Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ceasefire violation:পুঞ্চ সীমান্তত পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন পাকিস্তানৰ , সেনাৰ তীব্ৰ প্ৰতিক্ৰিয়া

publisher by publisher
February 17, 2025
in India
Reading Time: 1 min read
0
Ceasefire violation:পুঞ্চ সীমান্তত পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন পাকিস্তানৰ , সেনাৰ তীব্ৰ প্ৰতিক্ৰিয়া
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Ceasefire violation:পুঞ্চ সীমান্তত পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘন পাকিস্তানৰ , সেনাৰ তীব্ৰ প্ৰতিক্ৰিয়া

পুনৰ কোনো প্ৰৰোচনা নোহোৱাকৈ পাকিস্তানে সীমান্তত থকা সেনা শিবিৰত নিৰ্বিচাৰে গুলীচালনা কৰে। দেওবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ সীমান্তত পাকিস্তান সেনাই এই আক্ৰমণ আৰম্ভ কৰে। অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। ভাৰতীয় সেনাইও চুবুৰীয়া দেশৰ এনে উচটনিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ADVERTISEMENT

যোৱা কিছুদিনৰ পৰা, পাকিস্তানৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ কেবাটাও অঞ্চলত যুদ্ধবিৰতি উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দেওবাৰে পুৱা প্ৰায় ১১.৩০ বজাত, পাকিস্তানী সৈন্যই পুঞ্চৰ গুলপুৰ চেক্টৰত একেধৰণৰ গুলীচালনা কৰে। অধিকৃত কাশ্মীৰৰ ৰাৱালাকোটৰ নক্কাৰকোট দলঙৰ পৰা বনাঞ্চলেৰে আৱৰি থকা ভাৰতীয় সেনাৰ শিবিৰত কমেও ১৮ ৰাউণ্ড গুলী চালনা কৰা হৈছে বুলি এজন সেনা বিষয়াই জনাই।

অৱশ্যে, ভাৰতীয় সৈন্যসকলে প্ৰতিশোধ ল’বলৈ কুণ্ঠাবোধ কৰা নাই। প্ৰতিশোধ স্বৰূপে কমেও ৬০ ৰাউণ্ড গুলী চালনা কৰা হয়। এনকাউণ্টাৰটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

পাকিস্তান সেনাৰ এনে আক্ৰমণৰ সন্দৰ্ভত সেনা বিষয়াসকলে দাবী কৰে যে পাকিস্তানী সন্ত্ৰাসবাদীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ মাজেৰে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আহিছে।

পাকিস্তানৰ বিএটি সেনাই উপত্যকাটোক বিচলিত কৰিবলৈ তেওঁলোকৰ কাৰ্যকলাপক সমৰ্থন কৰি আছে। ইয়াৰ পূৰ্বে, উগ্ৰপন্থীসকলে অঞ্চলটোত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, প্ৰতিশোধমূলক গুলীচালনাত কেবাজনো উগ্ৰপন্থী নিহত হয়।

আনহাতে, পাকিস্তানে যোৱা সপ্তাহত নিয়ন্ত্ৰণ ৰেখাত আক্ৰমণ কৰিছে। আইইডি বিস্ফোৰণত এজন সেনা বিষয়াসহ দুজন লোক নিহত হয়। আন দুজন সৈনিক আহত হয়। সেই আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে পাকিস্তানক শক্তিশালী প্ৰত্যুত্তৰ দিবলৈ সেনাই কুণ্ঠাবোধ কৰা নাই। উল্লেখ্য যে প্ৰতিশোধ স্বৰূপে,কেবাজনো পাকিস্তানী সৈন্য নিহত হোৱাৰ দাবী কৰে ভাৰতে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ceasefire violation
publisher

publisher

Related Posts

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ
India

বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ

October 20, 2026
জামিন নাপালে ককৰোচ জনতা পাৰ্টিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d