Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

China-India war completes 61 years:চীন-ভাৰত যুদ্ধৰ ৬১ বছৰ সম্পূৰ্ণ

বুমলা সীমান্তত সষ্টম ভাৰতীয় সেনা, প্ৰতিদিনে সেনাৰ কঠোৰ অনুশীলন

publisher by publisher
October 26, 2023
in India, Assam, News
Reading Time: 3 mins read
0
China-India war completes 61 years:চীন-ভাৰত যুদ্ধৰ ৬১ বছৰ সম্পূৰ্ণ
2
SHARES
23
VIEWS
ShareShareShareShare

China-India war completes 61 Years:

১৯৬২ সংঘটিত চীন-ভাৰত যুদ্ধৰ ৬১ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত বৰ্তমানো যেন সীমান্তত অব্যাহত আছে ভাৰতীয় সেনাৰ কঠোৰ অনুশীলন। অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ১৫২০০ ফুট ওপৰত থকা বুমলা সীমান্তত প্ৰায় প্ৰতিদিনে চলিছে ভাৰতীয় সেনাৰ অস্ত্ৰৰ অনুশীলন। যেন প্ৰতিটো ক্ষণতে শত্ৰুপক্ষক বাধা দিবলৈ সাজু হৈ আছে ভাৰতীয় সেনাবাহিনী।

ADVERTISEMENT

বৰ্তমান সময়ত বুমলা অঞ্চলত ৪° উষ্ণতাৰ পৰা নিশা -৪° উষ্ণতালৈ হ্ৰাস পায়। ইয়াৰ মাজতো দিনে-নিশাই কঠোৰ অনুশীলন ব্যস্ত হৈ আছে সীমান্তত থকা ভাৰতীয় সেনা। সাধাৰণ ৰাইফলৰ পৰা আৰম্ভ কৰি আৰ্টিলাৰী চিষ্টেমৰ দৰে শক্তিশালী মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ তথা অনুশীলন প্ৰতিদিনে দেখা গৈছে টাৱাঙৰ বুমলা সীমান্তত।

RelatedPosts

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

India’s defense production is worth Rs 1.27 lakh Crore:২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ ১.২৭ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰে অভিলেখ

army 3ইয়াৰ মাজতে যোৱা ২৪ অক্টোবৰত বিজয়া দশমীৰ দিনটোত টাৱাংস্থিত যুদ্ধ স্মাৰক(ৱাৰ মেম’ৰিয়েল)ত উপস্থিত হৈছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উক্ত স্থানত শক্তিশালী মাৰণাস্ত্ৰসমূহক পূষ্পৰে সেৱা জনা‌ই ভাৰতীয় সেনা জোৱানসকলৰ সৈতে মত বিনিময় কৰে।

সমান্তৰালভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তৰ বুমলাত উপস্থিত হৈ সীমান্ত পৰিদৰ্শন কৰে। যাৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চলত প্ৰায় এসপ্তাহৰ পূৰ্ৱৰে পৰা নিৰাপত্তা ব্যৱস্থা দুগুণে কটকটীয়া কৰি তোলে ভাৰতীয় সেনাই।

বুমলা সীমান্তলৈ যোৱা প্ৰতিগৰাকী পৰ্যটককে তীক্ষ্ণ নজৰ ৰখাৰ লগতে প্ৰতিগৰাকী পৰ্যটকৰ সম্পূৰ্ণ তথ্য অনুসন্ধান কৰে সেনাৰ তহল চকীসমূহত। আনহাতে বুমলাৰ সমীপৱৰ্তী ৱাই জংচনৰ পৰা সম্পূৰ্ণ বুমলা সীমান্তৰ পথৰ বিভিন্ন স্থানত সেনাবাহিনীৰ জোৱানসকল অত্যাধুনিক মাৰণাস্ত্ৰৰে সষ্টম হৈ থকা পৰিলক্ষিত হয়।

কেৱল এয়াই নহয়, টাৱাঙৰ পৰা বুমলা পৰ্যন্ত সমগ্ৰ পথচোৱাত সময়ে সময়ে ভাৰতীয় সেনাৰ দ্বাৰা পেট্ৰলিঙৰ ব্যৱস্থা অব্যাহত আছে। আনহাতে চীনৰ দিশৰ পৰা চাবলৈ গ’লে চীনৰ তৰফৰ পৰাও সীমান্তত অব্যাহত আছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

army 1চীনা জোৱানসকলে প্ৰতিটো ক্ষণতে ভাৰত সীমান্তৰ দিশে অত্যাধুনিক দুৰবীণেৰে নজৰ ৰখাৰ সমান্তৰালভাৱে ভাৰতীয় সেনা বাহিনীও একে প্ৰক্ৰিয়াৰে চীন সীমান্তত নজৰ ৰাখিছে।

অতিপাত শীত প্ৰৱাহৰ মাজতো দিনে নিশাই সীমান্তত পহৰা দি থকা ভাৰতীয় সেনাবাহিনীসকলৰ বীৰত্ব‌ই সচাঁকৈ ভাৰতবাসীৰ বাবে যে গৌৰৱ ধ্বজা বহন কৰে, সেয়া সীমান্ত ভ্ৰমণকাৰী প্ৰতিগৰাকী পৰ্যটকে অনুভৱ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: China-India warcompletes 61 YearsDefence Minister Rajnath SinghIndo-china bomla Border visit
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d