Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Controversial RTI activist Dulal Barah arrested in Delhi:বহু বিতৰ্কিত আৰু টি কৰ্মী দুলাল বৰাক দিল্লীত গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ ক্ৰাইম বাঞ্চে গ্ৰেপ্তাৰ কৰে কালৰা হাস্পতালৰ পৰা, দিল্লীলৈ ৰাওনা চৰাইদেও আৰক্ষী, আজিয়েই দিল্লী আদালতত হাজিৰ কৰি ট্রেনজিত ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক

samimsultana by samimsultana
September 25, 2024
in India, News
Reading Time: 2 mins read
0
Controversial RTI activist Dulal Barah arrested in Delhi:বহু বিতৰ্কিত আৰু টি কৰ্মী দুলাল বৰাক দিল্লীত গ্ৰেপ্তাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Controversial RTI activist Dulal Barah remanded in Sonari police custody for five days: বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাক ৫ দিনৰ আৰক্ষী জিম্মালৈ

Controversial RTI activist Dulal Bora was flown to Dibrugarh from Delhi:দিল্লীৰ পৰা বিমানেৰে ডিব্ৰুগড়লৈ অনা হ’ল কুখ্যাত আৰ টি আই কৰ্মী দুলাল বৰা

Controversial RTI activist Dulal Barah arrested in Delhi:

দিল্লীত গ্ৰেপ্তাৰ কুখ্যাত আৰ টি আই কৰ্মী দুলাল বৰা। দিল্লী আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ এটা দলে বিশেষ সূত্ৰ পম খেদি পশ্চিম দিল্লীৰ কালৰা হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰে বৰাক ৷ বেমাৰৰ ভাও জুৰি চিকিৎসালয়ত ভৰ্তি হৈছিল ৷ আজিয়ে হয়তো দিল্লীৰ আদালতত হাজিৰ কৰোৱা হ’ব ৷

ADVERTISEMENT

আৰ টিআই নামত ব্লেকমেইল কৰাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰজু আছিল। শেহতীয়াকৈ চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ স’তে সাঙোৰ খাইছিল দুলাল বৰাৰ নাম। বিজেপি নেতাজনে চুইচাইড নোটত উল্লেখ আছিল দুলাল বৰা স্থানীয় সাংবাদিক ৰফিক আহমেদ সহ আন এজনৰ নাম।

আনহাতে প্ৰয়াত দেৱজিৎ হাজৰিকাৰ দুৰ্ভগীয়া পত্নীয়ে দুলাল বৰা সহ আন তিনিজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছিল ৷ ইয়াৰ পাছতে চিএম ভিজিলেঞ্চে গুৱাহাটীস্থ কাৰ্যালয়লৈ তলব কৰিছিল বৰাক ৷ কিন্ত তেতিয়াৰ পৰা আত্মগোপন কৰি থাকি অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ কিন্ত আদালতে জামিন নিদি বৰং আৰক্ষীক ২৩ অক্টোবৰৰ ভিতৰত দুলাল বৰাৰ বিৰুদ্ধে কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

তাৰ পিছত আত্মগোপন কৰি থকাৰ মাজতে অৱশেষত মঙলবাৰে নিশা  দিল্লী আৰক্ষীৰ জালত পৰে ধুৰন্ধৰ আৰটিআই কৰ্মীজন। উল্লেখ্য যে, আৰটিআইৰ জৰিয়তে কেৰোণৰে ধন আহৰণ কৰি দুলাল বৰাই গণেশগুৰিত স্থাপন কৰিছিল এন ই ভাৰত নামৰ এটা প’ৰ্টেল৷ উণ্থাপিত অভিযোগ অনুসৰি এই প’ৰ্টেলৰ জৰিয়তে বিভিন্ন কাৰ্যালয়ত আৰ টি আই মাৰি ধন ঘটি আহিছিল ৷ আনকি প’ৰ্টেলটোৰ মেনেজাৰ গকুল বৰ্মনৰ নামটো আৰ টি আই মাৰিছিল। এই বিস্ফোৰক অভিযোগ সদৰি কৰিছে আৰক্ষীক ৷
আনহাতে দুলাল বৰাৰ আয় বহিৰ্ভূত সম্পত্তিৰ তথ্য বিচাৰি আয়কৰলৈ আবেদন জনাইছে চি এম ভিজিলেঞ্চে ৷ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে চৰাইদেও আৰক্ষীৰ এটা দল। আজিয়ে আৰক্ষীয়ে ট্ৰেনজিত ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক। হয়তো বৃহস্পতিবাৰে গুৱাহাটীলৈ কুখ্যাত দুলাল বৰাক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে ৷

ইপিনে দুলাল বৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়,আৰ টি আইৰ নামত ব্লেকমেইলিঙ  কৰা বৰাক কোনো চৰকাৰী বিভাগে যাতে ভৱিষ্যতে তথ্য নিদিয়ে তাৰ ব্যৱস্থা লোৱা হ’ব ৷ একেদৰে ৰাজ্যৰ তথ্য আয়োগকো দুলাল বৰাক এজন অপৰাধী হিচাপে গন্য কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ স’তে সাঙোৰ খোৱা ৰফিক আহমেদৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ পিছৰে আত্মগোপন কৰি আছিল সাংবাদিকজনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Controversial RTI activist Dulal Barah arrestedDelhi Police Crime BranchsONARI BJP Leader Debajit Hazarika SUICIDE case
samimsultana

samimsultana

Related Posts

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ
Assam

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

September 9, 2026
Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d