Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rape Case In Birubari:মহানগৰীত পুনৰ জঘন্য ঘটনা

দহ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ, আৰক্ষীৰ জালত দুই লম্পট

publisher by publisher
October 26, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Rape Case In Birubari:মহানগৰীত পুনৰ জঘন্য ঘটনা
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Orissa High Court:২৭ সপ্তাহৰ অন্তঃসত্ত্বা ! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে

Guwahati Incident: মহানগৰীত হোলীৰ দিনাই জঘন্য ঘটনা

Rape Case In Birubari:

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণ কাণ্ড ৷ সদ্য সমাপ্ত দুৰ্গা পূজাৰ আনন্দ উলাহৰ মাজতে দলবদ্ধ ধৰ্ষণৰ বলী এগৰাকী দহ বছৰীয়া কিশোৰী ৷

ADVERTISEMENT

ইতিমধ্যে ধৰ্ষিতা কিশোৰী গৰাকীৰ পৰিয়ালে আৰক্ষী চকীত গোচৰ দিয়াৰ পাছতহে এই নিকৃষ্ট ঘটনা পোহৰলৈ আহে ৷

মহানগৰীৰ বিৰুবাৰীত সংঘটিত হোৱা জঘন্য কাণ্ড সন্দৰ্ভত ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে বিৰুবাৰী আৰক্ষী চকীত ধৰ্ষণৰ স’তে জড়িত অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ।

উল্লেখ্য যে, এজাহাৰত উল্লেখ কৰা মতে,এই ধৰ্ষণকাণ্ডৰ স’তে নয়ন বাঢ়ৈ নামৰ এজন যুৱক আৰু এটা কিশোৰ জড়িত আছে ৷ এজাহাৰৰ ভিত্তিত বিৰুবাৰী আৰক্ষীয়ে ক্ষীপতাৰে অভিযান চলাই বুধবাৰে দুই লম্পটক আটক কৰি অব্যাহত ৰাখে জেৰা ।

উল্লেখ্য যে, ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে এজাহাৰত উল্লেখ কৰা অনুসৰি কিশোৰী গৰাকী দেউতাকৰ স’তে মহানগৰীৰ বিৰুৱাৰী শংকৰপুৰৰ এটা ভাড়াঘৰত বাস কৰিছিল । আনহাতে যিটো ঘৰত পিতৃ- কন্যা ভাড়া কৰি আছিল ৷

সেই ভাড়াঘৰৰে মালিকৰ লম্পট পুত্ৰ আৰু তাৰ লগৰীয়া এজনৰ দ্বাৰা দীৰ্ঘদিন ধৰি ধৰ্ষণৰ বলি হৈ আছিল । দুয়ো লম্পটে পৃথকে পৃথকে কিশোৰী গৰাকীক যৌণ নিৰ্যাতন চলাই আহিছিল ৷

অৱশেষত দুৰ্গা পূজাৰ দশমীৰ দিনা ভুক্তভোগী কিশোৰী গৰাকীয়ে সমস্ত ঘটনাৱলী পিতৃ- মাতৃৰ আগত প্ৰকাশ কৰে ৷ লগে লগে কিশোৰী গৰাকীৰ পিতৃয়ে বিৰুবাৰী আৰক্ষী চকীত লম্পট যুৱক আৰু কিশোৰজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰে ৷

আনহাতে বিৰুবাৰী আৰক্ষীয়ে লম্পটদ্বয়ৰ বিৰুদ্ধে পকচো’ আইনৰ অধীনত ৪/৮ আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনতৰ ৪৬৯/২৩, ৪৪৮, ৩০৬, ৩৪ নং ধাৰাত গোচৰ ৰুজু কৰিছে ।

আনহাতে বুধবাৰে বিৰুবাৰী আৰক্ষীয়ে কিশোৰী গৰাকীয়ে ভাড়া থকা মালিকৰ পুত্ৰ নয়ন বাঢ়ৈক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আনটো লম্পট কিশোৰক বিৰুৱাৰী শংকৰপুৰৰ ৰাজপথৰ পৰা আটক কৰে ৷ আটকাধীন কিশোৰজন মালিকৰ পুত্ৰ নয়ন বাঢ়ৈৰ আত্মীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Birubari Gangrape CaseBirubari Police OutpostTeenage GirlTwo Rapists Arrested
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d