Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

More than half a hundred top officials have been suspended:অৰ্থহীন হৈছে চৰকাৰী অভিযান, দুর্নীতিলৈ ভয় নাই বিষয়া-কৰ্মচাৰীৰ

নিলম্বিত হৈ আছে অর্ধ-শতাধিক শীর্ষ বিষয়া, দুর্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ হৈছে আঢ়ৈ শতাধিক বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী, জনতা ভৱনৰ পৰা জিলা পৰ্যায়ৰ চৰকাৰী কাৰ্যালয়লৈ দুর্নীতিৰ মুকলি বজাৰ

samimsultana by samimsultana
October 22, 2024
in Assam, Crime, India, News
Reading Time: 2 mins read
0
More than half a hundred top officials have been suspended:অৰ্থহীন হৈছে চৰকাৰী অভিযান, দুর্নীতিলৈ ভয় নাই বিষয়া-কৰ্মচাৰীৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

Asomiya Yuva Mancha:জনতা ভৱনৰ সমীপত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ বিক্ষোভ কাৰ্যসূচী

More than half a hundred top officials have been suspended:

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান দিয়া বৰ্তমানৰ চৰকাৰৰ দিনত দুর্নীতিয়ে অধিক ভয়াৱহ ৰূপহে ধাৰণ কৰিছে। সেই কাৰণে চৰকাৰৰ বিভিন্ন সংস্থাই দুর্নীতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিলেও দুর্নীতি হ্রাস হোৱা নাই। সেই কাৰণে ইজনৰ পাছত সিজন দুর্নীতিগ্রস্ত বিষয়া- কৰ্মচাৰী ধৰা পৰি আহিছে। তদুপৰি দুর্নীতি কৰিও ধৰা নপৰাকৈ থাকিবলৈ সক্ষম হৈ আছে অধিকাংশ বিষয়া-কৰ্মচাৰী।

ADVERTISEMENT

জিলাবোৰৰ কথা বাদেই স্বয়ং দিছপুৰৰ জনতা ভৱনতে বহি একাংশ বিষয়া-কর্মচাৰীয়ে দীর্ঘ দিন চলাই আহিছে দুর্নীতিৰ বৃহৎ বজাৰ। শেহতীয়াকৈ জনতা ভৱনৰ আৱকাৰী বিভাগৰ শাখা বিষয়া পার্থ হাজৰিকা তদন্তকাৰী দলৰ আৰক্ষীৰ জালত পৰে; কিন্তু একমাত্র পার্থ হাজৰিকায়েই জনতা ভৱনৰ দুর্নীতিগ্রস্ত বিষয়া নেকি? জনতা ভৱনৰ মন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত বহিও যে সহজতে ঠগ- প্ৰৱঞ্চনাৰ জাল মেলিব পাৰি সেয়াও শেহতীয়াকৈ প্রমাণিত হৈছে।

চৰকাৰৰ দুর্নীতি বিৰোধী শ্ল’গান যে সম্পূর্ণ মিথ্যাৰ ওপৰত প্ৰতিষ্ঠিত এয়া তাৰেই প্ৰমাণ। বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত ইজনৰ পাছত সিজন বিষয়া-কর্মচাৰী প্ৰধানকৈ তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ হাতত গ্ৰেপ্তাৰ হৈছে। ইয়াৰে বেছি ভাগেই উৎকোচ লোৱা অৱস্থাত হাতে লোটে ধৰা পৰে। আনকি নিজে উৎকোচ দিও ধৰা পৰা বিষয়াৰ দীঘলীয়া তালিকা আছে। তদুপৰি কোটি কোটি টকাৰ কেলেংকাৰিত আকণ্ঠ নিমজ্জিত হৈও ধৰা পৰে ইজনৰ পাছত সিজন বিষয়া- কৰ্মচাৰী। তৎসত্ত্বেও দুর্নীতিৰ পয়োভৰ নিয়ন্ত্ৰণত যে চৰকাৰ সম্পূৰ্ণ ব্যর্থ হৈছে, ধাৰাবাহিকভাবে গ্রেপ্তাৰ হৈ থকা সকলেই ইয়াৰ প্ৰমাণ।

