Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nomination Submit:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি কে’বাগৰাকী হেভিয়েট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

মুখ্যমন্ত্ৰীৰ উপস্থিতিত যোৰহাটত তপন গগৈ,কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, লখিমপুৰত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত মনোনয়ন দাখিল উদয় শংকৰ হাজৰিকাৰ, শোণিতপুৰত শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু  আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিল্যৰ মনোনয়ন দাখিল

publisher by publisher
March 27, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Nomination Submit:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি কে’বাগৰাকী হেভিয়েট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Kamakhya Prasad Tasa: এছিয়ান পালিয়ামেন্টৰী এচেমব্লি এ পি এ ৰ কাৰ্যবাহী পৰিষদৰ সভাত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

Nomination Submit:

ৰাজ্যৰ প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে আজি কে’বাটাও সংসদীয় সমষ্টিত বহু কেইজন হেভিয়েট প্ৰাৰ্থীয়ে দাখিল কৰে ৷

ADVERTISEMENT

যোৰহাটত শক্তি দেখুৱালে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে । যোৰহাট ষ্টেডিয়ামৰ পৰা মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স’তে তপন গগৈয়ে এখন গাড়ীত উঠি প্ৰায় ৫০ হাজাৰৰ অধিক সমৰ্থকক লগত লৈ দীঘলীয়া সমদলৰে আহি দাখিল কৰে মনোনয়ন । তপন কুমাৰ গগৈক সংগ দিয়ে অগপৰ সভাপতি অতুল বৰা,কেশৱ মহন্ত সহ দলীয় বিধায়ক সকলে ৷

আনহাতে কাজিৰঙাত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই বৃহৎ সমদলৰে আহি দাখিল কৰে মনোনয়ন ৷

ইয়াৰ পূৰ্বে এক বিশাল সভা অনুষ্ঠিত হয় ৷য’ত উপস্থিত থাকে মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,অগপৰ সভাপতি অতুল বৰা ,কেশৱ মহন্ত সহ কে’বা গৰাকী মন্ত্ৰী- বিধায়কে । মনোনয়ন দাখিলৰ পূৰ্বে আঠখেলীয়া নামঘৰত সেৱা ল’লে কামাখ্যা প্ৰসাদ তাছাই।

ইপিনে,লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাও কে’বা সহস্ৰাধিক সমৰ্থকৰে সমদল কৰি আহি আয়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন ৷ হাজৰিকাক সংগ দিয়ে এপিচিচিৰ সভাপতি ভূপেন বৰা সহ কে’বাজনো বিধায়কে ৷ উল্লেখ্য যে,হাজৰিকাৰ স’তে পৰিলক্ষিত নহ’ল নাওবৈছাৰ বিধায়ক ভৰত নৰহক ৷

আনহাতে , শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ মনোনয়ন দাখিল ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ সংকল্প লৈছে বিজেপি আৰু সহযোগী দলৰ নেতা কৰ্মী সকলে ৷ আজি বিজেপি প্ৰাৰ্থীজনে মনোনয়ন দাখিল কৰে ৷

 ৰঞ্জিত দত্তক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিংহল,জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত দাস,ইউ পি পি এলৰ ৰনগৌৰা নাৰ্জাৰী,ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, তেজপুৰৰ অগপ বিধায়ক পৃথিৰাজ ৰাভা,চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহপুৰিয়াৰ বিধায়ক অমিয় ভূঞা,বৰছলাৰ বিধায়ক গনেশ কুমাৰ লিম্বু, কিশোৰ উপাধ্যায়, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া আদিয়ে৷ইয়াৰ পূৰ্বে জয়মতী পথাৰত এখন বিশাল নিৰ্বাচনী সভাও অনুষ্ঠিত হয়৷চহৰৰ মাজেৰে বিভিন্ন সাংস্কৃতিক দল সহ বিশাল শোভাযাত্ৰা কৰি আহি দত্তই মনোনয়ন দাখিল কৰে ৷

শোণিতপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিল্যই প্ৰায় পাঁচ শতাধিক সমৰ্থকৰ স’তে সমদল কৰি আহি তেজপুৰস্থ আয়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kamakhya Prasad TasaLoksabha Election 2024Nomination Submitranjit duttaRishiraj KundiloyaTapan GogoiUday Sankar Hazrika
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d