Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    kaziranga Accident:কাজিৰঙাত ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনা

    Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন

    RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ

    Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

    Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Tipra Motha Joins BJP-Led Tripura Government, Two Ministers Take Oath:বিজেপিৰে হাত মিলালে ত্ৰিপুৰাৰ প্ৰধান বিৰোধী দল তিপ্ৰামথাই

এন ডি এৰ অংশীদাৰ হ'ল প্ৰদ্যুত দেৱবাৰ্মাৰ তিপ্ৰামথা, বিজেপি নেতৃত্বাধীন ত্ৰিপুৰা চৰকাৰৰ মন্ত্ৰীৰূপে শপত গ্ৰহণ তিপ্ৰামথাৰ দুই বিধায়কৰ

publisher by publisher
March 7, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Tipra Motha Joins BJP-Led Tripura Government, Two Ministers Take Oath:বিজেপিৰে হাত মিলালে ত্ৰিপুৰাৰ প্ৰধান বিৰোধী দল তিপ্ৰামথাই
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

TIPRA Motha sweeps Tripura ADC polls:ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত মুখথেকেচা বিজেপিৰ

Tripura Firing:ত্ৰিপুৰাৰ ধৰ্মনগৰৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীয়াগুলী

ত্ৰিপুৰা সীমান্ত হৈ লক্ষাধিক টকাৰ ভায়গ্রা সৰবৰাহৰ চেষ্টা!

Tipra Motha Joins BJP-Led Tripura Government, Two Ministers Take Oath:

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত শাসকীয় বিজেপিৰে হাত মিলালে ৰাজ্য খনৰ প্ৰধান বিৰোধী দল তিপ্ৰামথাই ৷
ৰাজ্য খনৰ ত্ৰিপুৰী জনগোষ্ঠীৰ স্বাধিকাৰৰ বাবে গঠন কৰা আঞ্চলিক ৰাজনৈতিক দল তিপ্ৰামথাৰ সভাপতি প্ৰদ্যুত দেৱবাৰ্মাই এক ৰাজনৈতিক ঘটনাক্ৰমে বুধবাৰে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ স’তে এক বৈঠকত মিলিত হয় ৷

ADVERTISEMENT

উল্লেখ্য যে,২ মাৰ্চত ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ বাবে ‘সাংবিধানিক সমাধান’ৰ বাবে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰত চৰকাৰ, টিপ্ৰা মোথা আৰু ত্ৰিপুৰা চৰকাৰৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়।

এই চুক্তিঅধীনত ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ ইতিহাস, ভূমি আৰু ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক উন্নয়ন, পৰিচয়, সংস্কৃতি আৰু ভাষাৰ সৈতে জড়িত সকলো সমস্যা সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধানৰ বাবে সহমতত উপনীত হয়।

ইয়াৰ লগতে ওপৰত উল্লেখ কৰা সকলো বিষয়ৰ ওপৰত পাৰস্পৰিকভাৱে সহমতত উপনীত হোৱা কথাবোৰ সময়সীমাবদ্ধভাৱে কাম কৰি কাৰ্যকৰী কৰিবলৈ এটা যুটীয়া কাৰ্য্যগোষ্ঠী সমিতি গঠন কৰি সন্মানজনক সমাধান নিশ্চিত কৰাৰ বাবে সহমতত উপনীত হয়।

চুক্তিখন কাৰ্যকৰী কৰাৰ বাবে অনুকূল পৰিৱেশ বজাই ৰাখিবলৈ সকলো অংশীদাৰে চুক্তি স্বাক্ষৰ কৰাৰ দিনৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ প্ৰতিবাদ,আন্দোলনৰ আশ্ৰয় লোৱাৰ পৰা বিৰত থাকিব টিপ্ৰামথা ।

ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ চাৰিদিনৰ পাছতে ত্ৰিপুৰাৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল টিপ্ৰা মোথাৰ মুৰব্বী গৰাকীয়ে বিজেপিৰ নেতৃত্বাধীন এন ডিএলৈ সমৰ্থন আগবঢ়োৱাৰ লগতে ত্ৰিপুৰাৰ বিজেপি চৰকাৰত টিপ্ৰা মোথা অংশীদাৰ হোৱাৰ কথা সদৰি কৰে ৷

আনহাতে,বৃহস্পতিবাৰে পুৱা বিৰোধী দলপতি অনিমেশ দেৱবাৰ্মা আৰু বিধায়ক বৃষকেতু দেৱবাৰ্মাই ৰাজভৱনত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ৷ ৰাজভৱনত অনুষ্টুপীয়া শপত অনুষ্ঠানত তিপ্ৰামথাৰ দুই বিধায়কক কেবিনেট মন্ত্ৰী ৰূপে শপতবাক্য পাঠ কৰায় ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নলুৱে ৷

উল্লেখ্য যে,আজি পুৱা শপত গ্ৰহণ কৰাৰ পূৰ্বে অনিমেশে ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ বিশ্ববন্ধু সেনৰ হাতত বিৰোধী দলপতি হিচাপে পদত্যাগ দাখিল কৰে।

