Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India’s defense production is worth Rs 1.27 lakh Crore:২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ ১.২৭ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰে অভিলেখ

৭৯.২ শতাংশ প্রতিৰক্ষা উৎপাদন চৰকাৰী-ৰাজহুৱা খণ্ডৰ: প্ৰতিৰক্ষা ৰপ্তানি ৩২ শতাংশ বৃদ্ধি

publisher by publisher
July 6, 2024
in India, News
Reading Time: 2 mins read
0
India’s defense production is worth Rs 1.27 lakh Crore:২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ ১.২৭ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰে অভিলেখ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

China-India war completes 61 years:চীন-ভাৰত যুদ্ধৰ ৬১ বছৰ সম্পূৰ্ণ

India’s defense production is worth Rs 1.27 lakh Crore:

ভাৰতত ২০২৩-২৪ বিত্তীয় বর্ষত অভিলেখ সংখ্যক প্ৰতিৰক্ষা সা-সামগ্ৰীৰ উৎপাদন হ’ল। উক্ত বিত্তীয় বর্ষত ১.২৭ লাখ কোটি টকা মূল্যৰ অস্ত্র-শস্ত্ৰ আৰু অন্যান্য প্ৰতিৰক্ষা সঁজুলিৰ দেশত নিৰ্মাণ কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এই তথ্য সদৰী কৰি কয় যে বর্তমানলৈকে ভাৰতত যোৱা বিত্তীয় বর্ষত সর্বাধিক পৰিমাণৰ প্ৰতিৰক্ষা সা-সামগ্রী উৎপাদন কৰা হৈছিল।

ADVERTISEMENT

প্ৰতিৰক্ষা মন্ত্ৰীয়ে লগতে কয় যে মেক ইন ইন্ডিয়া অভিযানৰ জৰিয়তে এই অভিলেখ সংখ্যক প্ৰতিৰক্ষা সা- সঁজুলি দেশত তৈয়াৰ কৰা হৈছে। চৰকাৰে ভাৰতক এক শীর্ষ আন্তর্জাতিক প্ৰতিৰক্ষা সামগ্ৰী নির্মাণ কেন্দ্র হিচাপে গঢ়িবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে বুলি সিঙে জানিবলৈ দিয়ে। সিঙে সামাজিক মাধ্যমত এক প’ষ্টত এইদৰে লিখিলে, ‘প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰে প্ৰতি বছৰে এক নতুন মাইলৰ খুঁটি অতিক্ৰম কৰিছে প্ৰতিৰক্ষা উৎপাদন সর্বাধিক গতিত বৃদ্ধি পালে। ২০২৩-২৪ বৰ্ষত ভাৰতত ১,২৬,৮৮৭ কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন হৈছিল। পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশৰ প্ৰতিৰক্ষা উৎপাদন ১৬.৮ শতাংশ বৃদ্ধি পালে।’ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই সফলতাৰ বাবে দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিৰক্ষা কোম্পানী আৰু প্ৰতিৰক্ষা সামগ্রী উৎপাদন কৰা ব্যক্তিগত খণ্ডৰ কোম্পানীসমূহক অভিনন্দন জনালে।

কেন্দ্রীয় মন্ত্রীজনে লগতে কয় যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে আত্মনিৰ্ভৰতা অৰ্জন কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে বিগত বিত্তীয় বর্ষত এই ক্ষেত্রত দেশে যথেষ্ট অগ্রগতি লাভ কৰিলে। ২০২৩- ২৪ বৰ্ষত দেশত যি পৰিমাণৰ প্ৰতিৰক্ষা উৎপাদন হৈছিল, ইয়াৰে ৭৯.২ শতাংশ প্রতিৰক্ষা উৎপাদন চৰকাৰী আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ কোম্পানীৰ দ্বাৰা কৰা হৈছিল বুলিও মন্ত্রীজনে সদৰী কৰে।

কেৱল ২০ শতাংশ প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদনহে ব্যক্তিগত খণ্ডৰ জৰিয়তে কৰা হৈছিল। ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণো বৃদ্ধি পাইছিল। উক্ত বিত্তীয় বর্ষত দেশে ২১,০৮৩ কোটি টকা মূল্যৰ প্ৰতিক্ষা সামগ্রী বিদেশলৈ ৰপ্তানি কৰিছিল। ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত দেশৰ প্ৰতিৰক্ষা ৰপ্তানিৰ পৰিমাণ যোৱা বিত্তীয় বর্ষত ৩২ শতাংশ বৃদ্ধি পাইছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Defence Minister Rajnath SinghIndia's defense productionworth Rs 1.27 lakh CroreYear Of 2023-24
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d