এই সময়ছোৱাত অকল বিষয়ায়েই বিভিন্ন কেলেংকাৰিত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ নিলম্বিত হয় অর্ধশতাধিক। এইসকল ভাৰতীয় অসামৰিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা, অসম অসামৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ বিষয়া। ইপিনে, উৎকোচ গ্রহণ আৰু অন্যান্য কেলেংকাৰিত অভিযুক্ত হৈ গ্রেপ্তাৰ হৈছে ২৫৫ জনতকৈও অধিক বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী।

এই তথ্যৰ আধাৰতে তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে শেহতীয়া এক পর্যালোচনা সভাত অসম আৰক্ষীক অৱগত কৰে যে যিধৰণে বিভিন্ন দুর্নীতিত লিপ্ত বিষয়া-কৰ্মচাৰী অথবা আন কোনো ব্যক্তি প্রায় নিয়মীয়াকৈ গ্ৰেপ্তাৰ হৈ আছে তাৰ জৰিয়তে এইটোৱেই স্পষ্ট হয় যে চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ পৰা সাধাৰণ কৰ্মচাৰীলৈকে এক বৃহৎ সংখ্যক লোক দুর্নীতিত লিপ্ত হৈ আছে।

তদাৰকী আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান সুৰেন্দ্ৰ কুমাৰে শেহতীয়াকৈ দাখিল কৰা এক তথ্য অনুসৰি যোৱা তিনি বছৰত উৎকোচ লোৱাৰ অভিযোগত ২৫৫ জন লোকক ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। চলিত বর্ষতে ৬৭ জনতকৈ অধিক লোকক সঞ্চালকালয়ে পৰিকল্পিতভাবে গ্ৰেপ্তাৰ কৰে। এনেদৰে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰা ৭,৮০,৭০,৫০০ টকা জব্দ কৰা হয়।

ইপিনে, যি অর্ধশতাধিক শীর্ষ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পাছত সম্প্রতি নিলম্বিত হৈ আছে সেইসকলৰ ভিতৰৰ এজন ভাৰতীয় প্রশাসনিক সেৱাৰ আৰু দুজন ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। একেদৰে অসম অসামৰিক সেৱাৰ নিলম্বিত বিষয়া হ’ল ২৭জন আৰু আৰক্ষী সেৱাৰ বিষয়া হ’ল ২০ জন। ভাৰতীয় প্রশাসনিক সেৱাৰ নিলম্বিত বিষয়া গৰাকী হ’ল শেৱালী দেৱী শৰ্মা।

বিষয়া গৰাকীয়ে ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ সঞ্চালক থকা সময়ত বৃহৎ জালিয়াতিৰে এশ কোটিৰো অধিক টকাৰ কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিগত বৰ্ষৰ ১৮ মে’ত শেৱালী দেৱীক নিলম্বন কৰা হয় আৰু বৰ্তমান কাৰাগাৰতে আছে। নিলম্বিত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াদ্বয় হ’ল ৰৌণক আলী হাজৰিকা আৰু সিদ্ধার্থ কুমাৰ বুঢ়াগোহাঁই। ইপিনে, নিলম্বিত হৈ থকাসকলৰ ভিতৰত আছে উৎকোচ দি চাকৰি সংগ্ৰহ কৰা অসম অসামৰিক আৰু আৰক্ষী সেৱাৰ বিষয়াও।

ইপিনে, পূৰ্বৰ চৰকাৰৰ দিনতো কেলেংকাৰিত নিমজ্জিত হৈ নিলম্বিত হৈছিল বহু বিষয়া-কর্মচাৰী। সেইসকলৰ ভিতৰত আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আযুক্ত পৰ্যায়ৰ বিষয়াও আছে। তৎসত্ত্বেও দুর্নীতিৰ বজাৰ বহুওৱাত কেৰেপ নকৰে বিষয়া-কর্মচাৰীয়ে। দুর্নীতি গ্রস্তৰ তাণ্ডৱতে বহু সাধাৰণ নাগৰিকে চৰকাৰী কাৰ্যালয়লৈ যাবলৈ এতিয়া ভয় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anti Corruption RaidcmoassamJanata Bhawan
samimsultana

samimsultana

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d