Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pathshala Sualkuchi Silk :পাঠশালাত শুৱালকুচিৰ পাট কাপোৰৰ নামত লুন্ঠন

শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতিৰ অভিযান,একাংশ বিক্ৰেতাৰ ৰোষৰ বলী হল সমিতিৰ সদস্য

publisher by publisher
December 1, 2022
in Assam, India, News
Reading Time: 4 mins read
0
Pathshala Sualkuchi Silk :পাঠশালাত শুৱালকুচিৰ পাট কাপোৰৰ নামত লুন্ঠন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Pathshala:চাৰিটা স্থান দখলেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা

Pathshala : পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰত চুৰি

Assam Saurav Award : ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশিষ্ট প্ৰযোজক কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা

Pathshala Sualkuchi Silk :

পাঠশালাৰ শুৱালকুছি তাঁত ঘৰত নকল পাট কাপোৰ বিক্ৰী কৰা বিষয়ক কেন্দ্ৰ কৰি আজি শুৱালকুচিৰ পৰা অহা শুৱালকুচিৰ তাঁত শিল্প সমিতিৰ লোকে অভিযান চলাই এনে কুকৰ্ম ধৰা পেলোৱা কাৰ্য্যই সমগ্ৰ পাঠশালাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে l

বিশেষকৈ বহু কেইখন বিপনীত তিনি হাজাৰ টকাৰে বেনাৰসী কাপোৰ বহি;ৰাজ্যৰ পৰা কিনি আনি সেইবোৰ ১৬-১৮ হাজাৰ টকাত বিক্ৰী কৰে শুৱালকুচিৰ পাট কাপোৰ বুলি l

ADVERTISEMENT

তেনে এখন পাঠশালাৰ বিপনীত আজি শুৱালকুচিৰ ৰাইজে আহি ধৰি যি দৃষ্টান্ত দেখুৱালে সিয়ে প্ৰকৃততে প্ৰমাণ কৰি দিলে যে দৰাচলতে পাট কাপোৰৰ নামত কেনেদৰে চলি আছে কৌটি কৌটি টকাৰ লুন্ঠন l

ঘটনা অনুসৰি আজি দুপৰীয়া প্ৰায় ১২ বজাত পাঠশালাৰ ভূটান হাইৱে চাৰি আলিৰ পৰা প্ৰায় ৫০ জনীয়া এটা পুৰুষ – মহিলাৰ দল আহি প্ৰৱেশ কৰে উত্তৰপত্তিস্থিত শুৱালকুচি তাঁতঘৰ আৰু মাণিকচান্দ জুৱেলাৰীত | যি খনৰ স্বত্তাধিকাৰী অজিৎ তালুকদাৰ l কাৰণ তাত ৩ হাজাৰ টকাৰ বেনাৰচী কাপোৰ বিক্ৰী কৰিছে ১৬-১৮ হাজাৰ টকাত l

বজালীৰ সৰুপেটাৰ এগৰাকী ভূক্তভোগী মহিলাৰ পৰা অভিযোগ পাই শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতিয়ে আজি চলাই এনে অভিযান l

মহিলা গৰাকীয়ে নিজৰ পৰিয়ালৰ বিয়াৰ বাবে উক্ত বিপনী খনৰ পৰা প্ৰায় ৮৫ হাজাৰ টকাৰ কাপোৰ ক্ৰয় কৰিছিল l কিন্তু কম দিনৰ ভিতৰতে কাপোৰ বোৰ উঁৱলি গৈছিল আৰু পৰিণতিত মহিলা গৰাকী য়ে শুৱালকুচিৰ পৰীক্ষাগাৰত কাপোৰ পৰীক্ষা কৰাত সেইবোৰ নকল বুলি জ্ঞাত হৈছিল l

অৱশেষত আজি সমিতিৰ সদস্য সকলে বিপণি খনত সোমাই স্বত্বাধিকাৰী গৰাকীৰ সতে বাক বিতণ্ডা কৰাৰ সময়তে মূহূৰ্ততে  সৃষ্টি হয় এক তীব্ৰ উত্তেজনামুলক পৰিৱেশ l

মূহুৰ্ততে ঘটনাৰ উমান পাই এগৰাকী দণ্ডাধীশৰ স’তে আৰক্ষীৰ এটা দল আহি উপস্থিত হয় আৰু ঘটনাৰ বুজ লয় l সকলো দিশ চালিজাৰি চাই দণ্ডাধীশ গৰাকীৰ উপস্থিতিত আৰক্ষী য়ে বিপণি খন ছিল কৰি দিয়ে l

ইয়াৰ পিছত বিপণি খনৰ স্বত্বাধিকাৰী অজিৎ তালুকদাৰক আটক কৰি ৰাজপথেৰে খোজ কঢ়াই গাড়ীত উঠাই লৈ যায় পাঠশালা আৰক্ষী চকী লৈ l

