Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Artificial Womb : মানৱগৰ্ভত নহয়, গৱেষণাগাৰত জন্ম হ’ব সহস্ৰাধিক শিশুৰ

পিতৃ-মাতৃয়ে নিৰ্ধাৰণ কৰিব পাৰিব গাৰ ৰং, বুদ্ধিমত্তা

publisher by publisher
December 15, 2022
in International, News
Reading Time: 1 min read
0
Artificial Womb : মানৱগৰ্ভত নহয়, গৱেষণাগাৰত জন্ম হ’ব সহস্ৰাধিক শিশুৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

জাৰ্মানীৰ গুৰুদ্বাৰত সংঘৰ্ষ, আহত কমেও ১১ জন

লাইনচ্যুত যাত্রিবাহী ট্রেন !বহুতো মৃত্যুৰ আশংকা 

জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০

Artificial Womb :

এটা বিশাল গৱেষণাগাৰ । তাত একেলগে আছে সহস্ৰাধিক কাচৰ গোলকৰ দৰে কিছু যন্ত্র । তাৰ ভিতৰতেই তৈয়াৰ কৰা হৈছে মানৱশিশু । এনে এক ভৱিষ্যতৰ কথা জনালে ইয়েমেনৰ মলিকিউলাৰ বায়’টেকন’লজিষ্ঠ হাছেম আল-ঘাইলিয়ে ।

ADVERTISEMENT

সম্প্রতি হাছেমে এনিমেছনত তৈয়াৰ কৰা এটা ভিডিঅ’ প্রকাশ কৰি দাবী কৰিছে, অদূৰ ভৱিষ্যতে বাস্তৱত এনে গৱেষণাগাৰ তৈয়াৰ কৰা বিশেষ এটা কঠিন কাম নহয় । বৈজ্ঞানিকে তৈয়াৰ কৰা এই ভিডিঅ’ই ইতিমধ্যে সমাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে ।

হাছেমে তেওঁৰ কল্পনাপ্রসূত এই গৱেষণাগাৰটোৰ নাম দিছে এক্ট’লাইফ । এই গৱেষণাগাৰত থাকিব মুঠ ৭৫টা কক্ষ ।

প্রতিটো কক্ষতে থাকিব চাৰিশটা কৃত্রিম গর্ভ । অর্থাৎ গধেষণাগাৰত একেলগে মুঠ তিনি হেজাৰ শিশু জন্ম দিয়া সম্ভৱ হ’ব ।

কাচৰ গোলকৰ দৰে যি যন্ত্ৰ ভিডিঅ’ত দেখা গৈছে, সেইবোৰেই হ’ল কৃত্রিম গর্ভ বা গ্রোথপড । এই কৃত্রিম গর্ভৰ ভিতৰত আইভিএফ পদ্ধতিত শুক্রাণু আৰু ডিম্বাণুৰ মিলন ঘটাই তৈয়াৰ কৰা হ’ব ভ্রূণ ।

সেই ভ্রূণ ডাঙৰ হ’ব ইয়াৰ ভিতৰতেই । জন্মৰ আগমুহূৰ্ত পর্যন্ত শিশুৰ ৰক্তচাপৰ পৰা হৃদ্‌স্পন্দন সকলো নিৰীক্ষণ কৰা হ’ব এই যন্ত্রত ।

বৈজ্ঞানিকৰ দাবী, প্রতি বছৰে সমগ্ৰ বিশ্বত লক্ষ লক্ষ মহিলাৰ মৃত্যু হয় সন্তান প্রসৱ কৰিবলৈ গৈ । বিভিন্ন জটিলতাত মৃত্যু হয় বহু নৱজাতকৰো । এই নতুন পদ্ধতিত সেই সমস্যা সম্পূৰ্ণ সমাধান হ’ব ।

কেৱল সেয়াই নহয়, পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ কি কি গুণ থাকাতো বিচাৰে সেয়াও নিৰ্ধাৰণ কৰিব পাৰিব শিশুৰ জন্মৰ আগতেই । কৃত্রিমভাৱে জিনগত পৰিৱর্তনৰ মাজতেই ঠিক কৰিব পৰা যাব হ’বলগীয়া সন্তানৰ গাৰ ৰং, উচ্চতা শাৰীৰিক গঠন, ডিঙিৰ স্বৰ বা বুদ্ধিমত্তাৰ দৰে বিষয়সমূহ ।

লগতে বহু জিনগত ৰোগো নির্মূল কৰিব পাৰিব এই পদ্ধতিত, দাবী বৈজ্ঞানিকৰ । ইয়াৰ উপৰি বিভিন্ন শাৰীৰিক জটিলতাৰ বাবে যিসকল দম্পতিয়ে সন্তান লাভ কৰা নাই আৰু যিসমূহ দেশে জনসংখ্যা হ্রাসৰ সমস্যাত ভুগিছে, তেওঁলোকৰ বাবে অত্যন্ত উপকাৰী হ’ব পাৰে এই ব্যৱস্থা, এই মত বৈজ্ঞানিকৰ ।

কিন্তু সমগ্ৰ বিষয়টো দেখি কোনো কল্পবিজ্ঞানৰ ছবিৰ অংশ যেন অনুভৱ হয়, বাস্তৱত এনে কৰা সম্ভৱ নে ? বৈজ্ঞানিকৰ কথাত সম্ভৱ । কাৰণ, হাতৰ মুঠিতেই‌ প্রযুক্তি আছে ।

সমস্যা কেৱল অনুমতিক লৈ । এনেদৰে সম্পূৰ্ণ কৃত্রিমভাৱে সন্তান উৎপাদন কৰা সন্দৰ্ভত বিভিন্ন ধৰণৰ নৈতিক জটিলতা আছে । কোনো মানুহক জন্মৰ আগতেই এটা গৱেষণাৰৰ বস্তু কৰি তুলাক লৈ আপত্তি উঠিছে বিভিন্ন মহলত ।

কৃত্ৰিমভাৱে মানৱদেহত জিনগত সলনি অনা বিৱর্তনৰ পথচ শংকাৰ কাৰণ হ’ব পাৰে বুলিও মত অনেকৰ । সেয়ে বিষয়টো এতিয়াও আইনসিদ্ধ নহয় । অৱশ্যে আইনে যদি সন্মতি দিয়ে, তেন্তে এনে কৃত্রিম প্রজননৰ দিন বেছি দূৰ নহয়, মত হাছেমৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial WombGermany
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d