবলৈ অধিক সহজ কৰি তুলিছে। লক্ষ্য কোঁৱৰে ৰাজ্য চৰকাৰৰ ১০০ খন কেবিনেটৰ সিদ্ধান্তক ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰৰ সফলতাৰ এক দলিল বুলি অভিহিত কৰিছে।

সংবাদমেলত মুখপাত্র গৰাকীয়ে লগতে কয়, ২০০৪ চনত ধেমাজিত হোৱা বোমা বিস্ফোৰণৰ সঠিক তদন্ত কংগ্ৰেছে ভালদৰে কৰা নাছিল। কেছ ডায়েৰীত উল্লেখিত অনুসৰি মূল অভিযুক্ত ৰছীদ ভৰালী আৰু কংগ্ৰেছৰ ভৰত নৰহৰ মাজত বিশেষ যোগসূত্র আছে। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ গৃহ বিভাগৰ গাফিলতিৰ বাবেই উপযুক্ত প্ৰমানৰ অভাৱত গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত সকলক দোষমুক্ত বুলি ঘোষণা কৰিছে।

ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শমাই এই সন্দৰ্ভত সকলোবোৰ দিশ চালিজাৰি চাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বিশেষ তৎপৰ গ্ৰহণ কৰিছে বুলি মুখপাত্র গৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয়, জনতাই জনার্ডন, জনতাৰ পক্ষত থাকি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM BJP SpokespersonLAKHYA kONWARPressmeet
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d