Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিশ্বৰ কোনো শক্তিয়ে ভাৰতীয় সেনাক লাডাখত পেট্ৰ’লিঙ ডিউটি কৰাত বাধা দিব নোৱাৰেঃ ৰাজনাথ সিং

publisher by publisher
September 17, 2020
in India, News
Reading Time: 1 min read
0
প্ৰসংগঃ সংসদৰ বৰ্ষাকালীন অধিবেশন
2
SHARES
22
VIEWS
ShareShareShareShare

কৰ’নাৰ মাজতে আজি সংসদৰ বৰ্ষাকালীন অধিবেশনৰ চতুৰ্থ দিন । আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীন-ভাৰত সীমান্তক লৈ ৰাজ্যসভাত মন্তব্য কৰে ।

ADVERTISEMENT

সিঙে কয় “পৃথিৱীৰ কোনো শক্তিয়ে লাডাখত ভাৰতীয় সেনাক পেট্ৰ’লিঙ ডিউটি কৰাত বাধা দিব নোৱাৰে । পূব লাডাখত এপ্ৰিলত চীনৰ কাৰুকাৰ্য সকলোৱে প্ৰত্যক্ষ কৰিছিল ৷ চীনে গালৱানত আমাৰ সেনাক পেট্ৰ’লিং কৰাত বহু বাধা দিছিল।”

RelatedPosts

পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিত পাকিস্তানক কঠোৰ সতৰ্কবাণী ৰাজনাথ সিঙৰ 

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

ৰাজনাথ সিঙে লগতে কয়, “চীনৰ লগত ভাৰতৰ সীমান্তৰ বুজাবুজি এতিয়ালৈকে সমাধান হোৱা নাই । চীনে মে’ত বহুবাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পাৰ হ’বৰ কাৰণে চেষ্টা কৰিছে ৷ ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত আলোচনা হোৱাৰ মাজতে চীনে ২৯-৩০ আগষ্টত পুনৰ লাডাখত উচতনিমূলক কাৰ্য কৰে যদিও ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিয়ে ৷ কাৰণ চীনে কোৱা আৰু কৰা মাজত বহুত পাৰ্থক্য আছে ৷”

লগতে ৰাজনাথ সিঙে কয় যে চীনৰ কাৰুকাৰ্যৰ পৰা জানিব পাৰি যে দেশখনে দুয়োখন দেশৰ বুজাবুজিক মানি নলয় বা সন্মান নকৰে। চীনৰ সেনা ১৯৯৩-১৯৯৬ৰ বুজাবুজিক উলংঘা কৰিছে ৷ সীমান্তৰ শান্তি ৰাখিবৰ কাৰণে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান কৰাটো প্ৰয়োজন । চীনে অবৈধভাৱে লাডাখৰ ৩৮ হাজাৰ বৰ্গ কিমী অংশত অধিকাৰ কৰে। চীনে অৰুণাচলৰ একাংশও নিজৰ বুলি দাবী কৰে ৷

চীনে বিগত কিছু দশকৰ পৰা সীমান্তত বৃহৎ সংখ্যক সেনাক নিয়োগ কৰিছে ৷ লগতে চীনে সীমান্তত বহু নিৰ্মাণৰ কামো আৰম্ভ কৰিছে । ভাৰত চৰকাৰেও সীমান্তৰ নিৰ্মাণ কাম আৰম্ভ কৰাৰ কথা সদৰী কৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ।

ৰাজনাথ সিঙে ভাৰত-চীন সীমান্তক লৈ মন্তব্য কৰে, “আমি চীনৰ যিকোনো কাৰ্যৰ উত্তৰ দিবলৈ সাজু আছো । আমি যিকোনো প্ৰত্যাহ্বানৰ পৰা পিছুৱাই নাযাও । চীনৰ কাৰণেই গালৱানত যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আমি শান্তি বিচাৰো ৷ কিন্তু দেশক ৰক্ষা কৰাত আমি পিছুৱাই নাযাও । ১৩০ কোটি ভাৰতীয়ক আমি কথা দিছো যে তেওঁলোকৰ শিৰ নত হ’বলৈ কেতিয়াও দিয়া নহ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Monsoon SessionParliamentRajnath singh
publisher

publisher

Related Posts

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d