Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Minority Scholarship Scam:সংখ্যালঘু জলপানি বৃত্তি কেলেংকাৰিত নাম সাঙোৰ খাইছে ৰাজ্যৰ ২২৫খন মহাবিদ্যালয়ৰ শিক্ষক

সংখ্যালঘু মন্ত্ৰালয়ৰ সচিবৰ অভিযোগৰ ভিত্তিত চিবিআই- এ ৰজু কৰিছে গোচৰ , অচিৰেই তলৱ হ'ব কেলেংকাৰিত নাম সাঙোৰ খোৱা শিক্ষক

publisher by publisher
August 31, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Minority Scholarship Scam:সংখ্যালঘু জলপানি বৃত্তি কেলেংকাৰিত নাম সাঙোৰ খাইছে ৰাজ্যৰ ২২৫খন মহাবিদ্যালয়ৰ শিক্ষক
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Minority Scholarship Scam:

বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে সংখ্যালঘু জলপানি বৃত্তিক লৈ ৷ এই কেলেংকাৰীত সাঙোৰ খাইছে ৰাজ্যৰ প্ৰায় ২২৫ খন মহাবিদ্যালয়ৰ শিক্ষক ৷ উল্লেখ্য যে,দেশৰ প্ৰায় ১৮ ৰাজ্যৰ ১৫৭২খন মহাবিদ্যালয়ত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰি ৷

ADVERTISEMENT

উল্লিখিত শিক্ষানুষ্ঠানৰ ৮০০খনে ভুৱা শিক্ষার্থীৰে ধন আত্মসাৎ কৰিছে বুলি ইতিমধ্যে জ্ঞাত হয় কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰণালয় ৷

১৪৪.৩৩ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে বুধবাৰে সংখ্যালঘু মন্ত্ৰালয়ৰ সচিবৰ অভিযোগৰ ভিত্তিত চিবিআই-এ ৰুজু কৰিছে গোচৰ ৷

২০১৭-১৮ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষলৈ সংঘটিত হোৱা এই কেলেংকাৰিৰ সন্দৰ্ভত শীৰ্ঘেই দেশৰ প্ৰায় ১৮ ৰাজ্যৰ ১৫৭২খন মহাবিদ্যালয়ৰ শিক্ষক,বহু কেই গৰাকী বেংকৰ বিষয়া সহ বহু কেইটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অচিৰেই চিবিআই- এ আৰম্ভ কৰিব মাৰাথন অভিযান ৷

প্ৰাপ্ত খবৰ অনুসৰি, কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰণালয়ে সংখ্যালঘু জলপানি বৃত্তিৰ বাবে ২০১৭-১৮ বৰ্ষত ৫ কোটি ৯৭ লাখ টকা ,২০১৮-১৯ বৰ্ষত ১৫ কোটি ৩৩ লাখ টকা,২০১৯-২০ত ২৬ কোটি ১৪ লাখ টকা,২০২০-২১ বৰ্ষত ৩৫ কোটি ৮৪ লাখ টকা আৰু ২০২১-২২ বৰ্ষত ৬১ কোটি ২ লাখ ৯৭ হাজাৰ টকা মোকলাই দিছিল ৷

উল্লেখযোগ্য যে,সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এক আভ্যন্তৰীণ অনুসন্ধানৰ জৰিয়তে ভাৰতৰ আটাইতকৈ ডাঙৰ সংখ্যালঘু বৃত্তি কেলেংকাৰীৰ এটা উদ্ঘাটন কৰে৷ মন্ত্ৰালয়ৰ আভ্যন্তৰীণ অনুসন্ধানে প্ৰকাশ কৰিছে যে এই বিয়াগোম কেলেংকাৰীৰ সৈতে জড়িত প্ৰায় ৮৩০ খন শিক্ষানুষ্ঠান গভীৰ দুৰ্নীতিত নিমজ্জিত হৈছিল আৰু যোৱা পাঁচটা বছৰত ১৪৪.৮৩ কোটি টকা আত্মসাৎ কৰিছিল। মন্ত্ৰালয়ে নিজস্ব অনুসন্ধানত অৱগত হয় দেশত সংখ্যালঘু বৃত্তিৰ প্ৰায় ৫৩ শতাংশ হিতাধিকাৰীয়েই ভুৱা আছিল।

ইতিমধ্যে এই তথ্য পোহৰলৈ অহাৰ পাছতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে তৎক্ষণাৎ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ক তদন্তৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ১০ জুলাইত বিষয়টোৰ সম্পৰ্ক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰাৰ পূৰ্বেই আভ্যন্তৰীণ অনুসন্ধানত মন্ত্ৰালয়ে ৩৪ খন ৰাজ্যৰ শতাধিক জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান অনুসন্ধান কৰিছিল। খবৰ অনুসৰি প্ৰায় ১৫৭২ খন শিক্ষানুষ্ঠানত কৰা হৈছিল তদন্ত । ইয়াৰ ভিতৰত প্ৰায় ৮৩০ খন শিক্ষানুষ্ঠানে প্ৰৱঞ্চনামূলক কাৰ্যকলাপত জড়িত থকা বুলি অভিযোগ উদ্থাপিত হৈছে।

