ACS officer Nupur Bora:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত নিলম্বিত এচএছ বিষয়া নুপূৰ বৰাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে নুপুৰ বৰাৰ জামিন।
উল্লেখ্য যে ২০২৬ৰ ৩ ফেব্ৰুৱাৰীত দুনীৰ্তি আৰু আয়বৰ্হিভূত সম্পত্তি গোচৰত গ্ৰেপ্তাৰ হৈছিল এচিএছ বিষয়া গৰাকী৷সুদীৰ্ঘ প্ৰায় ৭ মাহ পিছত মুকলি আকাশৰ তললৈ আহিব বিতৰ্কিত এচছএছ বিষয়াগৰাকী।
উল্লেখযোগ্য ইয়াৰ পূৰ্বে ২০২৫ৰ এঘাৰ নৱেম্বৰতো প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হৈছিল এচিএছ বিষয়া গৰাকী। উক্ত গোচৰত বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল চলিব বৰ্ষৰ আৰম্ভণিতে ৷
ADVERTISEMENT




































