Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Twitter Chief executive Elon Musk : টুইটাৰৰ মুৰব্বী এল’ন মাস্কৰ বিস্ফোৰক মন্তব্য

ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থান পাব লাগে, সামাজিক মাধ্যম এক্স যোগে প্ৰকাশ এই মন্তব্য

publisher by publisher
January 23, 2024
in International, News
Reading Time: 2 mins read
0
Twitter Chief executive Elon Musk : টুইটাৰৰ মুৰব্বী এল’ন মাস্কৰ বিস্ফোৰক মন্তব্য
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

Twitter Chief executive Elon Musk :

ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ নোহোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টেছলাৰ মুখ্য কাৰ্যবাহী তথা টুইটাৰৰ মুৰব্বী ইলন মাস্কে।

ADVERTISEMENT

ভাৰতৰ দৰে এখন শক্তিশালী দেশ কিয় আজিও নিৰাপত্তা পৰিষদৰ সদস্য পদ লাভ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰি কয়, যি কেইখন দেশে এই ক্ষমতা ভোগ কৰি আছে তেওঁলোকে অন্যলৈ এই ক্ষমতা দিব বিচৰা নাই । একেদৰে আফ্ৰিকীয় দেশ দক্ষিণ আফ্ৰিকায়েও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পাব লাগে বুলি দাবী কৰে বিশ্বৰ শীৰ্ষ ধনকুবেৰ গৰাকীয়ে ৷

উল্লেখ্য যে,ইলন মাস্কে ‘এক্স’ত পষ্ট কৰি প্ৰকাশ কৰি কয় যে- ৰাষ্ট্ৰসংঘ সম্প্ৰসাৰণ কৰাৰ সময় আহি পৰিছে ৷ ভাৰত বিশ্বৰ বেছি জনসংখ্যা থকা দেশ ৷ কিন্ত এই দেশ খনে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নোপোৱাক লৈ খেদ প্ৰকাশ কৰে ৷ অথচ এই সুবিধা ভোগ কৰি আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ,চীন, ফ্ৰান্স, ৰাছিয়া আৰু ইংলেণ্ডে ৷

সাম্প্ৰতিক সময়ত বিশ্বৰ পৰিশৰ বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাকালত য’ত সদস্য দেশ আছিল ৫১ খন ৷কিন্ত আজি সদস্য দেশৰ সংখ্যা হ’লগৈ দুই শতাধিকৰো অধিক ৷ তথাপিও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা কিয় বৃদ্ধি পোৱা নাই বুলি মন্তব্য কৰি মাস্কে কয়, আনকি এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতক স্থায়ী পদ নিদিয়াক ক্ষোভ প্ৰকাশ কৰিছে ৷

ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ লাভ কৰাৰ বাবে জাৰ্মানী,ব্ৰাজিল আৰু জাপান সহমত প্ৰকাশ কৰি আহিছে । আনকি আফ্ৰিকীয় সংঘয়ো ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দিয়াৰ দাবী উদ্থাপন হৈছে ৷

আমেৰিকাৰ শীৰ্ষ ধণী ব্যক্তি এলন মাস্কে ভাৰতে ৰাষ্ট্ৰসংঘৰ স্থায়ী পদ পাব লাগে বুলি যি ওকালতি কৰি মতপ্ৰকাশ কৰিছে সাম্প্ৰতিক সময়ত ভাৰতৰ বাবে এক ইতিবাচক হিচাপে বিবেচিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaPERMANENT MEMBER OF UNCSSCTwitter Chief executive Elon Muskuno
publisher

publisher

Related Posts

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d