ইয়াৰ পূৰ্বে শুৱালকুচিৰ সকলো প্ৰতিবাদী মহিলাই বিপনী খনত উপস্থিত হৈ মালিক অজিৎ তালুকদাৰৰ সতে তৰ্ক যুদ্ধত লিপ্ত হয় আৰু সকলো দুৰ্নীতি প্ৰমাণ কৰি দিয়ে l

এনে সময়তে আজি উপস্থিত সাংবাদিকৰ আগত সমিতিৰ লোকে শুৱালকুচিৰ হল মাৰ্ক থকা বস্ত্ৰ হে অসম বাসীক কিনাৰ বাবে আহ্বান জনায় l বিশেষ কৈ প্ৰকৃত পাটৰ কাপোৰ হয় নে নহয় সেয়া পৰীক্ষাৰ বাবে যোগাযোগ কৰিবলৈ দিয়ে বিশেষ ফোন নং ( 9394552449)

উল্লেখযোগ্য যে অজিৎ তালুকদাৰৰ পাঠশালাত এনে বিপনি ২ খন আছে আৰু এখন দোকানতো শুৱালকুচিৰ পাট কাপোৰ নাই বুলি আজি শুৱালকুচিৰ প্ৰতিবাদী লোক সকলে জানিবলৈ দিয়ে l

একেলগে এদিনতে অজিৎ তালুকদাৰে বেনাৰচী কাপোৰ শুৱালকুচিৰ পাট বুলি বিক্ৰী কৰি দুই তিনি লাখ কৈ উপাৰ্জন কৰে বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে ।

স্বাভাৱিকতে আজি এনে ঘটনাই পাঠশালাত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে l পূৰ্বে বিপণি খনৰ পৰা কাপোৰ কিনা বহু লোকে এতিয়া সন্দেহৰ চকুৰে চাই উত্তেজিত হৈ উঠিছে l

অকল অজিৎ তালুকদাৰৰে নহয়, বৰং পাঠশালাৰ আন পাট কাপোৰৰ বিপণী ও এতিয়া সন্দেহৰ গৰাহত l এনে বিপণিৰ লগতে শুৱালকুচি তাঁত উন্নয়ন সমিতি য়ে অসমৰ ভিন্ন প্ৰান্তত অভিযান চলাব বুলি জানিবলৈ দিয়ে l

ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকী আৰু শুৱালকুচি তাঁত শিল্প উন্নয়ন সমিতি য়ে দিয়া গোচৰৰ ভিত্তিত অজিৎ তালুকদাৰক আটক কৰে যদিও নিশা লৈ তেওঁক ব্যক্তিগত জামিনত যাবলৈ দিয়ে l

ইপিনে আজি উক্ত ঘটনাৰ পিছত আন এক বিষয়ক কেন্দ্ৰ কৰি বিশেষ কৈ নকল কাপোৰক কেন্দ্ৰ কৰি পাঠশালাত আন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় l

আজি পাঠশালাৰ আন আন দোকানত গোহাৰি পত্ৰ বিতৰণ কৰিৱ গৈ সতৰ্ক কৰি দিৱ যোৱাত শুৱালকুচিৰ তাঁত শিল্প সমিতিৰ ব্যৱসায়ীৰ সতে স্হানীয় ব্যৱসায়ীৰ সংঘাট ঘটে l

কলেজ ৰোডৰ এখন দোকানত সমিতিৰ লোকে গোহাৰি পত্ৰ বিতৰণ কৰিৱ যাওঁতে আৰু নকল পাট কাপোৰৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় দুই পক্ষৰ মাজত সংঘাট l

উত্তেজিত ৰাইজৰ একাংশই সমিতিৰ এজন লোকক শাৰিৰীক ভাৱে আক্ৰমণ কৰে l অৱশেষত সমিতিৰ লোকজনে আন দুজন সতীৰ্থৰ সতে ৰাইজৰ ৰোষৰ পৰা সাৰিবলৈ দৌৰি আশ্ৰয় লৈ বোৱাৰী নামৰ এখন এখন কাপোৰৰ দোকানত l

কিছু সময় পিচতে পাঠশালা আৰক্ষীয়ে সমিতিৰ তিনিজন লোকক উদ্ধাৰ কৰি পাঠশালা আৰক্ষী চকী লৈ লৈ যায় l বিপৰীতে পাঠশালাৰ ব্যৱসায়ী এজনক সমিতিৰ লোকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে l

অৱশেষত পাঠশালা আৰক্ষীয়ে থানালৈ তিনি জন সমিতিৰ সদস্যক আনি চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ পিছত ঘৰলৈ যাবলৈ দিয়ে l কিন্তু যি নহলেও আজি বিষয়টোক কেন্দ্ৰ কৰি সমগ্ৰ পাঠশালাত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে l

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fake SilkPathshalaPathshala PolicePure SilkSaler Arrested
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d