শপত গ্ৰহণ অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ আগত অনিমেশে কয় যে তেওঁৰ একমাত্ৰ এজেণ্ডা হৈছে সাধাৰণ জনতাৰ সমস্যা সমাধান আৰু বৃহত্তৰ টিপ্ৰলেণ্ডৰ বাবে তেওঁলোকৰ মূল দাবী অব্যাহত থাকিব বুলি উল্লেখ কৰে।”মোৰ বাবে কঠিন কাম কাৰণ মই আগতে কেতিয়াও মন্ত্ৰী হোৱা নাছিলো কিন্তু মন্ত্ৰীসকলে কেনেদৰে কাম কৰে তাক পৰ্যবেক্ষণ কৰিছো। মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত এতিয়া মই কাম আৰম্ভ কৰিম। কিছুমান মানুহে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত মন্ত্ৰী হয়, আনহাতে কিছুমান মন্ত্ৰী হয় সকলো।”

গ্ৰেটাৰ টিপ্ৰলেণ্ডৰ বাবে আমাৰ মূল দাবী অব্যাহত থাকিব, কিন্তু এদিনতে সেয়া সম্ভৱ নহয়। দলে সিদ্ধান্ত ল’ব। চৰকাৰে যিয়েই নিৰ্দেশ দিব, মন্ত্ৰীয়ে কৰিব।’ বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰা বুলি বিবেচনা কৰি মন্ত্ৰী হিচাপে তেওঁৰ ভূমিকা সম্পৰ্কে সোধাত অনিমেশে উল্লেখ কৰে যে তেওঁৰ পৰিকল্পনা হৈছে মানুহৰ সমস্যা সমাধান। “মানুহে খাদ্য, পথ, পানী আদিৰ দৰে সমস্যাত ভুগিছে, গতিকে মোৰ এজেণ্ডা হ’ব এই সকলোবোৰ সমাধান কৰা।”

অৱশ্যে ত্ৰিপুৰা বিধানসভাত ত্ৰিপুৰা বাজেট ২০২৪-২৫ক সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত তেওঁ কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

আনহাতে ,শপত গ্ৰহণত উপস্থিত থকা মুখ্যমন্ত্রী অধ্যাপক ড: মাণিক সাহাই সাংবাদিকক উল্লেখ কৰে যে অতি সোনকালে আজি নতুনকৈ শপত লোৱা দুই মন্ত্রীক কোনবোৰ বিভাগ আবণ্টন দিয়া হ’ব সেই বিষয়ে অৱগত কৰা হ’ব৷

বৰ্তমান মই দিল্লী গৈ আছো তাৰ পৰা ৰাজ্যলৈ উভতি অহাৰ পিছত মই সিদ্ধান্ত লম যে কোনজন মন্ত্ৰীক কোনটো বিভাগ দিয়া হ’ব। আমি জনজাতীয় আৰু অজনজাতীয় উভয়ে একেলগে ত্ৰিপুৰা শ্ৰেষ্ঠ ত্ৰিপুৰা কৰাৰ কামত বৰ্তী আছো। সেই উদ্দেশ্যে দুজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে।” .

ড: সাহাই আৰু উল্লেখ কৰে যে পূব ত্ৰিপুৰা বিধানসভাৰ পৰা উপ- নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

পুৱা ৰাজভৱনত অনুষ্টুপীয়া শপত অনুষ্ঠানত মুখ্যমন্ত্ৰী অধ্যাপক ড:মানিক সাহা আৰু তেওঁৰ কেবিনেট সতীৰ্থ সহ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Tipra Motha Joins BJP-Led Tripura GovernmentTRIPURATwo Ministers Take Oath
publisher

publisher

Related Posts

kaziranga Accident:কাজিৰঙাত ৰঙাজানত ভয়ংকৰ দুৰ্ঘটনা
Assam

November 13, 2026
Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন
Assam

Shekharjyoti Goswami:শেখৰজ্যোতি গোস্বামীৰ জামিন আদালতত পুনৰ নাকচ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন

November 13, 2026
RBI:ৰিজার্ভ বেংকৰ ধাৰ্য ঊর্ধ্বসীমাও অতিক্রম দেশত খুচুৰা মুদ্রাস্ফীতিৰ
India

National

Sonia Gandhi:তিহাৰ জেলত ইন্দিৰালৈ নিয়া দুপৰীয়াৰ আহাৰ দিছিল চাৰ্লছ

November 13, 2026
প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা
Assam

SI:সাতমাহৰ বিৰতিত অসমত বৃদ্ধি দুই লক্ষাধিক ভোটাৰ, মহিলাৰ সংখ্যাধিক্য

November 13, 2026
Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ
Assam

Ganeshguri-Beltola Bazar Building:গৃহ উদ্বোধনতে শেষ ! আজিলৈ মুকলি নহ’ল গণেশগুৰি-বেলতলাৰ বজাৰগৃহ

November 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d