ইতিমধ্যে মন্ত্ৰণালয়ে এই ৮৩০ খন শিক্ষানুষ্ঠানৰ এই সম্পৰ্কীয় সকলো একাউণ্ট ইতিমধ্যে ফ্ৰীজ কৰি দিয়া হৈছে ৷

লক্ষণীয়ভাৱে সংখ্যালঘু মন্ত্ৰালয়ৰ অধীনত বৃত্তি কাৰ্যসূচীত প্ৰায় ১,৮০,০০০ শিক্ষানুষ্ঠান সামৰি লোৱা হৈছিল ৷ ২০০৭-৮ বৰ্ষত আৰম্ভ কৰা এই কাৰ্যসূচীত প্ৰথম শ্ৰেণীৰ পৰা উচ্চ শিক্ষালৈকে থকা সংখ্যালঘু শিক্ষাৰ্থীসকলক বৃত্তি প্ৰদান কৰা হয় ।

ইপিনে,কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ অনুমোদনৰ পিছত চিবিআইয়ে শিক্ষানুষ্ঠানসমূহৰ নোডেল বিষয়া, প্ৰৱঞ্চনামূলক গোচৰৰ দায়বদ্ধ জিলা নোডেল বিষয়াক তদন্তৰ আওতালৈ আনিব ৷

মনকৰিবলগীয়া যে, শিক্ষানুষ্ঠানবোৰ অস্তিত্বহীন বা অকাৰ্যকৰী আছিল তথাপিও তেওঁলোকে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল আৰু ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেচন চিষ্টেম ফৰ এডুকেশ্বন (ইউডিআইএছই) দুয়োটাতে পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছিল আৰু এই সকলোবোৰ কেনেদৰে হ’বলৈ দিয়া হৈছিল আৰু এই কেলেংকাৰীৰ বাবে কোন দায়ী সেই বিষয়ে কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা ইয়াক পুংখানুপুংখভাৱে অনুসন্ধান কৰা হ’ব।

ৰাজ্য অনুসৰি ভয়ংকৰ তথ্যত বহুতো ৰাজ্যত পঞ্জীভুক্ত প্ৰতিষ্ঠানৰ আধাতকৈ অধিক ভুৱা বা অস্তিত্বহীন বুলি ধৰা পৰিছিল – উদাহৰণ স্বৰূপে, ছত্তীশগড় ( এশ শতাংশ), ৰাজস্থান (৭৭.৩৪ শতাংশ), অসম (৬৮ শতাংশ), কৰ্ণাটক (৬৪ শতাংশ), উত্তৰ প্ৰদেশ (৪৪শতাংশ), আৰু পশ্চিম বংগ (৩৯ শতাংশ)।

আনহাতে কেৰালাৰ মালাপ্পুৰমত এটা বেংক শাখাই ৬৬,০০০ বৃত্তি বিতৰণ কৰিছে। এইবোৰ বৃত্তিৰ বাবে যোগ্য সংখ্যালঘু শিক্ষাৰ্থীৰ পঞ্জীভুক্ত সংখ্যাতকৈ বেছি আছিল।

একেদৰে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগৰ এখন মহাবিদ্যালয়ে পাঁচ হেজাৰ পঞ্জীভুক্ত শিক্ষাৰ্থী থকা স্বত্বেও সাত হেজাৰে বৃত্তি লাভ কৰিছিল। মন্ত্ৰালয়ৰ অনুসন্ধানত এইটোও পোৱা গৈছে যে এজন অভিভাৱকৰ এটা ফোন নম্বৰ ২২ টা শিশুৰ সৈতে সংযোজন কৰা হৈছিল ৷

আচৰিতজনকভাৱে তেওঁলোক সকলো নৱম শ্ৰেণীত আছিল বুলি উল্লেখ কৰা হৈছিল। আন এখন শিক্ষানুষ্ঠানে হোষ্টেলৰ অনুপস্থিতি স্বত্বেও প্ৰতিজন শিক্ষাৰ্থীৰ বাবে হোষ্টেল বৃত্তি লাভ কৰিছিল।

তদুপৰি অসমত বেংকৰ এটা শাখাত ৬৬,ooo হেজাৰ হিতাধিকাৰী আছিল বুলি অভিযোগ পোৱা গৈছে ৷ একেদৰে পঞ্জাৱৰ বিদ্যালয়ত নাম ভৰ্তি নোহোৱা স্বত্বেও সংখ্যালঘু শিক্ষাৰ্থীসকলে পিছ দুৱাৰেদি অবৈধ ভাৱে বৃত্তি লাভ কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cbi Files caseMinority Scholarship ScamOver Alleged
publisher

publisher

Related Posts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d